শেহতীয়া খবৰ
Home / Tag Archives: Assam Lok Sabha Elections 2019

Tag Archives: Assam Lok Sabha Elections 2019

বৰপেটা লোকসভাৰ নৱ-নিৰ্বাচিত সাংসদ আব্দুল খালেকক লৈ বিজয় উৎসৱ

গণ বাৰ্তা, বৰপেটা, ২৪ মে’ : বৰপেটা লোকসভাৰ নৱনিৰ্বাচিত সাংসদ আব্দুল খালেকক আজি অভিনন্দন জনায় নিৰ্বাচনী নডেল বিষয়া তথা জিলা উপায়ুক্ত মুনিন্দ্ৰ শৰ্মাই । উপায়ুক্তৰ কাৰ্যালয় কক্ষত নৱনিৰ্বাচিত সাংসদগৰাকীক অভিনন্দন জনোৱাৰ লগতে দুয়োৰে মাজত বাৰ্তালাপো হয় । ইপিনে আজি বিয়লিৰ ভাগত ৰাজীৱ ভৱনত বিপুল আদৰণি জনায় নৱনিৰ্বাচিত সাংসদগৰাকীক । বৰপেটা চহৰৰ …

অধিক »

কংগ্ৰেছ-ইউডিএফক বিলীন কৰি গেৰুৱা হ’ল বৰাক

শিলচৰ ব্যুৰ’ : বৰাক ভেলীত ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে বিজেপি। একপ্ৰকাৰ কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ দুৰ্গ খহাই বিজেপিয়ে বৰাকত বিজয়ধবজা উৰাবলৈ সক্ষম হৈছে। মূলতঃ কংগ্ৰেছ আৰু ইউডিএফক বিলীন কৰি গেৰুৱা হ’ল সমগ্ৰ বৰাক। বৰাক উপত্যকাৰ দুয়োটা লোকসভা সমষ্টিয়ে বিজেপিয়ে আঁজুৰি আনিবলৈ সক্ষম হৈছে। কংগ্ৰেছ অথবা ইউডিএফ শোচনীয়ভাৱে পৰাস্ত …

অধিক »

দিল্লী কাৰ দখলত ? ৰাহুল নে মোদীৰ ? আজি নিৰ্ণয় হ’ব ৭৯২৮ প্ৰাৰ্থীৰ ভাগ্য

চৰকাৰ গঠনক লৈ শাসক-বিৰোধীৰ সঘনাই বৈঠক ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : ডেৰমহীয়া উৎকণ্ঠাৰ যৱনিকা পৰিবলৈ মাজত মাথোঁ কেইটামান মুহূৰ্ত বাকী। সকলো ধৰণৰ জল্পনা-কল্পনা আৰু প্ৰতীক্ষাৰ অন্ত পেলাই কাইলৈ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব দেশৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা। দিল্লীৰ মচনদ কাৰ দখললৈ যাব, ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী- কাইলৈ সেইটো …

অধিক »

আকৌ এবাৰ মোদী চৰকাৰ ?

বিৰোধীৰ ঐক্যবদ্ধ শক্তিক নস্যাৎ কৰিলে সংস্থা-সংবাদ প্ৰতিষ্ঠানৰ নিৰ্বাচনী সমীক্ষাই নতুন দিল্লী : মোদী চৰকাৰক ক্ষমতাচ্যুত কৰাৰ লক্ষ্যৰে সকলো বিৰোধী দলে একত্ৰিত হৈ গোপন মন্ত্ৰণা ৰচনা কৰিছিল যদিও শেষ মুহূৰ্তত যেন ব্যৰ্থ হৈছে। বিৰোধীৰ দিল্লী দখলৰ স্বপ® যেন স্বপ® হৈয়ে ৰ’ব। বিৰোধীৰ সকলো ধৰণৰ আশাত চেঁচাপানী ঢালি পুনৰ দিল্লীৰ মচনদ দখল …

অধিক »

ই ভি এমত বন্দী ৪ সমষ্টিৰ ৫৪ প্ৰাৰ্থীৰ ভাগ্য

গুৱাহাটীত ৮০শতাংশ, বৰপেটাত ৭৮ শতাংশ, ধুবুৰীত ৮৬শতাংশ, কোকৰাঝাৰত ৭৭শতাংশ ভোটদান ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ এপ্ৰিল : ই ভি এম বিসংগতি আৰু ঠায়ে ঠায়ে সৃষ্টি হোৱা উত্তেজনাময় পৰিৱেশৰ মাজেৰে আজি সম্পন্ন হ’ল ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট। ই ভি এমত বন্দী হ’ল ৰাজ্যৰ চাৰিটা সমষ্টি ধুবুৰী, বৰপেটা, কোকৰাঝাৰ আৰু গুৱাহাটী লোকসভা …

অধিক »

অসমৰ স্বাস্থ্য, বিত্তমন্ত্ৰী তথা নেডাৰ অধ্যক্ষ ড0 হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ কিছু দৃশ্য

লোকসভা নিৰ্বাচন 2019ৰ নিৰ্বাচনী প্ৰচাৰৰ দৃশ্যাৱলী :    

অধিক »

জালুকবাৰী সমষ্টিত ভানুক কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছতেই এতিয়া বিভিন্ন ৰাজনৈতিক দলে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ অংক মিলোৱাত ব্যস্ত হৈ পৰিছে। দ্বিতীয় পৰ্যায়ত পাঁচটা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত ক্ষমতা দখলৰ লক্ষ্যৰে প্ৰতিটো ৰাজনৈতিক দলে সমষ্টিসমূহত নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিছে। ইপিনে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্বৰ …

অধিক »

লোকতন্ত্ৰক গুণ্ডাতন্ত্ৰ কৰিছে বিজেপিয়ে : শিলচৰৰ নিৰ্বাচনী সভাত মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক পাঞ্জাৱৰ মন্ত্ৰী নৱজিৎ সিদ্ধু

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ এপ্ৰিল ঃ এটাৰ পিছত এটাকৈ শ্বায়েৰী গাই বিশেষ ধবনিৰে আজি শিলচৰৰ ইটাখোলা মৈদানত উপস্থিত হ’ল প্ৰাক্তন ক্ৰিকেটাৰ তথা পঞ্জাবৰ কংগ্ৰেছৰ মন্ত্ৰী নৱজোৎ সিং সিদ্ধু। শিলচৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুস্মিতা দেবৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি সিদ্ধুৱে মন্তব্য কৰি সুস্মিতাক জাতীয় নেত্ৰী আখ্যা দিয়ে। সমষ্টি কিম্বা …

অধিক »

প্ৰসংগ : নিৰ্বাচন আৰু অচ্ছে দিনৰ খতিয়ান

 দিগন্ত ৰাগ সাধাৰণ নিৰ্বাচন আহি পদূলিমুখত থিয় দিছে। পাঁচ বছৰে চৰ, গোৰ, ভুকু খাই জীয়াই থকা জনতা জনাৰ্দনৰ আকৌ এবাৰ ৰজা হোৱাৰ সুযোগ সন্মুখত। ৰাইজেই ৰজা। বগা পোছাকৰ আঁৰৰ পাঁচ বছৰীয়া সূত্ৰ সলনি কৰাৰ সুযোগ হাতত। অচ্ছে দিনৰ আশাত মোহাচ্ছন্ন হৈ থকা ৰাইজৰ ইতিমধ্যে মোহ ভংগ হৈছে। অচ্ছে দিনৰ শ্ল’গান …

অধিক »

বিভিন্ন প্ৰতিশ্ৰুতিৰে অগপৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

ডিজিটেল সংবাদ, গুৱাহাটীঃ মঙলবাৰে গোলাঘাটত অসম গণ পৰিষদ দলে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ। অগপ সভাপতি অতুল বৰাই মুকলি কৰা এই অনুষ্ঠানটোত উপস্থিত আছিল কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে যথেষ্ট সংখ্যক দলীয় কৰ্মী উপস্থিত থাকে। নিৰ্বাচনী ইস্তাহাৰত অগপ দলে অসম চুক্তিৰ প্ৰতিতো দফা ৰূপায়ন কৰাৰ ক্ষেত্ৰত থকা …

অধিক »