শেহতীয়া খবৰ
Home / Tag Archives: Assam Panchayat Election

Tag Archives: Assam Panchayat Election

এইবাৰৰ পঞ্চায়ত নিৰ্বাচন অসমবাসীৰ অস্তিত্ব ৰক্ষাৰ যুঁজঃ মন্ত্ৰী কেশৱ মহন্ত

কফিল বৰভুঞা,হোজাইঃ ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা সময়ত হোজাই জিলাতো নিৰ্বাচনী বতাহ বলিছে৷ কংগ্ৰেছ, এআইইউডিএফৰ সমান্তৰালকৈ অগপ দলেও ব্যাপক বাবে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে৷ বাতৰি অনুসৰি, আজি হোজাই বিধানসভা সমষ্টিৰ অন্তৰ্গত লস্কৰ পথাৰত অসম গণ পৰিষদ দলৰ এখন নিৰ্বাচনী সভাত অংশ গ্ৰহন কৰে অসম গনপৰিষদ …

অধিক »

পঞ্চায়ত নিৰ্বাচন : বকোৰ সোণতলীত নিশা লৈকে চলিল ভোট গ্ৰহন

গণ বাৰ্তা,সোণতলীত,৫ ডিচেম্বৰ-প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহন চলি থকাৰ সময়ত কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীৰ কেইবাটাও কেন্দ্ৰত সন্ধিয়া ৬ বজালৈ ভোট গ্ৰ্হণ চলি থাকে। জানিব পৰা মতে উত্তৰ মাহতলী  ৱাৰ্ডত ১১৯৩ গৰাকী ভোটাৰ বিপৰীতে সন্ধিয়া লৈকে প্ৰায় চাৰিশ ভোটাৰে ভোটদান কৰে। ফলত বাকী ভোটাৰ সকলে ভোট দিয়াৰ ভাবে …

অধিক »

যোৰহাটত নিৰ্বাচনী ৰনডংকা বজালে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যইঃ অগপ-কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত

গণবাৰ্তা বিশেষ, যোৰহাটঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যোৰহাটত অগপ কংগ্ৰেছ দুয়োটা দলতে মোক্ষম আঘাত হানি আজি দুয়োটা দলৰ কেইবাজনো কৰ্মী বিজেপি দলত যোগদান কৰে। আজি যোৰহাটৰ মালৌখাতৰ ৰঙ্গমঞ্চত অনুষ্ঠিত বিজেপিৰ এক দলীয় সভাত দুয়োটা দলৰে ৩০ গৰাকী কৰ্মী দলটোত যোগদান কৰে। অগপ দলে ৪৪ নং গাওঁ পঞ্চায়তত পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ অংশস্বৰূপে …

অধিক »