শেহতীয়া খবৰ
Home / Tag Archives: Assamese

Tag Archives: Assamese

স্মৃতিৰ পটত বিহু আৰু অসমীয়া মুছলমান

ডাঃ এম এছ ইচকেন্দাৰ আলী অসমীয়া জাতিৰ অন্তৰ্গত বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিক, সমন্বয়, সম্প্ৰীতিৰমূলক আৰু কৃষিভিত্তিক উৎসৱ হ’ল বিহু। অসমৰ সকলো জনগোষ্ঠীয়ে অসমৰ জাতীয় উৎসৱ কাতি, ভোগালী আৰু ৰঙালী বা বহাগ বিহু, তেওঁলোকৰ নিজ নিজ ধৰ্মৰ লগত কিছু হ’লেও সাঙুৰি লৈ পালন কৰি আহিছে আৰু ইয়াৰ মাজতেই ধৰ্ম-নিৰপেক্ষতা বজায় ৰাখিছে। আজিৰ …

অধিক »

বকোত কংগ্ৰেছৰ গুৱাহাটী লোক সভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মাৰ নিৰ্বাচনী ৰণশিঙা।

গণ বাৰ্তা, বকো,  ১০ এপ্ৰিলঃ ঃ কামৰূপ জিলাৰ বকো সমষ্টিত আজি কংগ্ৰেছ দলৰ উদ্যোগত অনুষ্ঠিত হোৱা কেইবাখনো নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি নিৰ্বাচনী ৰণডংকা বজায় ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মাই। আজি বকো সমষ্টিৰ অন্তৰ্গত বকো ৰাজীৱ ভৱন প্ৰাংগণ, ভালুকঘাটা সত্ৰ প্ৰাংগণ, নাৰেংগা, ভুখুৰাদিয়া বজাৰ প্ৰাংগণকে ধৰি ঐতিহ্যমণ্ডিত ছমৰীয়া …

অধিক »

এটকা লোৱা বুলি প্ৰমাণ হ’লে ৰাজহুৱা জীৱন ত্যাগ কৰিম সংবাদমেলত অখিল গগৈৰ বিস্ফোৰণ

অগপ-বিজেপি মিত্ৰজোঁটক ভোট নিদিবলৈ আহবান মুখ্যমন্ত্ৰীক প্ৰত্যাহবান  ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ এপ্ৰিল ঃ কালি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সদস্য এগৰাকীয়ে বিজেপিত যোগদান কৰি অখিল গগৈৰ ওপৰত ধন লোৱাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে আজি অসুস্থ অৱস্থাতে সৰৱ হৈ উঠে অখিল গগৈ। উল্লেখ্য যে কালি নিশা প্ৰচণ্ড পেটৰ বিষত আক্ৰান্ত হৈছিল কৃষক …

অধিক »

বিহু গীত প্ৰেমৰ গীত

  মাইনা গোস্বামী সৌন্দৰ্য আৰু মাধুৰ্যৰ ফালৰ পৰা অসমীয়া সাহিত্য বিহু গীতবোৰৰ এটা সুকীয়া অস্তিত্ব আছে।ভাৱৰ আদান -প্ৰদান,সুমধুৰ ছন্দ সজ্জাৰ মধুৰতা সহজ সৰলতা আৰু অকৃত্ৰিমতাই গীতবোৰত সৌন্দৰ্য আৰু মাধুৰ্য দান কৰিছে।বৰ্তমান সময়ত যুগৰ পৰিবৰ্তন হৈছে।কৃষিজীৱী জীৱনৰ স্থায়িত্ব আৰু নিশ্চিন্ততাৰ পথাৰত ছাঁ পৰিছে মালিকীস্বত্ব ভৰা শিল্প যুগৰ স্থায়িত্বহীনতা আৰু নিৰাশাৰ।পথাৰ আৰু কৃষকৰ …

অধিক »

টীয়ক, তেজপুৰত নিৰ্বাচনী প্ৰচাৰসভাত বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া

বৃন্দাবন গোস্বামীয়ে প্ৰফুল্ল মহন্তৰ দৰে স্থিতি ল’লে সুখী হলোহেঁতেন তেজপুৰ, ৫ এপ্ৰিলঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে ধনৰ লেন-দেন আৰু নাৰী কেলেংকাৰীৰ যি অভিযোগ শেহতীয়াকৈ ৰমেন বৰঠাকুৰে উত্থাপন কৰিছে, সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম বিধানসভাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই। উল্লেখ্য যে তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম …

অধিক »

চেক্ ৰিপাব্লিকলৈ আমন্ত্ৰিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড0 দিলীপ বৰা

গুৱাহাটী বিশ্ববিদ্যালয়, ৫ এপ্ৰিলঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক ড০ দিলীপ বৰা আমন্ত্ৰিত হৈছে চেক্ ৰিপাব্লিকৰ প্ৰাগ মেেট্ৰাপলিটান বিশ্ববিদ্যালয়ৰ লিংগ অধ্যয়ন সম্পৰ্কীয় আলোচনা-চক্ৰত মূল বক্তৃতা প্ৰদান কৰিবৰ বাবে। এই তথ্য সদৰী কৰি বিভাগীয় প্ৰধান ড০ মুকুল চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমক জনায় যে আধুনিক ভাৰতীয় ভাষা আৰু …

অধিক »

অগপত অব্যাহত তৃণমূল কৰ্মীৰ বিদ্ৰোহ | অগপত অতুল হাটাও অভিযান

মিত্ৰতাৰ বৈধতাক লৈ প্ৰশ্ন বৰ্তমানৰ অগপ নেতৃত্বক, মানি নলয় তৃণমূল কৰ্মীয়ে ৭ এপ্ৰিলত নিৰ্ধাৰণ হ’ব অগপৰ ভাগ্য ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ এপ্ৰিল : অগপৰ ভিতৰচ’ৰাত এতিয়া চৰম অৰিয়াঅৰি চলি থকাটো পুনৰ এবাৰ স্পষ্ট হৈ উঠিছে। কোনো কাৰ্যনিৰ্বাহকত সিদ্ধান্ত গ্ৰহণ নকৰাকৈয়ে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি একাংশ …

অধিক »

কংগ্ৰেছ ক্ষমতালৈ আহিলে বাতিল হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক

বলক্ষেত্ৰীত ববিতা শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ গণ বাৰ্তা, চামতা, ৪ এপ্ৰিল : অসমীয়াৰ আৱেগ, অনুভূতি তথা জাতীয় সত্তাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক কংগ্ৰেছে কোনোপধ্যেই মানি নলয়। কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰাথমিক পৰ্যায়তে  বিধেয়কখন বাতিল কৰা হ’ব । ইতিমধ্যে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে উক্ত বিষয়ত নিজৰ স্থিতি স্পষ্ট …

অধিক »

ব’হাগৰ পথাৰত ‘শেলুক’ বিচৰাৰ আনন্দ

 মীৰা দত্ত চৌধুৰী বিৰিখৰ কুঁহিপাতে, কুলিৰ সুৱদি মাতে, বৰদৈচিলাই ৰঙালী বিহুৰ আগলি বতৰা কঢ়িয়ায় । ঢোল-পেঁপা-গগনাৰ মাতে ডেকা-গাভৰুৰ মন বলিয়া কৰে। আকাশত বিজুলীয়ে নাচে। মেঘে দুন্দুভি বজায়। ধৰালৈ বৰষুণ নামে। মাটি জীপাল হয়। পথাৰ গাভৰু হয়। মোৰ আদ্বয়সীয়া মনৰ দাপোণত তাহানিৰ যৌৱন কালৰ ৰঙালী বিহুৰ বিভিন্ন ছবিয়ে অগা-ডেৱা কৰে। বিহুৰ …

অধিক »

বোকাখাতত কংগ্ৰেছৰ বিশাল জনসভাত ৰাহুল গান্ধীৰ ঘোষণা

কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা হব নিবনুৱা যুৱক-যুৱতী, দেশৰ সকলো দৰিদ্ৰ পৰিয়ালক বেংক একাউণ্টৰ জৰিয়তে বছৰি 72,000 টকাকৈ জমা কৰোৱা হব । Images :

অধিক »