শেহতীয়া খবৰ
Home / Tag Archives: Barpeta

Tag Archives: Barpeta

হিন্দু-মুছলমানে জয়ী কৰাব মোক , বৰপেটাত কংগ্ৰেছৰ জয় নিশ্চিতঃ আব্দুল খালেক

উন্নয়ন-সংগ্ৰাম-সমন্বয়ৰ বাবে কংগ্ৰেছক দিছে ভোট, ৰেলৰ মানচিত্ৰত বৰপেটা চহৰক অন্তৰ্ভূক্ত কৰিবই বুলি খালেকৰ প্ৰতিশ্ৰুতি   পুলেন্দ্ৰ দাস, বৰপেটা, ২৩ এপ্ৰিলঃ ৰাজ্যত আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সামৰণি পৰাৰ পিছতে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকী জয়ৰ ক্ষেত্ৰত যথেষ্ট আত্মবিশ্বাসী হৈ পৰা পৰিলক্ষিত হয়। নিৰ্বাচনৰ সামৰণিৰ পিছতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে এই প্ৰতিবেদকৰ আগত জনায় …

অধিক »

কলগাছিয়াৰ বামুনটাৰীত ৪০ সহস্ৰাধিক লোকৰ সমাগমেৰে  জনসমুদ্ৰত পৰিণত হল খালেকৰ নিৰ্বাচনী সভা

ঘাটোৱাৰ, ভানু, ৰূপজ্যোতি, কমলাক্ষই কলে বামুনটাৰীত ৰাইজে ঘোষণা কৰিলে আব্দুল খালেকৰ বিজয়ৰ ফলাফল ষ্টাফ ৰিপ ৰ্টাৰ গুৱাহাটী  ২১ এপ্ৰিল : অহা ২৩ এপ্ৰিলত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা দুপৰীয়া ১২ মান বজাত কলগাছিয়াৰ বামুনটাৰীত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেকৰ হৈ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। জনীয়া সমষ্টি নিৰ্বাচনী …

অধিক »

কীৰ্ত্তন পাৰাত আজমলৰ ফ্ল’প শ্বো

গণ বাৰ্তা, কীৰ্তনপাৰা, ১৩ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাত আজমলৰ ফ্লপ শ্বো। বড়ো সম্প্ৰদায়ৰ নৃত্য আজমলৰ সভাত। মোদীক বাংলাদেশক পঠোৱাৰ দাবী ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ। বৰপেটা লোকসভা সমষ্টিত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান । আকাশত উৰিছে নেতাৰ হেলিকপ্টাৰ। কংগ্ৰেছ, বিজেপিৰ লগতে সমানে আগবাঢ়িছে এ আই ইউ ডি এফো। আজি এ …

অধিক »

কলগাছিয়াৰ লাংলাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিৰ্বাচনী সভা

 হিমন্ত বিশ্ব – বদৰুদ্দিন আজমল হল মিছা কথাৰ ভঁৰাল । খালেকৰ জয় নিশ্চিতঃ তৰুণ গগৈ   গণ বাৰ্তা বিশেষ, কলগাছিয়া, ১২ এপ্ৰিলঃ এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই । দুয়োটাই সাম্প্ৰদায়িক দল । বিজেপিয়ে হিন্দুৰ কথা কয় আৰু এ আই ইউ ডি এফে মুছলমানৰ কথা …

অধিক »

বিজেপি পুনৰ শাসনলৈ আহিলে দেশৰ সংবিধান সলনি কৰিব ঃ খালেক

ষ্টাফ ৰিপ’ৰ্টাৰ, নলবাৰী, গণ বাৰ্তা, চামতা, ৭ এপ্ৰিল ঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ নামত প্ৰাৰ্থীৰ মাজত বাক যুদ্ধ, বোকা ছটিওৱাৰ নিকৃষ্ট ৰাজনীতিয়ে নিৰ্বাচনকেন্দ্ৰিক পৰিৱেশ উত্তাল কৰি ৰখাৰ সময়তে আজি বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে বিস্ফোৰক অভিযোগ আনিছে। বিজেপি দল কেন্দ্ৰত পুনৰ শাসনলৈ আহিলে ভাৰতবৰ্ষৰ সংবিধান সলনি কৰি দি আৰ …

অধিক »

ডেৰ লাখ ভোট প্ৰদান কৰি মোক জনীয়াৰ ৰাইজে সাংসদ হোৱাৰ পথ মুকলি কৰিবঃ আব্দুল খালেক

কলগাছিয়াত কংগ্ৰেছৰ কৰ্মী সভাত আব্দুল খালেকৰ ঘোষণা ডিজিটেল বাৰ্তা, কলগাছিয়াঃ জনীয়া সমষ্টিৰ কলগাছিয়াৰ উদমাৰী বি এড কলেজত আজি জনীয়া সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেকৰ এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায় । ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি আজগৰ আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে নিজেই দলীয় নেতা …

অধিক »

বিহু গীত প্ৰেমৰ গীত

  মাইনা গোস্বামী সৌন্দৰ্য আৰু মাধুৰ্যৰ ফালৰ পৰা অসমীয়া সাহিত্য বিহু গীতবোৰৰ এটা সুকীয়া অস্তিত্ব আছে।ভাৱৰ আদান -প্ৰদান,সুমধুৰ ছন্দ সজ্জাৰ মধুৰতা সহজ সৰলতা আৰু অকৃত্ৰিমতাই গীতবোৰত সৌন্দৰ্য আৰু মাধুৰ্য দান কৰিছে।বৰ্তমান সময়ত যুগৰ পৰিবৰ্তন হৈছে।কৃষিজীৱী জীৱনৰ স্থায়িত্ব আৰু নিশ্চিন্ততাৰ পথাৰত ছাঁ পৰিছে মালিকীস্বত্ব ভৰা শিল্প যুগৰ স্থায়িত্বহীনতা আৰু নিৰাশাৰ।পথাৰ আৰু কৃষকৰ …

অধিক »

বৰপেটা লোকসভা সমষ্টিত মোৰ প্ৰতিদ্বন্দ্ব্বী কোন হ’ব মই বিচাৰিয়ে পোৱা নাইঃ আব্দুল খালেক

গণ বাৰ্তা, বঙাইগাঁও, ৫ এপ্ৰিলঃ বৰপেটা লোকসভা সমষ্টিত মোৰ প্ৰতিদ্বন্দ্বী কোন হ’ব মই বিচাৰিয়ে পোৱা নাই । এইটো এটা উৎসৱৰ নিৰ্বাচন আৰু আমাৰ কংগ্ৰেছ দলৰ কৰ্মী আৰু সমৰ্থকসকলে এইকেইদিন উৎসৱ কৰিব । পিছত চূড়ান্ত মুহূৰ্তত চাব যে ৰাইজে আমাক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰিব । –এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ …

অধিক »

ব’হাগৰ পথাৰত ‘শেলুক’ বিচৰাৰ আনন্দ

 মীৰা দত্ত চৌধুৰী বিৰিখৰ কুঁহিপাতে, কুলিৰ সুৱদি মাতে, বৰদৈচিলাই ৰঙালী বিহুৰ আগলি বতৰা কঢ়িয়ায় । ঢোল-পেঁপা-গগনাৰ মাতে ডেকা-গাভৰুৰ মন বলিয়া কৰে। আকাশত বিজুলীয়ে নাচে। মেঘে দুন্দুভি বজায়। ধৰালৈ বৰষুণ নামে। মাটি জীপাল হয়। পথাৰ গাভৰু হয়। মোৰ আদ্বয়সীয়া মনৰ দাপোণত তাহানিৰ যৌৱন কালৰ ৰঙালী বিহুৰ বিভিন্ন ছবিয়ে অগা-ডেৱা কৰে। বিহুৰ …

অধিক »

 হিমন্ত বিশ্ব শৰ্মা অসমৰ শত্ৰু : বৰপেটাত আব্দুল খালেকৰ বিস্ফোৰণ

পুলেন্দ্ৰ দাস, বৰপেটা, ১ এপ্ৰিল : ‘হিমন্ত বিশ্ব শৰ্মা অসমৰ শত্ৰু। অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন ছিঙিব বিচাৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।’ –এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকৰ । বৰপেটা প্ৰেছ ক্লাবত আজি অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাৰ একালৰ সতীৰ্থগৰাকীয়ে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ …

অধিক »