শেহতীয়া খবৰ
Home / Tag Archives: BJP

Tag Archives: BJP

যোৰহাটত নিৰ্বাচনী ৰনডংকা বজালে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যইঃ অগপ-কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত

গণবাৰ্তা বিশেষ, যোৰহাটঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যোৰহাটত অগপ কংগ্ৰেছ দুয়োটা দলতে মোক্ষম আঘাত হানি আজি দুয়োটা দলৰ কেইবাজনো কৰ্মী বিজেপি দলত যোগদান কৰে। আজি যোৰহাটৰ মালৌখাতৰ ৰঙ্গমঞ্চত অনুষ্ঠিত বিজেপিৰ এক দলীয় সভাত দুয়োটা দলৰে ৩০ গৰাকী কৰ্মী দলটোত যোগদান কৰে। অগপ দলে ৪৪ নং গাওঁ পঞ্চায়তত পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ অংশস্বৰূপে …

অধিক »