শেহতীয়া খবৰ
Home / Tag Archives: BJP Assam

Tag Archives: BJP Assam

আৰ পি শৰ্মাৰ ওপৰত ব্যৱস্থা ল’বলৈ অমিত শ্বাহক অভিযোগ জনাব ৰঞ্জিত দাসে

ডিজিটেল সংবাদ, গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ সময়ত টিকত বঞ্চিত হৈ নিৰ্বাচনৰ সময়ত দলক কোনোধৰণে সহায় নকাৰৰ বিপৰীতে প্ৰায়ে দল বিৰোধী মন্তব্য দি বিজেপিক আক্ৰমন কৰা তেজপুৰৰ সাংসদ আৰ পি শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ওচৰত অভিযোগ দাখিল কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত দাসে কয় যে …

অধিক »

সৰ্বানন্দ সোণোৱাল নকলি জাতীয় নায়কঃ তৰুণ গগৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ‘‘সোণোৱাল নকলি জাতীয় নায়ক তেওঁৰ দৰে কামিহাড় নথকা মুখ্যমন্ত্ৰী অসমত জন্ম হোৱা নাই।’’ দেওবাৰে এক সংবাদমেলযোগে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে বৰ্তমান অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এইদৰে কটাক্ষ কৰে। সোণোৱালক ‘পুতলা মুখ্য মন্ত্ৰী’ আখ্যা দি তেওঁ লগতে কয়, ‘‘অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ সোণোৱালে কেনেদৰে ৰক্ষা কৰিব? মোদীয়ে …

অধিক »

৮ জানুৱাৰীত ১১ ঘণ্টীয়াৰ অসম বন্ধ ঘোষণা আছুৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ “নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্ৰে গৃহীত হ’ব” বুলি কৈ প্ৰধান মন্ত্ৰী মোদীয়ে অসমত জুই জ্বলাই থৈ যোৱাৰ পিছত ক্ৰমে অধিক তীব্ৰ প্ৰতিবাদৰ অভিমুখে আগ বাঢ়িছে অসম তথা উত্তৰ-পূবৰ জাতীয় দল-সংগঠনবোৰ। বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বাবে গঠিত জেপিচিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছদিনাই, অৰ্থাৎ ৮ জানুৱাৰিত সমগ্ৰ উত্তৰ-পূব স্তব্ধ কৰি …

অধিক »

মুকলি হ’ল দীৰ্ঘদিনীয়া আশাৰ সেঁতু | আজি বগীবিল দলং উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ধেমাজীৰ কাৰেং চাপৰিত বিশাল আয়োজন WATCH VIDEO : ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ ডিচেম্বৰ ঃ ৰাইজৰ দীৰ্ঘদিনীয়া এক প্ৰত্যাশাৰ অন্ত পৰিব কাইলৈ। কেইটিমান মুহূৰ্তৰ পিছতেই ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ’ব ঐতিহাসিক বগীবিল দলং। কাইলৈৰ দিনটোত অসমৰ বাবে এক স্মৰণীয় দিন হিচাপে চিহ্নিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বগীবিল দলং আনুষ্ঠানিকভাৱে মুকলি …

অধিক »