শেহতীয়া খবৰ
Home / Tag Archives: Citizenship Amendment Act

Tag Archives: Citizenship Amendment Act

তিনিচুকীয়াত আই মাতৃয়ে ৰাজপথত মেখেলা পিন্ধালে জাতীয় নায়কক 

আন্দোলনকাৰীক অপমান নকৰিবলৈ সকীয়নি পৰাগ দত্তক  চাবুৱা, ১০ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহিত কৰি অসম আৰু অসমীয়াৰ অস্তিত্ব নাশ কৰিব খোজা বিজেপিৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিদিনে ৰাজ্যৰ চৌদিশ উত্তাল হৈ পৰিছে৷উজনি-নামনি আৰু মধ্য অসমৰ আৱাল-বৃদ্ধ-বনিতা, পুৰুষ-মহিলাই ৰাজপথ উত্তাল কৰি ৰাখিছে বিজেপিৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে৷বিশেষকৈ একালৰ জাতীয় নায়ক …

অধিক »

ক্ষোভত জ্বলিছে ৰাজ্য : শদিয়াৰ পৰা ধুবুৰীলৈ জাতিধবংসী বিধেয়কৰ বিৰোধিতা

  বোকাখাত ভ্ৰমণ বাতিল মুখ্যমন্ত্ৰীৰ    বৰাকতো বিধেয়কৰ বিৰোধিতা, সৰ্বত্ৰে মোদী-সৰ্বা- হিমন্তৰ প্ৰতিকৃতি দাহ নগাঁৱত বিজেপিৰ সভাপতি ক’লা পতাকা ঠায়ে ঠায়ে বিজেপিৰ কাৰ্যালয় আক্ৰমণ, চানমাৰীত শিল্পী সমাজৰ জোঁৰ সমদল ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ জানুৱাৰী : জাতিধবংসী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ অব্যাহত আছে। অসমীয়া জাতিৰ মেৰুদণ্ড ভাঙি …

অধিক »

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’বই 

শিলচৰত নিৰ্বাচন ৰণডংকা বজাই প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা ভাৰতত হিন্দু কেতিয়াও বিদেশী নহয় : মন্ত্ৰী হিমন্ত ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ জানুৱাৰী ঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰৰ ৰামনগৰত অনুষ্ঠিত বিশাল সভাত অংশ গ্ৰহণ কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবই বুলি হুংকাৰ প্ৰদান কৰে। …

অধিক »