শেহতীয়া খবৰ
Home / Tag Archives: Citizenship Amendment Bill

Tag Archives: Citizenship Amendment Bill

অগ্নিগৰ্ভা ইটানগৰ প্ৰতিবাদকাৰীয়ে অগ্নি সংযোগ কৰিলে শতাধিক বাহনত আৰক্ষীৰ গুলীত নিহত এজন সেনাৰ ফ্লেগ-মাৰ্ছ

ইটানগৰ, ২৩ ফেব্ৰুৱাৰী ঃ উত্তপ্ত হৈ পৰিছে অৰুণাচল প্ৰদেশ। জ্বলিব ধৰিছে চুবুৰীয়া ৰাজ্যখন। অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজেৰে স্বাভাৱিক জীৱন-যাপন কৰিবলৈ বাধ্য হৈ পৰিছে ৰাজ্যখনৰ নাগৰিক। উল্লেখ্য যে ৰাজ্যখনত পাৰমেনেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট চমুকৈ পি আৰ চি প্ৰদান কৰাক কেন্দ্ৰ কৰি অগ্নিগৰ্ভা হৈ পৰিছে অৰুণাচল প্ৰদেশ। ৰাজ্যখনত দীৰ্ঘদিনে বসবাস কৰি অহা দেউৰী, মৰাণসহ …

অধিক »

নাগৰিকত্ব (সংশোধনী) বিধেয়কক সমৰ্থন কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণ

ডিজিচেল সংবাদঃ আজি ৩১ জানুৱাৰি বৃহস্পতিবাৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ সপক্ষে নিজৰ মত প্ৰকাশ কৰিছে। তেওঁ কৈছে যে এই বিধেয়কখনে কোনো দেশত নিৰ্যাতনৰ বলি হৈ ভাৰতত আশ্ৰয় লোৱা লোকসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰক্ৰিয়া উজু কৰি তুলিব। সংসদত এটা নিয়মমাফিক ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে, ‘‘তেওঁলোকৰ কোনো …

অধিক »

সমগ্ৰ অৰুণাচলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

27 জানুৱাৰীৰ পৰা অৰুণাচল কংগ্ৰেছৰ লগতে দল-সংগঠনৰ অৰ্নিদিষ্ট কাললৈ তীব্ৰ প্ৰতিবাদ কৰাৰ সিদ্ধান্ত প্ৰতিবাদকাৰীৰ দৃশ্য :

অধিক »

লতাশিলৰ পৰাই দিল্লী-দিছপুৰক সকীয়নি | খিলঞ্জীয়াৰ স্বাৰ্থত লতাশিলত বজ্ৰনিনাদ 

জাতিধবংসী বিধেয়কৰ বিৰোধিতাৰে আছুসহ ৩০ সংগঠনৰ ৰণহুংকাৰ  ৰাজ্যসভাত গৃহীত হ’লে ৰাজ্যজুৰি বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ হুংকাৰ চুতীয়া ছাত্ৰ সন্থাৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ জানুৱাৰী ঃ জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত আজি লতাশিলৰ বাকৰিৰ পৰাই ৰণহুংকাৰ প্ৰদান কৰে আছুৰ নেতৃত্বত ত্ৰিশটাকৈ জাতীয় সংগঠনে। জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰি লতাশিল খেলপথাৰত আছুৰ …

অধিক »

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদৰ মাজতে নেডা আৰু বিজেপিৰ ভিতৰচ’ৰাত কন্দল আৰম্ভ

বৰ্তমান সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত বিজেপি বিৰোধী ঢৌ চলি থকাৰ মাজতে নেডাত ফাঁট মেলাৰ পিছত এইবাৰ এন ডি এতো ফাঁট মেলাৰ পৰ্ব আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অগপই উলিয়াবলগীয়া কাৰ্যসূচীত জে ডি ইউৰ এটা সজাতি দলে অংশ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে দলটোৰ নেতা …

অধিক »

ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত উত্তাল যোৰহাট : মূখ্যমন্ত্ৰী সোনোৱালৰ শ্মশান যাত্ৰা

গণবাৰ্তা বিশেষ, যোৰহাট ৯ জানুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আজিও উত্তাল হৈ আছে যোৰহাট চহৰ। যোৰহাটৰ বিভিন্ন স্থানত আজি বিধেয়ক খনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কালিৰ পৰা যোৰহাটৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদ আৰম্ভ কৰা পিছত আজি দ্বিতীয় দিনৰ বাবেও ছাত্ৰ ছাত্ৰী সকলে উত্তাল কৰি ৰাখে যোৰহাট …

অধিক »

ডঃ হীৰেণ গোঁহাইৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া নগাঁৱত 

ডঃ গোঁহাইৰ পক্ষত ঠিয় হ’ল নগাঁৱৰ বৌদ্ধিক মহল ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১০ জানুৱাৰীঃ ৰাজ্যখনৰ প্ৰখ্যাত বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁইক দেশদ্ৰোহী সজাই আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যখনৰ লগতে নগাঁও জিলাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জিলাখনত কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ, লেখক, কবি-সাহিত্যিকৰ লগতে বিভিন্ন সংগঠনে চৰকাৰৰ এনে অবিবেচক কাৰ্যৰ বিৰুদ্ধে …

অধিক »

নাগৰিক্ত সংশোধনী বিধেয়ক সন্দৰ্ভত মুখ খুলিলে বিধানসভাৰ অধ্যক্ষই

অসমৰ সংহতি-সম্প্ৰাতি বিনষ্ট কৰিব পৰা কোনো কাৰ্যক মোৰ বিবেকে সমৰ্থন নকৰে ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ জানুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়ত আজি বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে পোনপ্ৰথমবাৰৰ বাবে মন্তব্য প্ৰদান কৰিছে। অসম বিধানসভাৰ অধ্যক্ষ পদত থকা বাবে নীতিগতভাৱে সক্ৰিয় ৰাজনীতিৰ পৰা আৰু লগতে বিধায়ক …

অধিক »

নাগৰিকত্ব বিধেয়ক গৃহীত হ’ব বুলি প্ৰধানমন্ত্ৰীৰ ঘোষণা এটা দিনৰ পিছতেই জ্বলিছে অসম নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

নাগৰিকত্ব বিধেয়ক কোনো কাৰণতে গৃহীত হ’ব নিদিয়াৰ হুংকাৰ অখিল গগৈৰ সত্তোৰটা জাতীয় সংগঠনৰ বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত পদযাত্ৰা আজিৰে পৰা ৰাজ্যজুৰি বিধেয়কখনৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ মহানগৰ প্ৰতিবেদক, ৫ জানুৱাৰী : ৰাজ্যৰ দল-সংগঠনৰ প্ৰতিবাদক নস্যাৎ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি ঘোষণা কৰাৰ এটা দিন পিছতেই জ্বলি …

অধিক »

৭ জানুৱাৰীত অসমত জুৰি পালন কৰিব ধিক্কাৰ দিৱস

যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব বিধেয়কৰ চূড়ান্ত প্ৰতিবেদন দাখিলৰ দিনাই পালন কৰা হ’ব ধিক্কাৰ দিৱস ৭ জানুৱাৰীত অসমৰ বাতৰিকাকতত সম্পাদকীয় পৃষ্ঠা খালী ৰাখিবলৈ আহবান বৌদ্ধিক সমাজৰ গুৱাহাটীত অসম বচাওক শীৰ্ষক সভাত কেবালানিয়ো প্ৰস্তাৱ গ্ৰহণ উপস্থিত থাকে ড০ হীৰেণ গোঁহাই, উদয়াদিত্য ভৰালী, ড০ দীনেশ বৈশ্য মহানগৰ প্ৰতিবেদক, ৪ জানুৱাৰী : জাতিধবংসী তথা …

অধিক »