শেহতীয়া খবৰ
Home / Tag Archives: Congress

Tag Archives: Congress

শুনানীৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে হাজেলাক সাক্ষাৎ কংগ্ৰেছ বিধায়িনী দলৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ মে’ : এনআৰচিৰ আপত্তি আবেদনক লৈ চলা ষড়যন্ত্ৰ পোহৰলৈ অহাৰ পিছতেই সৰৱ হৈ পৰিছে কংগ্ৰেছ বিধায়িনী দল। প্ৰকৃত ভাৰতীয় নাগৰিক যাতে হাৰাশাস্তিৰ সন্মুখীন হ’ব নালাগে তাৰ বাবে আজি এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি কংগ্ৰেছ বিধায়িনী দলে এক স্মাৰক-পত্ৰ প্ৰদান কৰিছে। আজি হাজেলাক সাক্ষাৎ কৰি কংগ্ৰেছ …

অধিক »

সংস্থাপনৰ পৰিৱৰ্তে সোণোৱাল চৰকাৰে শিক্ষিত নিবনুৱাৰ মূৰ খাইছে

এপিএছচিৰ খেলিমেলি সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ অভিযোগ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ মে’ : কালি অসম লোকসেৱা আয়োগৰ অধ্যক্ষকে ধৰি অন্যান্য সদস্যসকলে সংবাদমেল যোগে তেওঁলোকৰ তত্ত্বাৱধানত আসোঁৱাহপূৰ্ণ আৰু চূড়ান্ত বেমেজালিৰে অনুষ্ঠিত হৈ যোৱা ২০১৮ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা সম্পৰ্কে যি চূড়ান্ত দায়িত্বজ্ঞানহীন আৰু পালমৰা উত্তৰ দি দায় সাৰিব বিচাৰিছে তাক অসম প্ৰদেশ …

অধিক »

কলগাছিয়াৰ বামুনটাৰীত ৪০ সহস্ৰাধিক লোকৰ সমাগমেৰে  জনসমুদ্ৰত পৰিণত হল খালেকৰ নিৰ্বাচনী সভা

ঘাটোৱাৰ, ভানু, ৰূপজ্যোতি, কমলাক্ষই কলে বামুনটাৰীত ৰাইজে ঘোষণা কৰিলে আব্দুল খালেকৰ বিজয়ৰ ফলাফল ষ্টাফ ৰিপ ৰ্টাৰ গুৱাহাটী  ২১ এপ্ৰিল : অহা ২৩ এপ্ৰিলত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা দুপৰীয়া ১২ মান বজাত কলগাছিয়াৰ বামুনটাৰীত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেকৰ হৈ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। জনীয়া সমষ্টি নিৰ্বাচনী …

অধিক »

আকৰ্ষণীয় ৰূপত বৰপেটাৰ  নিৰ্বাচনী পৰিবেশঃ প্ৰচাৰৰ ক্ষেত্ৰত শীৰ্ষত আব্দুল খালেক

পুলেন্দ্ৰ দাস, বৰপেটাঃ ৰাজ্যত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা বৰপেটা লোকসভা নিৰ্বাচনৰ পৰিবেশ আকৰ্ষণীয় হৈ পৰা পৰিলক্ষিত হৈছে ৷ ১৭ সংখ্যক সংসদীয় নিৰ্বাচনৰ বাবে ৬ নং বৰপেটা লোকসভা সমষ্টিত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস, কংগ্ৰেছৰ আব্দুল খালেক, এ আই ইউ ডি এফৰ ড০ হাফিজ ৰফিকুল ইছলামসহ মুঠ ১৩ গৰাকী …

অধিক »

নাগৰিকত্ব সংশোধনী বিধেয়ক এখন সাম্প্ৰদায়িক বিধেয়ক, শিলচৰত মোদীৰ হুংকাৰৰ পিছতে সৰৱ সমুজ্জল ভট্টাচাৰ্য

অসমত খিলঞ্জীয়াৰ প্ৰভূত্ব থাকিবই লাগিব ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ এপ্ৰিল ঃ শিলচৰত নিৰ্বাচনী জনসভাত প্ৰচাৰ চলাবলৈ আহি অসমৰ মাটিত থিয় হৈ অসমৰ অস্তিত্বৰ বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিমেই বুলি হুংকাৰ দিয়া নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আছু। বিজেপিয়ে নিজৰ ঘোষণা-পত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি পুনৰ চৰকাৰ …

অধিক »

কলগাছিয়াৰ লাংলাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিৰ্বাচনী সভা

 হিমন্ত বিশ্ব – বদৰুদ্দিন আজমল হল মিছা কথাৰ ভঁৰাল । খালেকৰ জয় নিশ্চিতঃ তৰুণ গগৈ   গণ বাৰ্তা বিশেষ, কলগাছিয়া, ১২ এপ্ৰিলঃ এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই । দুয়োটাই সাম্প্ৰদায়িক দল । বিজেপিয়ে হিন্দুৰ কথা কয় আৰু এ আই ইউ ডি এফে মুছলমানৰ কথা …

অধিক »

জালুকবাৰী সমষ্টিত ভানুক কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছতেই এতিয়া বিভিন্ন ৰাজনৈতিক দলে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ অংক মিলোৱাত ব্যস্ত হৈ পৰিছে। দ্বিতীয় পৰ্যায়ত পাঁচটা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত ক্ষমতা দখলৰ লক্ষ্যৰে প্ৰতিটো ৰাজনৈতিক দলে সমষ্টিসমূহত নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিছে। ইপিনে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্বৰ …

অধিক »

বকোত কংগ্ৰেছৰ গুৱাহাটী লোক সভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মাৰ নিৰ্বাচনী ৰণশিঙা।

গণ বাৰ্তা, বকো,  ১০ এপ্ৰিলঃ ঃ কামৰূপ জিলাৰ বকো সমষ্টিত আজি কংগ্ৰেছ দলৰ উদ্যোগত অনুষ্ঠিত হোৱা কেইবাখনো নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি নিৰ্বাচনী ৰণডংকা বজায় ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মাই। আজি বকো সমষ্টিৰ অন্তৰ্গত বকো ৰাজীৱ ভৱন প্ৰাংগণ, ভালুকঘাটা সত্ৰ প্ৰাংগণ, নাৰেংগা, ভুখুৰাদিয়া বজাৰ প্ৰাংগণকে ধৰি ঐতিহ্যমণ্ডিত ছমৰীয়া …

অধিক »

উত্তৰ প্ৰদেশত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ-এছপি-বিএছপিৰ মহাজোঁট

বিজেপি বিৰোধী পদক্ষেপতকৈ দলীয় ভিত্তি শক্তিশালী কৰাত কংগ্ৰেছৰ গুৰুত্ব ঃ অখিলেশ লক্ষ্ণৌ, ৮ এপ্ৰিল ঃ উত্তৰ প্ৰদেশত বিজেপিক পৰাজিত কৰিবলৈ কংগ্ৰেছ, মায়াৱতী নেতৃত্বাধীন বহুজন সমাজ পাৰ্টী আৰু অখিলেশ যাদৱ নেতৃত্বাধীন সমাজবাদী পাৰ্টীয়ে যুদ্ধ হুংকাৰ দিছে। দিল্লীৰ পৰা বিজেপি চৰকাৰক যিকোনো বিনিময়ত ক্ষমতাৰ পৰা আঁতৰাব লাগিব বুলি তিনিওটা ৰাজনৈতিক দল ঐক্যৱদ্ধ …

অধিক »

বিহালীৰ বৰগাঙত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

গণ বাৰ্তা, বিহালী, ৭ এপ্ৰিল ঃ ১১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ তেজপুৰ সংসদীয় প্ৰাৰ্থী এমভিজিকে ভানুক বিজয় সাব্যস্ত কৰাৰ উদ্দেশ্যৰে আজি বিহালীৰ বৰগাঙত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এখন নিৰ্বাচনী সভাত প্ৰচাৰ চলায়। ‘চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বাবে কংগ্ৰেছ চৰকাৰে ৩৫১ টকা মজুৰি নিৰ্ধাৰণ কৰিছিল। ৩৫১ টকা …

অধিক »