শেহতীয়া খবৰ
Home / Tag Archives: Cricket

Tag Archives: Cricket

আম্পায়াৰৰ সৈতে তৰ্ক কৰা বাবে সমালোচিত ধোনি

জয়পুৰ, ১২ এপ্ৰিল ঃ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে আইপিএল মেচৰ সময়ত ন’ বলৰ সন্দৰ্ভত সিদ্ধান্তক লৈ আম্পায়াৰৰ সৈতে তৰ্কত লিপ্ত হোৱা বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। সাধাৰণতে শান্ত স্বভাৱৰ ধোনিয়ে নিজৰ স্বভাৱৰ বিপৰীত আচৰণ প্ৰদৰ্শন কৰি ডগআউটৰ পৰা বাহিৰলৈ ওলাই আহি আম্পায়াৰৰ সৈতে …

অধিক »

আৰচিবিৰ ফেন্সৰ বাবে সুখবৰঃ বিশ্বৰ অন্যতম বিপজ্জনক বলাৰ ডেল ষ্টেন আহি আছে

নতুন দিল্লী : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) ১২তম ছিজনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ফেনসকলৰ বাবে এটা সুখবৰ। দলটোৱ সৈতে পৃথিৱীৰ সবাতোকৈ বিপজ্জনক বেগী বলাৰ হিচাপে খ্যাত ডেল ষ্টেন সংযোজিত হ’ব। ষ্টেন নাথান কুল্টাৰ নাইলৰ ঠাইত দলত অন্তৰ্ভুক্ত হ’ব। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বাবে বৰ্তমানৰ আইপিএল ছিজনটো কোনো বেয়া সপোনতকৈ কম নহয়। দলটোৱে …

অধিক »

এছেজৰ ব্যস্ত কাৰ্যক্ৰমৰ বাবে সকলো মেচ খেলা সম্ভৱ নহয় হেজেলউদৰ

ছিড্নি, ৪ এপ্ৰিল ঃ অষ্ট্ৰেলিয়াৰ বেগী বলাৰ জ’ছ হেজেলউদে কৈছে যে চলিত বছৰত অনুষ্ঠিত হ’বলগীয়া এছেজ শৃংখলাৰ কাৰ্যক্ৰমত তেওঁ বৰ্তমান অত্যন্ত ব্যস্ত হৈ পৰিবলগীয়া হৈছে। এই ব্যস্ততাৰ বাবেই প্ৰতিখন টেষ্ট মেচত ভাগ লোৱাটো তেওঁৰ পক্ষে সম্ভৱ নহয়। অষ্ট্ৰেলিয়া ক্ৰিকেট দলে এদিনীয়া বিশ্বকাপৰ ঠিক পিছতে জো ৰুট নেতৃত্বাধীন ইংলেণ্ডৰ বিৰুদ্ধে সাত …

অধিক »

হাৰ্দিক পাণ্ডিয়াৰ শক্তিশালী প্ৰদৰ্শনেৰে মুম্বাইৰ জয়

মুম্বাই, ৪ এপ্ৰিল : আই পি এলৰ ১৫তম মেচত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছক ৩৭ ৰানত পৰাস্ত কৰে। মুম্বাইৰ এই জয়ত সবাতোকৈ অধিক যোগদান আগবঢ়ায় অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই। তেওঁ বেটিং কৰি ৮টা বলত ২৫ ৰান সংগ্ৰহ কৰে। একেদৰে বলিঙত মহেন্দ্ৰ সিং ধোনীৰ লগতে তিনিজন খেলুৱৈক তেওঁ পেভিলিয়নলৈ পঠিয়াই। হাৰ্দিকক …

অধিক »