শেহতীয়া খবৰ
Home / Tag Archives: Dibrugarh

Tag Archives: Dibrugarh

তিনিচুকীয়াত আই মাতৃয়ে ৰাজপথত মেখেলা পিন্ধালে জাতীয় নায়কক 

আন্দোলনকাৰীক অপমান নকৰিবলৈ সকীয়নি পৰাগ দত্তক  চাবুৱা, ১০ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহিত কৰি অসম আৰু অসমীয়াৰ অস্তিত্ব নাশ কৰিব খোজা বিজেপিৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিদিনে ৰাজ্যৰ চৌদিশ উত্তাল হৈ পৰিছে৷উজনি-নামনি আৰু মধ্য অসমৰ আৱাল-বৃদ্ধ-বনিতা, পুৰুষ-মহিলাই ৰাজপথ উত্তাল কৰি ৰাখিছে বিজেপিৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে৷বিশেষকৈ একালৰ জাতীয় নায়ক …

অধিক »

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীক জাতীয় খলনায়ক আখ্যা আছুৰ

ৰশ্মিৰেখা সাউদ কলিতা ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰি সমগ্ৰ ৰাজ্য উত্তপ্ত হৈ  থকাৰ সময়তে  ডিব্ৰুগড়তো ৭০টা  দল-সংগঠনৰ অৱস্থান ধৰ্মঘট, জোঁৰ সমদল, বিধেয়কৰ প্ৰতিকী দাহ, ৰেলপথ অৱৰোধ আদি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে।  ডিব্ৰুগড়ত আজি  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক জাতীয় খলনায়ক আখ্যা দি  সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত …

অধিক »

ই দলঙেই নহয় লাখ লাখ লোকৰ জীৱন ৰেখা

 বগীবিল দলঙ উদ্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বগীবিল দলং উত্তৰ-পূৱৰ বাবে হ’ব সমন্বয়ৰ সেতু  সৰ্বানন্দ সোণোৱাল গুৱাহাটী, ২৫ ডিচেম্বৰ ঃ অৱশেষত সুদীৰ্ঘ ২১ বছৰীয়া প্ৰত্যাশাৰ অন্ত পৰিল। সকলোৰে সপোনৰ সেতু বাস্তৱত ৰূপায়িত হ’ল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত ব্যৱস্থাত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰি ৪.৯৪ কিঃমিঃ দৈৰ্ঘৰ দেশৰ দীৰ্ঘতম ৰে’ল আৰু …

অধিক »

আপোনাৰ বহুমূলীয়া ভোটটো দিয়াৰ আগতে এবাৰ ভাবক

  অসমৰ সৰ্বত্ৰে পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা। পঞ্চায়ত দখলৰ প্ৰচেষ্টাৰে প্ৰায় প্ৰতিজন প্ৰাৰ্থী উৎসাহিত। ভোটাৰক নিজৰ আস্থাত লোৱাৰ বাবে প্ৰয়োজনীয় সকলো কাম কৰিবলৈ, আশ্বাস দিবলৈ, প্ৰতিশ্ৰুতি দিবলৈ কুণ্ঠাবোধ নকৰা প্ৰাৰ্থীসকলৰ কথা শুনিলে এনে লাগে যেন এই নিৰ্বাচনত জয়ী হ’লে এখেতে এটা ৱাৰ্ডৰ পৰা আৰম্ভ কৰি জিলা পৰিষদলৈকে এক বৈপ্লৱিক পৰিবৰ্তন যে …

অধিক »

ডিব্ৰুগড়ত বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু 

গণ বাৰ্তা মৰাণ , ৪ ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কলাখোৱা মাজগাঁও গাঁৱত আজি পুৱাই দেখা গ’ল এক কৰুণ দৃশ্য।এটি বন্যহস্তীৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ পাচতে হাতীৰ পোৱালি এটাই মৃত হাতীটোক বিচাৰি হাহাকাৰ কৰি ফুৰা দেখা গৈছে। পুৱা স্থানীয় ৰাইজে বনবিভাগক খবৰ দিয়াৰ পিছত মৃত মখনা …

অধিক »