শেহতীয়া খবৰ
Home / Tag Archives: Golaghat

Tag Archives: Golaghat

ব’হাগৰ পথাৰত ‘শেলুক’ বিচৰাৰ আনন্দ

 মীৰা দত্ত চৌধুৰী বিৰিখৰ কুঁহিপাতে, কুলিৰ সুৱদি মাতে, বৰদৈচিলাই ৰঙালী বিহুৰ আগলি বতৰা কঢ়িয়ায় । ঢোল-পেঁপা-গগনাৰ মাতে ডেকা-গাভৰুৰ মন বলিয়া কৰে। আকাশত বিজুলীয়ে নাচে। মেঘে দুন্দুভি বজায়। ধৰালৈ বৰষুণ নামে। মাটি জীপাল হয়। পথাৰ গাভৰু হয়। মোৰ আদ্বয়সীয়া মনৰ দাপোণত তাহানিৰ যৌৱন কালৰ ৰঙালী বিহুৰ বিভিন্ন ছবিয়ে অগা-ডেৱা কৰে। বিহুৰ …

অধিক »

চুলাই ট্ৰেজেডি : মৃতকৰ সংখ্য ১৩০ জনলৈ বৃদ্ধি

চিকিৎসালয়ত ৰোগীৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিহতলৈ ২ লাখ আৰু চিকিৎসাধীনৰ বাবে ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা ষ্টাফ ৰিপ’ৰ্টাৰ, গণ বাৰ্তাযগণ বাৰ্তা বিশেষ, যোৰহাট, গোলাঘাট, ২৩ ফেব্ৰুৱাৰী ঃ গোলাঘাট, যোৰহাটত এতিয়া চুলাইৰ ট্ৰেজেডি। বিষাক্ত চুলাই সেৱন কৰি এজনৰ পিছত এজনকৈ চাহ শ্ৰমিকে হেৰুৱাইছে প্ৰাণ। …

অধিক »

গোলাঘাটত আপোনজনক হেৰুওৱাৰ বেদনাত কান্দোনৰ ৰোল ঃ বিষাক্ত চুলাই সেৱন কৰাৰ ফলত 22 জনকৈ লোকৰ মৃত্যু

মৃত্যুৰ উপত্যকাত পৰিণত হৈছে গোলাঘাট। গোলাঘাট : জিলাখনৰ শালমৰা চাহ বাগিচা আৰু যোগীবাৰী অঞ্চলত বিষাক্ত চুলাই সেৱন কৰাৰ ফলতেই অঞ্চল কেইটাৰ 22জনকৈ লোকে মৃত্যুক সাবটি ল’বলগা হোৱা ঘটনাই এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। বিষাক্ত চুলাই মদ সেৱন কৰি কৰুণ মৃত্যুক আঁকোৱালি লোৱা এই ঘটনাই সমগ্ৰ ৰাজ্যত জোকাৰণিৰ সৃষ্টি কৰিছে । …

অধিক »

তিনিচুকীয়াত আই মাতৃয়ে ৰাজপথত মেখেলা পিন্ধালে জাতীয় নায়কক 

আন্দোলনকাৰীক অপমান নকৰিবলৈ সকীয়নি পৰাগ দত্তক  চাবুৱা, ১০ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহিত কৰি অসম আৰু অসমীয়াৰ অস্তিত্ব নাশ কৰিব খোজা বিজেপিৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিদিনে ৰাজ্যৰ চৌদিশ উত্তাল হৈ পৰিছে৷উজনি-নামনি আৰু মধ্য অসমৰ আৱাল-বৃদ্ধ-বনিতা, পুৰুষ-মহিলাই ৰাজপথ উত্তাল কৰি ৰাখিছে বিজেপিৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে৷বিশেষকৈ একালৰ জাতীয় নায়ক …

অধিক »

অসম হাইস্কুল শিক্ষক সন্থাৰ ৪৫ সংখ্যক গোলাঘাট জিলা অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

ৰুবুল শইকীয়া, দেৰগাঁওঃ গোলাঘাট জিলাৰ ৪৫ সংখ্যক হাইস্কুল শিক্ষক সন্থাৰ অধিৱেশন ১৮ আৰু ১৯ জানুৱাৰীত দেৰগাঁৱৰ পূৱ কাকডোঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত কৰাক লৈ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷ এই উদ্দেশ্যে  ভৱ শইকীয়াক সভাপতি আৰু গোপাল বৰদলৈক সম্পাদক হিচাপে লৈ এখনি আদৰণী সমিতি গঠন কৰা হয়। এই সম্পৰ্কত বিদ্যালয়খনৰ প্ৰাক্তন …

অধিক »