শেহতীয়া খবৰ
Home / Tag Archives: Guwahati

Tag Archives: Guwahati

অম্বুবাচী মেলাৰ সুৰক্ষাত তৎপৰ প্ৰশাসন, কামাখ্যাত ২৮০ টা চিচি টিভি কেমেৰা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ জুন ঃ অহা ২২ জুনৰ পৰা কামাখ্যাত অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলাক লৈ প্ৰশাসন তৎপৰ হৈ পৰিছে। বিগত সময়ছোৱাত অম্বুবাচী মেলাক লৈ কূটাঘাতকাৰীয়ে ভাবুকি দিয়াৰ পৰিপ্ৰেক্ষিতত অম্বুবাচী মেলাখন যাতে সুকলমে অনুষ্ঠিত কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন। পূৰ্বতেও অম্বুবাচীক লৈ ভাবুকি থকা …

অধিক »

২২ জুনৰ পৰা অম্বুবাচী মেলা, ২৫ লাখ ভক্তক আপ্যায়ন কৰিবলৈ প্ৰস্তুত পৰ্যটন বিভাগ

ভক্তৰ শিবিৰত বৃদ্ধি কৰা হৈছে আসনৰ সংখ্যা, ব্যয় হ’ব ২.৬০ কোটি চাৰিটা পথেৰে মন্দিৰলৈ যাব পাৰিব ভক্তই, সংবাদমেলত অধ্যŽক্ষ জয়ন্তমল্ল বৰুৱাৰ ঘোষণা ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ জুন ঃ দেশৰ শক্তিপীঠসমূহৰ ভিতৰত অন্যতম মা কামাখ্যা দেৱীৰ ৰজস্বলা হোৱা বাবে আৰম্ভ হয় অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ নিবৃত্তি আৰু প্ৰবৃত্তিৰ মাজৰ দিনকেইটাত শক্তিপীঠত …

অধিক »

ব্ৰহ্মপুত্ৰত তিনি শিক্ষাৰ্থীৰ মৰণ জাঁপঃ দুই যুৱকৰ মৃতদেহ উদ্ধাৰ, সন্ধান নাই কৃষ্ণা কলিতাৰ মৃতদেহ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী,  ১০ জুন ঃ মহানগৰীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা। প্ৰেমজনিত কাৰণৰ বাবেই ব্ৰহ্মপুত্ৰৰ বুকুত তিনি শিক্ষাৰ্থীৰ মৰণজাঁপ। ঘটনা সংঘটিত হৈছে চন্দ্ৰপুৰৰ তাঁতীমৰাত। দুই ছাত্ৰ ক্ৰমে ভাৰ্গৱ ডেকা আৰু ৰঞ্জন ডেকাৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও এতিয়ালৈকে সন্ধান ওলোৱা নাই ব্ৰহ্মপুত্ৰত জাঁপ দিয়া চন্দ্ৰপুৰ জুনিয়ৰ কলেজৰ দ্বাদশ …

অধিক »

ৰাজ্যজুৰি ঈদৰ উছাহ, বজাৰত উভৈনদী বিভিন্ন খাদ্য, ৰং-বিৰঙী কাপোৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : ঈদ-উল-ফিতৰক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰা পৰিলক্ষিত হৈছে। এমাহ জোৰা ৰোজাৰ অন্তত অহা বুধবাৰে উদ্‌যাপন কৰিব পৱিত্ৰ ঈদ-উল-ফিতৰ। ঈদলৈ আৰু হাতত দুটা দিন বাকী থকা অৱস্থাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহৰ লগতে ঈদৰ প্ৰস্তুতি আৰম্ভ হোৱা পৰিলক্ষিত …

অধিক »

ফুটব্ৰীজ, পদপথৰ কামৰ অগ্ৰগতিৰ বুজ ল’বলৈ গুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্বৰ ছাদেন ভিজিট

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ জুন : লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে পুনৰ সক্ৰিয় হৈ পৰিছে ৰাজ্য চৰকাৰ। নিৰ্বাচনী ব্যস্ততাৰ অন্ত পৰাৰ লগে লগে চৰকাৰী আঁচনি আৰু কাৰ্যসূচীসমূহ সুচাৰুৰূপে চলাই নিয়াৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। আজি নিৰ্বাচনী দায়িত্ব অন্ত পৰাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপিৰ তত্ত্বাৱধায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই …

অধিক »

হাতীগাঁৱত ভেৰিফিকেচনৰ নামত পুনৰ লোৱা নহ’ব হাতৰ ছাপ

বিশিষ্ট নাগৰিক সমাজৰ সভাত যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ মন্তব্য ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ জুন : আজি ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিৰ উদ্যোগত লখৰাস্থিত এনইএফ কলেজত সামুহিক দোৱা আৰু ইফতাৰ অনুষ্ঠিত হয়। সংখ্যালঘু সম্প্ৰদায়ৰ পিছপৰা লোকসকলৰ সৰ্বাঙ্গীন উন্নতিৰ হকে কাম. কৰি অহা ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উদ্যোগত অনুষ্ঠিত এই সামুহিক দোৱা আৰু …

অধিক »

আমেথিত ৰাহুলক পৰাস্ত কৰি শক্তিপীঠত স্মৃতি ইৰাণী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ মে’ : লোকসভা নিৰ্বাচনত বিৰোধীৰ সেনাপতি ৰাহুল গান্ধীক পৰাস্ত কৰি সকলোকে চমক সৃষ্টি কৰা একালৰ অভিনেত্ৰী তথা বিজেপি নেত্ৰী স্মৃতি ইৰানীয়ে মন্ত্ৰীসভা গঠনৰ পূৰ্বেই আজি অসমত উপস্থিত হয়। পূৰ্বৰ মোদী চৰকাৰৰ সময়ছোৱাত মন্ত্ৰীৰ পদ হেৰুৱাব লগা হোৱা স্মৃতি ইৰানী এইবেলি মন্ত্ৰিত্বৰ অন্যতম দাবীদাৰৰ মাজত আছে। বিজেপিৰ বয়োজ্যেষ্ঠ …

অধিক »

ধৰ্মীয় মেৰুকৰণত সফল বিজেপি : প্ৰদ্যুৎ বৰদলৈৰ অভিযোগ

কংগ্ৰেছৰ নৱ নিৰ্বাচিত তিনি সাংসদক ৰাজীৱ ভৱনত সম্বৰ্ধনা অসম আৰু অসমীয়াৰ স্বাৰ্থত সংসদত বলিষ্ঠ পদক্ষেপ লোৱাৰ সংকল্প ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ মে’ : ধৰ্মীয় মেৰুকৰণত সফল হৈছে বিজেপি। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপিয়ে যি ধৰণে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছিল, সেইক্ষেত্ৰত সম্পূৰ্ণৰূপে সফল হৈছে। আজি গুৱাহাটীত অম্বৰিশ হোটেলত আয়োজিত এক সংবাদমেলত নগাঁও …

অধিক »

ৰোজাৰ বতৰত ভৰিছে বিষাক্ত ফল-মূলেৰে

ফাঁচী বজাৰত কেইবা কাৰ্টন কাৰ্বাইডযুক্ত ফল জব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ মে’ : ৰমজান মাহৰ সময়ত দিনৰ দিনটো উপবাসে থাকি সন্ধিয়া পৰত ইফতাৰ কৰাৰ সময়ত প্ৰয়োজন হয় ফল-মূলৰ। সেয়েহে ৰমজান মাহৰ সময়ত বজাৰত ফল-মূলৰ চাহিদা ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হয়। কিন্তু একাংশ অসাধু ব্যৱসায়ীৰ বাবে এতিয়া এই ফল-মূলসমূহ বিষত পৰিণত …

অধিক »

গুৱাহাটীত ভুৱা কল চেণ্টাৰ উৎখাত : প্ৰবঞ্চনাৰ পোহাৰ মেলি মাহে ৫০ লাখ টকাকৈ লুটিছিল

২৮টা মনিটৰ, ৪০টা চি পি ইউ, এটা লেপটপ, ২৮টা ম’বাইল জব্দ ৩৭জনক আটক-গ্ৰেপ্তাৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ মে’ : অসম আৰক্ষীৰ চি আই ডিয়ে এক অভিযান চলাই আজি গুৱাহাটীৰ জু-ৰোডত অৱস্থিত এটা বাসগৃহৰ দ্বিতীয় মহলাৰ পৰা এটা ভুৱা কল চেণ্টাৰ উৎখাত কৰিবলৈ সক্ষম হয়। জু-ৰোডত থকা প্ৰবীন্দ্ৰ হাজৰিকা নামৰ ব্যক্তিগৰাকীৰ বাসগৃহৰ …

অধিক »