শেহতীয়া খবৰ
Home / Tag Archives: Himanta Biswa Sarma

Tag Archives: Himanta Biswa Sarma

২০১৯-২০ বৰ্ষৰ বাজেটক জনতাৰ বাজেট আখ্যা মুখ্যমন্ত্ৰীৰ

ডিজিটেল সংবাদ, দিছপুৰঃ বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধান সভাত দাখিল কৰা ২০১৯-২০ বৰ্ষৰ বাজেটখনক জনতাৰ বাজেট বুলি অভিহিত কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে। এই বাজেটখনত সমাজৰ সকলাে শ্ৰেণীৰ জনসাধাৰণৰ সম-মর্যাদা, সামাজিক সুৰক্ষা নিশ্চিতকৰণৰ ব্যৱস্থা ৰখাৰ উপৰি ৰাজ্যখনৰ সামগ্রিক আর্থ-সামাজিক উত্তৰণৰ ব্যৱস্থা সন্নিৱিষ্টকৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। দিব্যাংগ, বৃদ্ধ, …

অধিক »

সোণোৱাল-হিমন্ত এক্সিডেন্টেল অসমীয়াঃ তৰুণ গগৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাৰ দৰে জাতীয় সংগঠনৰ নেতৃত্ব দি অগপৰ মজিয়াই দি গৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল। কিন্তু এতিয়া সোণোৱালৰ অসমীয়াত্বক লৈ উত্থাপিত হৈছে প্ৰশ্ন। তৰুণ গগৈৰ মতে সৰ্বানন্দ সোণোৱাল ‘এক্সিডেন্টেল অসমীয়া’। কেৱল সোণোৱালেই নহয়, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ‘এক্সিডেন্টেল অসমীয়া’। তেওঁলোক অসমী আইৰ সন্তান ভুলতেই …

অধিক »

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’বই 

শিলচৰত নিৰ্বাচন ৰণডংকা বজাই প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা ভাৰতত হিন্দু কেতিয়াও বিদেশী নহয় : মন্ত্ৰী হিমন্ত ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ জানুৱাৰী ঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰৰ ৰামনগৰত অনুষ্ঠিত বিশাল সভাত অংশ গ্ৰহণ কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবই বুলি হুংকাৰ প্ৰদান কৰে। …

অধিক »

দ্বিতীয় চৰাইদেউ মহোৎসৱ ২০১৯ আৰম্ভ : উদুলি-মুদুলি চৰাইদেউ পদূলি।

চ্যুকাফা মৈদাম সংৰক্ষণৰ বাবে এক কোটি টকা পেকেজ ঘোষণা মন্ত্ৰী হিমন্তৰ মহোৎসৱস্থলীৰ পৰা বিপিন হাজৰিকা,শিমলুগুৰি, ২ জানুৱাৰী ঃ চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু চৰাইদেউ জিলাবাসীৰ সহযোগত আজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় চৰাইদেউ মহোৎসৱ ২০১৯। চৰাইদেউ মৈদামক্ষেত্ৰত আজিৰে পৰা ৪ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব এই মহোৎসৱ। চৰাইদেউ জিলা উপায়ুক্ত তথা উদ্যাপন সমিতিৰ …

অধিক »