শেহতীয়া খবৰ
Home / Tag Archives: Jorhat

Tag Archives: Jorhat

আপোনাৰ বহুমূলীয়া ভোটটো দিয়াৰ আগতে এবাৰ ভাবক

  অসমৰ সৰ্বত্ৰে পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা। পঞ্চায়ত দখলৰ প্ৰচেষ্টাৰে প্ৰায় প্ৰতিজন প্ৰাৰ্থী উৎসাহিত। ভোটাৰক নিজৰ আস্থাত লোৱাৰ বাবে প্ৰয়োজনীয় সকলো কাম কৰিবলৈ, আশ্বাস দিবলৈ, প্ৰতিশ্ৰুতি দিবলৈ কুণ্ঠাবোধ নকৰা প্ৰাৰ্থীসকলৰ কথা শুনিলে এনে লাগে যেন এই নিৰ্বাচনত জয়ী হ’লে এখেতে এটা ৱাৰ্ডৰ পৰা আৰম্ভ কৰি জিলা পৰিষদলৈকে এক বৈপ্লৱিক পৰিবৰ্তন যে …

অধিক »

যোৰহাট এ টি এম চুৰি কাণ্ডৰ লগত জড়িত ৭ জন আৰক্ষী জালত

শুভাশীষ শৰ্মা  যোৰহাটঃ যোৱা ১ ডিচেম্বৰ নিশা যোৰহাটৰ ভোগদৈ আৰক্ষী চকীৰ অন্তৰ্গত বাহনা অঞ্চলৰ ইউ বি আই বেঙ্কৰ এ টি এম চুৰি ঘটনাৰ লগত জড়িত ৭ টা দুধৰ্ষ চোৰ আজি আৰক্ষী জালত পৰে। ভোগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টুলুমনি দুৱৰাৰ নেতৃত্বত আৰম্ভ হোৱা অভিযানত ধৰা পৰে চোৰৰ দলটো। জানিব পৰা …

অধিক »