শেহতীয়া খবৰ
Home / Tag Archives: Lok Sabha Elections

Tag Archives: Lok Sabha Elections

বকোৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

 বিমুদ্ৰাকৰণ কৰাৰ ফলত দুশ মানুহৰ মৃত্যু হৈছে :নন্দিতা দাস গণ বাৰ্তা, নগৰবেৰা, ১৩ এপ্ৰিলঃ অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৭ নং গুৱাহাটী লোকসভা সমষ্টিতো বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে। নিৰ্বাচনী …

অধিক »

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত | ভোটৰ সমীকৰণত ব্যস্ত ৰাজনৈতিক দল নোট-মদ, চাইনিজ মোবাইলেৰে ভোটৰ অংক

ষ্টাফৰিপ’ৰ্টাৰ, গুৱাহাটী : আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পিছতেই বিভিন্ন ৰাজনৈতিক দল এতিয়া ভোটৰ অংকত ব্যস্ত হৈ পৰিছে। ৰথী-মহাৰথী ষ্টাৰ কেম্পেইনাৰেৰে নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণ কৰাৰ অংকত এতিয়া তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰত অহা ১১ এপ্ৰিলত বন্দী হ’ব ৪১গৰাকী প্ৰাৰ্থীৰ ভাগ্য। আজি ৰাজ্যৰ পাঁচটা সমষ্টিত অন্তিম দিনা কংগ্ৰেছ-বিজেপি-অগপ …

অধিক »

খাৰুপেটীয়াত জব্দ আঢ়ৈ লাখ টকা 

ইমদাদুল ইছলাম, খাৰুপেটীয়াঃ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতে দৰঙৰ খাৰুপেটীয়াত নিৰ্বাচনী বিষয়াই জব্দ কৰিলে আঢ়ৈ লাখ টকা৷ AS-13G 9211 নম্বৰৰ এখন স্কৰপিঅ গাড়ীত খাৰুপেটীয়া টাউনৰ মাজমজিয়াত সন্ধীয়া ৭ বজাত ব্যৱসায়ী হামিদুৰ ৰহমান ওৰফে ভোলাৰ পৰা  নিৰ্বাচনী বিষয়া ভৰত দেউৰীয়ে জব্দ কৰে টকাখিনি৷ উল্লেখ্য যে নিৰ্বাচনী বিষয়াই আজি সন্ধিয়া খাৰুপেটীয়া আছাম …

অধিক »

এটকা লোৱা বুলি প্ৰমাণ হ’লে ৰাজহুৱা জীৱন ত্যাগ কৰিম সংবাদমেলত অখিল গগৈৰ বিস্ফোৰণ

অগপ-বিজেপি মিত্ৰজোঁটক ভোট নিদিবলৈ আহবান মুখ্যমন্ত্ৰীক প্ৰত্যাহবান  ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ এপ্ৰিল ঃ কালি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সদস্য এগৰাকীয়ে বিজেপিত যোগদান কৰি অখিল গগৈৰ ওপৰত ধন লোৱাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে আজি অসুস্থ অৱস্থাতে সৰৱ হৈ উঠে অখিল গগৈ। উল্লেখ্য যে কালি নিশা প্ৰচণ্ড পেটৰ বিষত আক্ৰান্ত হৈছিল কৃষক …

অধিক »

মহাৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ সমষ্টি নৰ্থ মুম্বাই লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাথী জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ কাৰ্যসূচী আৰু নিৰ্বাচনী সভাৰ কিছু দৃশ্য

     

অধিক »

কংগ্ৰেছ ক্ষমতালৈ আহিলে বাতিল হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক

বলক্ষেত্ৰীত ববিতা শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ গণ বাৰ্তা, চামতা, ৪ এপ্ৰিল : অসমীয়াৰ আৱেগ, অনুভূতি তথা জাতীয় সত্তাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক কংগ্ৰেছে কোনোপধ্যেই মানি নলয়। কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰাথমিক পৰ্যায়তে  বিধেয়কখন বাতিল কৰা হ’ব । ইতিমধ্যে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে উক্ত বিষয়ত নিজৰ স্থিতি স্পষ্ট …

অধিক »

২০১৯ৰ লোকসভা নিৰ্বাচনত কোন দলক সমৰ্থন কৰিব

 মাজেদুৰ ৰহমান ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে দেশত ব্যাপক তৎপৰতা আৰম্ভ হৈছে। নিৰ্বাচন আয়োগে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰাৰ আভাস দিয়াৰ বিপৰীতে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি ভোট যুদ্ধত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে। অন্যহাতে বৃহৎ দলসমূহে সৰু-সুৰা দলৰ লগত জোঁটবন্ধন কৰি নিজৰ প্ৰাৰ্থী জয়লাভ কৰাৰ অংকত ব্যস্ত। …

অধিক »

পঞ্চতীৰ্থ হাজোৰ পৰাই ববিতা শৰ্মাৰ নিৰ্বাচনী ৰণডংকা

মাধৱ মন্দিৰ-পোৱা মক্কাত আশিষ লৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ বাবে গুৱাহাটী সমষ্টিত ব্যাপক প্ৰচাৰ কাৰ্য আৰম্ভ হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলৰ। গুৱাহাটী সমষ্টিত মূল যুঁজ কংগ্ৰেছ আৰু বিজেপিৰ মাজত হোৱাটো একপ্ৰকাৰ নিশ্চিত। তেনে অৱস্থাত কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে চমক সৃষ্টি কৰিবলৈ …

অধিক »

দিল্লিত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

জয়ী হ’লে বাতিল কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক বান-গৰাখহনীয়াৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ এপ্ৰিল : লোকসভা নিৰ্বাচনক লৈ একপ্ৰকাৰ প্ৰস্তুতি তুংগত কৰি তুলিছে কংগ্ৰেছ দলে। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে কংগ্ৰেছ দলে। নিৰ্বাচনী ইস্তাহাৰত (http://manifesto.inc.in) টেগলাইন ৰখা হৈছে ‘কংগ্ৰেছ …

অধিক »

বেইমানক ভগৱানে কেতিয়াও আৰ্শীবাদ নিদিয়েঃ তৰুণ গগৈ

ৰূপহীহাট সমষ্টিৰ জুৰীয়াৰ কদমনি টাউন বজাৰত গৌৰৱ গগৈৰ নিৰ্বাচনী সভা ডিজিটেল সংবাদ, নগাঁওঃ একালৰ পৰম মিত্ৰ আৰু বৰ্তমান ৰাজনৈতিক শত্ৰু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাত আজি মুখৰ হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে আজি সংসদীয় সমষ্টিটোৰ অন্তৰ্গত জুৰীয়াৰ কদমনি টাউন খেল পথাৰত নিজ পুত্ৰ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ …

অধিক »