শেহতীয়া খবৰ
Home / Tag Archives: Lok Sabha Elections 2019

Tag Archives: Lok Sabha Elections 2019

হিন্দু-মুছলমানে জয়ী কৰাব মোক , বৰপেটাত কংগ্ৰেছৰ জয় নিশ্চিতঃ আব্দুল খালেক

উন্নয়ন-সংগ্ৰাম-সমন্বয়ৰ বাবে কংগ্ৰেছক দিছে ভোট, ৰেলৰ মানচিত্ৰত বৰপেটা চহৰক অন্তৰ্ভূক্ত কৰিবই বুলি খালেকৰ প্ৰতিশ্ৰুতি   পুলেন্দ্ৰ দাস, বৰপেটা, ২৩ এপ্ৰিলঃ ৰাজ্যত আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সামৰণি পৰাৰ পিছতে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকী জয়ৰ ক্ষেত্ৰত যথেষ্ট আত্মবিশ্বাসী হৈ পৰা পৰিলক্ষিত হয়। নিৰ্বাচনৰ সামৰণিৰ পিছতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে এই প্ৰতিবেদকৰ আগত জনায় …

অধিক »

কলগাছিয়াৰ বামুনটাৰীত ৪০ সহস্ৰাধিক লোকৰ সমাগমেৰে  জনসমুদ্ৰত পৰিণত হল খালেকৰ নিৰ্বাচনী সভা

ঘাটোৱাৰ, ভানু, ৰূপজ্যোতি, কমলাক্ষই কলে বামুনটাৰীত ৰাইজে ঘোষণা কৰিলে আব্দুল খালেকৰ বিজয়ৰ ফলাফল ষ্টাফ ৰিপ ৰ্টাৰ গুৱাহাটী  ২১ এপ্ৰিল : অহা ২৩ এপ্ৰিলত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা দুপৰীয়া ১২ মান বজাত কলগাছিয়াৰ বামুনটাৰীত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেকৰ হৈ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। জনীয়া সমষ্টি নিৰ্বাচনী …

অধিক »

কীৰ্ত্তন পাৰাত আজমলৰ ফ্ল’প শ্বো

গণ বাৰ্তা, কীৰ্তনপাৰা, ১৩ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাত আজমলৰ ফ্লপ শ্বো। বড়ো সম্প্ৰদায়ৰ নৃত্য আজমলৰ সভাত। মোদীক বাংলাদেশক পঠোৱাৰ দাবী ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ। বৰপেটা লোকসভা সমষ্টিত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান । আকাশত উৰিছে নেতাৰ হেলিকপ্টাৰ। কংগ্ৰেছ, বিজেপিৰ লগতে সমানে আগবাঢ়িছে এ আই ইউ ডি এফো। আজি এ …

অধিক »

বিদেশী ন্যায়াধিকৰণৰ ৰায় বনাম এন আৰ চি

 আব্দুৰ ৰহমান চিকদাৰ সকলোৱে জ্ঞাত যে এন আৰ চি অদ্যাৱধিকৰণৰ কাম চলি থাকোতে বহুতৰ নামৰ আগত ডি (ভোটাৰ তালিকাত) লগোৱা হৈছে, বিদেশী গোচৰ পঞ্জীয়ন হৈছে, আনকি গোচৰ প্ৰক্ৰিয়া চলি থকাও পৰিলক্ষিত হৈছে। খচৰা তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ পিছতো বহুতৰ নামত বিদেশী গোচৰ ৰুজু হৈছে আৰু বহুতক বিদেশী বুলি ঘোষণা কৰা …

অধিক »

কলগাছিয়াৰ লাংলাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিৰ্বাচনী সভা

 হিমন্ত বিশ্ব – বদৰুদ্দিন আজমল হল মিছা কথাৰ ভঁৰাল । খালেকৰ জয় নিশ্চিতঃ তৰুণ গগৈ   গণ বাৰ্তা বিশেষ, কলগাছিয়া, ১২ এপ্ৰিলঃ এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই । দুয়োটাই সাম্প্ৰদায়িক দল । বিজেপিয়ে হিন্দুৰ কথা কয় আৰু এ আই ইউ ডি এফে মুছলমানৰ কথা …

অধিক »

বকোত কংগ্ৰেছৰ গুৱাহাটী লোক সভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মাৰ নিৰ্বাচনী ৰণশিঙা।

গণ বাৰ্তা, বকো,  ১০ এপ্ৰিলঃ ঃ কামৰূপ জিলাৰ বকো সমষ্টিত আজি কংগ্ৰেছ দলৰ উদ্যোগত অনুষ্ঠিত হোৱা কেইবাখনো নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি নিৰ্বাচনী ৰণডংকা বজায় ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মাই। আজি বকো সমষ্টিৰ অন্তৰ্গত বকো ৰাজীৱ ভৱন প্ৰাংগণ, ভালুকঘাটা সত্ৰ প্ৰাংগণ, নাৰেংগা, ভুখুৰাদিয়া বজাৰ প্ৰাংগণকে ধৰি ঐতিহ্যমণ্ডিত ছমৰীয়া …

অধিক »

আজি পাঁচ সমষ্টিত ৪১ প্ৰাৰ্থী নিৰ্বাচনী যুঁজ, ৭৫১৬২৮৪ ভোটাৰে নিৰ্ণয় কৰিব ভাগ্য

প্ৰতিটো ভোট কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা ষ্টাফৰিপ’ৰ্টাৰ , গুৱাহাটী, ১০ এপ্ৰিলঃ ঃ বিভিন্ন ৰাজনৈতিক দলৰ অংক-জংকৰ অন্ত পেলাই কাইলৈ দেশৰ সপ্তদহ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। ৭টা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ কাইলৈ প্ৰথম পৰ্যায়ত ২০খন ৰাজ্যৰ ৯১টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। বিভিন্ন ৰাজ্যৰ লগতে অসমতো ৫টা লোকসভা সমষ্টিত কাইলৈ পুৱা ৭ …

অধিক »

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত | ভোটৰ সমীকৰণত ব্যস্ত ৰাজনৈতিক দল নোট-মদ, চাইনিজ মোবাইলেৰে ভোটৰ অংক

ষ্টাফৰিপ’ৰ্টাৰ, গুৱাহাটী : আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পিছতেই বিভিন্ন ৰাজনৈতিক দল এতিয়া ভোটৰ অংকত ব্যস্ত হৈ পৰিছে। ৰথী-মহাৰথী ষ্টাৰ কেম্পেইনাৰেৰে নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণ কৰাৰ অংকত এতিয়া তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰত অহা ১১ এপ্ৰিলত বন্দী হ’ব ৪১গৰাকী প্ৰাৰ্থীৰ ভাগ্য। আজি ৰাজ্যৰ পাঁচটা সমষ্টিত অন্তিম দিনা কংগ্ৰেছ-বিজেপি-অগপ …

অধিক »

মুকালমুৱাত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা জব্দ ৪ লাখ ৭৫ হেজাৰ টকা, আৰক্ষীৰ তদন্ত আৰম্ভ

ষ্টাফৰিপ’ৰ্টাৰ, নলবাৰী, ৯ এপ্ৰিলঃ নলবাৰী জিলাৰ মুকালমুৱা মহকুমাত আজি এখন দুৰ্ঘটনাগ্ৰস্ত বলেৰ’ পিক আপ ভান বাহনৰ পৰা আৰক্ষীয়ে ৪ লাখ ৭৫ হেজাৰ টকা উদ্ধাৰ কৰা ঘটনাই চৰ্চা লাভ কৰে অঞ্চলটোত। জানিব পৰা মতে বৰপেটা জিলাৰ মন্দিয়াৰ আহমেদ হাৰ্ডৱেৰৰ পৰা নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত চাউলখোৱা পাৰত বাহনখনে কিছু টিনপাট …

অধিক »