শেহতীয়া খবৰ
Home / Tag Archives: Modi

Tag Archives: Modi

আজি মোদীৰ প্ৰধান মন্ত্ৰিত্বৰ শপত

মন্ত্ৰী সভাক লৈ শ্বাহ-মোদীৰ গুৰুত্বপূৰ্ণ সভা,কেবিনেটত দেখা যাব ৩৫ শতাংশ নতুন মুখ নতুন দিল্লী, ৩০ মে’ : দ্বিতীয়বাৰৰ বাবে কংগ্ৰেছক ধূলিসাৎ কৰি নৰেন্দ্ৰ মোদীয়ে ক্ষমতা দখল কৰাৰ পিছতে  আনুষ্ঠানিকভাৱে শপতবাক্য পাঠ কৰিব। আজি মোদীৰ লগতে নতুন চৰকাৰৰ কেবিনেটে শপতবাক্য লোৱাৰ প্ৰাক্মুহূৰ্তত কেবিনেটক লৈ ৭ লোক কল্যাণ মাৰ্গত থকা প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰী …

অধিক »

৭৫,০০০ নিবনুৱাক নিযুক্তিৰ যো-জা , শপত গ্ৰহণৰ পূৰ্বেই মোদীৰ এশ দিনৰ কৰ্মসূচী প্ৰস্তুত

আন্তঃগাঁথনি উন্নয়নৰ নামত এশ লাখ কোটি ধাৰ্য কৃষি আৰু গ্ৰামোন্নয়নত ২৫ লাখ কোটি বিনিয়োগ নতুন দিল্লী : বিপুল জনাদেশেৰে দিল্লীৰ মচনদ দখল কৰাৰ পিছত মোদীয়ে পূৰ্বৰ চৰকাৰৰ সময়ত উত্থাপিত অভিযোগসমূহ প্ৰশমিত কৰাৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত পোৱা গৈছে। উল্লেখ্য যে বিগত সময়ছোৱাত মোদীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুযায়ী কাম নকৰাৰ অভিযোগ উত্থাপিত …

অধিক »

দিল্লীত পুনৰ চকীদাৰৰ চৰকাৰ, জনাদেশত বিধবস্ত ৰাহুল গান্ধী

এন ডি এৰ ৩৫০খন আসনত অগ্ৰগতি ৮৬খনতে থমকিল ইউপিএ, আমেথিত পৰাস্ত ৰাহুল ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী : প্ৰতিষ্ঠানবিৰোধী ঢৌ যে সাময়িক আছিল সেয়া প্ৰমাণন কৰি পুনৰ এবাৰ দিল্লীত ক্ষমতা দখল কৰিবলৈ সক্ষম হয় বিজেপি। আজি দেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে বিজেপি শিবিৰত হৰ্ষোল্লাস বিয়পি পৰাৰ বিপৰীতে নিমাওমাও পৰিৱেশৰ সৃষ্টি …

অধিক »

ফলাফল ঘোষণাৰ পিছতেই দিল্লীৰ বিজেপিৰ কাৰ্যালয়ত উছাহৰ ঢল, এই বিজয় গণতন্ত্ৰৰ বিজয় : মোদী

এই জয় বৰ্ণবাদ-জাতিবাদৰ বিৰুদ্ধে জয় : অমিত শ্বাহ নতুন দিল্লী, ২৩ মে’ : আজি বিজেপি তথা এন ডি এ ৩৫০খনতকৈও অধিক আসনত বিজয় সাব্যস্ত কৰাটো নিশ্চিত হৈ পৰাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তৰ বিজেপি কাৰ্যালয়ত উছাহৰ ধল বোৱাৰ লগতে দিল্লীত থকা অটল বিহাৰী বাজপেয়ী ভৱনত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে। লক্ষণীয় যে বিজেপিয়ে …

অধিক »

নিৰ্বাচনী আঁচৰণ বিধি উলংঘা প্ৰসংগত কঠোৰ উচ্চতম ন্যায়ালয়

৬ মে’ৰ ভিতৰত নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগক নতুন দিল্লী, ২ মে’ ঃ নিৰ্বাচনী আচৰণবিধি উলংঘনৰ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে থকা অভিযোগসমূহ অহা ৬ মে’ৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশনা প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। চলিত সাধাৰণ নিৰ্বাচনত …

অধিক »

ৰাজ্যত পিঁয়াজ ২৫ টকা, নাচিকত ১.৪০ টকা  | ৭৫০ কিলো পিঁয়াজৰ মূল্য ১০৬৪ টকা 

মোদীৰ আেচ্ছ দিনৰ শ্ল’গানঃ কৃষকৰ উপাৰ্জন বৃদ্ধিৰ গান ক্ষোভিত কৃষকে উৎপাদিত পিঁয়াজৰ মূল্য দান কৰিলে প্ৰধান মন্ত্ৰীৰ পুঁজিলৈ পানীৰ দৰত বিক্ৰী হোৱা পিঁয়াজ ২৫-৩০ টকা হয় কেনেকৈ গণ অনলাইন, নাচিক :   ৰাজ্যত পিঁয়াজৰ মূল্য প্ৰতিকিলোত ২৫-৩০ টকা দৰত বিক্ৰী হৈ আছে যদিও পিঁয়াজৰ উৎপাদকসকলে সম্প্ৰতি পানীৰ দৰত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলগীয়া …

অধিক »