শেহতীয়া খবৰ
Home / Tag Archives: Nagaon

Tag Archives: Nagaon

নগাঁৱৰ কাটনি গাঁৱত শিক্ষকৰ মৃত্যুত শোক , ২১ বছৰে শিক্ষকতা কৰি নেদেখিলে দৰমহাৰ ধন

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৮ মে’ : নগাঁও চহৰৰ সমীপৰ কাটনি গাঁৱৰ বাসিন্দা ভেঞ্চাৰ স্কুলৰ শিক্ষক গোলাপ হাজৰিকা (৫২)ৰ কালি সন্ধ্যা মৃত্যু হয়। দীৰ্ঘদিন ধৰি মধুমেহ বেমাৰত আক্ৰান্ত হাজৰিকাৰ কালি সন্ধ্যা হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাত ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা …

অধিক »

আলোচনাপন্থী ডি এইচ ডিৰ কংগ্ৰেছক সমৰ্থন।

উল্লেখ্য যে বিগত পাঁচ বছৰে চৰকাৰে আলোচনা পন্থীৰে হোৱা চুক্তি ৰূপায়ন নকৰাত ক্ষুব্ধ সংগঠনটো নেতা দিলীপ নুনিছা। নগাঁও, ডিফু , শিলচৰ আৰু কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থীক মুকলি সমৰ্থন সংগঠনটোৰ

অধিক »

ব’হাগৰ পথাৰত ‘শেলুক’ বিচৰাৰ আনন্দ

 মীৰা দত্ত চৌধুৰী বিৰিখৰ কুঁহিপাতে, কুলিৰ সুৱদি মাতে, বৰদৈচিলাই ৰঙালী বিহুৰ আগলি বতৰা কঢ়িয়ায় । ঢোল-পেঁপা-গগনাৰ মাতে ডেকা-গাভৰুৰ মন বলিয়া কৰে। আকাশত বিজুলীয়ে নাচে। মেঘে দুন্দুভি বজায়। ধৰালৈ বৰষুণ নামে। মাটি জীপাল হয়। পথাৰ গাভৰু হয়। মোৰ আদ্বয়সীয়া মনৰ দাপোণত তাহানিৰ যৌৱন কালৰ ৰঙালী বিহুৰ বিভিন্ন ছবিয়ে অগা-ডেৱা কৰে। বিহুৰ …

অধিক »

নগাঁৱত বিশিষ্ট কবি-সাহিত্যিকৰ মৃত্যুত শোক

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৮ মাৰ্চ : বিশিষ্ট কবি-সাহিত্যিক আৰু ব্যৱসায়ী ঘণশ্যাম বৰা(৭৩)ৰ আজি পুৱা নগাঁও চহৰৰ সমীপৰ তেলীয়া গাঁৱৰ নিজা বাসভৱনত মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি মধুুমেহ আৰু হৃদৰোগত আক্ৰান্ত হৈ আছিল। অসম কবি সন্মিলনৰ লগত জৰিত বৰা মৃত্যুৰ সময়লৈকে সংগঠনটোৰ ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত হৈ আছিল। “সৰাফুল”, …

অধিক »

জাজৰি আৰক্ষী ৰ অভিযানত উদ্ধাৰ ৩৫ লাখ টকা

গনবাৰ্তা, বেবেজীয়া,২৮ মাৰ্চ : দেশজুৰি নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে জাজৰি আৰক্ষীৰ তৎপৰতাত জব্দ হল নগদ ৩৫ লাখ টকা সহ চাৰিজন ব্যক্তি।উল্লেখযোগ্য যে নিৰ্বাচনী পৰ্যবেক্ষক,জিলা আয়কৰ বিভাগ আৰু জাজৰি আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত আজি আবেলিৰ প্ৰায় ৪ বজাত “কুৰুৱাবাহী চাৰিআলি” নগাঁওৰ পৰা জাজৰি অভিমুখে আহি থকা AS 02U …

অধিক »

সংখ্যালঘু জলপানিৰ বৃহৎ বিত্তীয় কেলেংকাৰিঃ জুৰীয়াত তদন্তকাৰী চি আই ডিৰ দল

ডিজিটেল সংবাদঃ নগাঁও জিলাৰ জুৰীয়াত সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ জলপানিৰ ধনৰ নামত সংঘটিত বৃহৎ বিত্তীয় কেলেংকাৰিৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছত শনিবাৰে গুৱাহাটীৰ পৰা অহা চি আই ডিৰ দলে জুৰীয়াত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ জুৰীয়াৰ বহু কেইখন বিদ্যালয়ত ২০১৭-১৮ বৰ্ষত সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ জলপানিৰ ধনৰ নামত কোটিটকীয়া বিত্তীয় কেলেংকাৰিৰ সংঘটিত হোৱা বুলি চি আই ডিত ৰুজু হৈছিল …

অধিক »

ৰহাত ৩১ জানুৱাৰিৰ পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ দশম বিশেষ অধিৱেশন

ডিজিটেল সংবাদঃ অহা ৩১ জানুৱাৰিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে নগাঁও জিলাৰ ৰহাত অনু্ষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক ৰহা অধিৱেশন উপলক্ষে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি আৰু আদৰণি সমিতিৰ মাজত এক চুক্তি সম্পাদিত হয়। অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয় লাল চান্দ টোডী প্ৰেক্ষাগৃহত সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত …

অধিক »

আৰক্ষী বিভাগত চাকৰিৰ দিয়াৰ নামত প্ৰৱঞ্চনা, নগাঁও আৰক্ষীৰ জালত প্ৰৱঞ্চক যুৱক

গণ বাৰ্তা, নগাঁওঃ বহিঃ ৰাষ্ট্ৰৰ কোম্পানীসমুহত চাকৰি দিয়াৰ প্ৰলোভনেৰে কেবা লক্ষাধিক টকা সংগ্ৰহ কৰা এজন যুৱকক কালি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই আজি আৰক্ষী বিভাগত চাকৰি দিয়াৰ প্ৰলোভনেৰে বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অপৰাধত আন এজন যুৱক নগাঁও আৰক্ষীৰ জালত পৰিছে। আৰক্ষীৰ উপ-পৰিদৰ্শক পদত লিখিত পৰীক্ষাত উত্তীৰ্ণ কৰাই …

অধিক »