শেহতীয়া খবৰ
Home / Tag Archives: Narendra Modi

Tag Archives: Narendra Modi

প্ৰধান মন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু  গৃহ মন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন বিত্ত, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নতুন দিল্লী, ১৭ জুলাইঃ প্ৰধান মন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু  গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ ২০১৯-২০ বৰ্ষৰ ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে ২৫১.৫৫ কোটি টকাৰ অনুদান তাৎক্ষনিকভাবে মোকলাই দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন  কৰে  বিত্ত, স্বাস্থ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই৷ কেন্দ্ৰৰ এই পদক্ষেপে অসমৰ সাম্প্ৰতিক বানাক্ৰান্ত ৰাইজক উদ্ধাৰ আৰু সাহায্য …

অধিক »

অসমৰ স্বাস্থ্য, বিত্তমন্ত্ৰী তথা নেডাৰ অধ্যক্ষ ড0 হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ কিছু দৃশ্য

লোকসভা নিৰ্বাচন 2019ৰ নিৰ্বাচনী প্ৰচাৰৰ দৃশ্যাৱলী :    

অধিক »

বিতৰ্কত ৰাজ্যপাল কল্যাণ সিঙৰ বিজেপিৰ হৈ প্ৰচাৰ

নিৰ্বাচন আয়োগৰ মৌনতা সন্দেহৰ আৱৰ্তত জমিৰ উদ্দিন তালুকদাৰ নিৰ্বাচন আয়োগৰ কেতবোৰ কাম-কাজক লৈ সাধাৰণ মানুহৰ সন্দেহ উপজিছে । এক বিৰাট প্ৰশ্নবোধক চিহ্নৰ আৱৰ্তত সোমাই পৰা নিৰ্বাচন আয়োগে পূৰ্বৰ গৰিমা হেৰুৱাই পেলাইছে নেকি · সঁচাকৈয়ে নিৰ্বাচন আয়োগ স্বতন্ত্ৰ আৰু নিৰপেক্ষ নহয় নেকি· আমি এটা সময়ত নিৰ্বাচন আয়োগৰ মুৰব্বী হিচাপে ডঃ এছ …

অধিক »

৬০ মাহৰ ২২ মাহে ভ্ৰমণত ব্যস্ত থাকিল নৰেন্দ্ৰ মোদী | ৯২ খন দেশ ভ্ৰমণৰ নামত মোদীয়ে ব্যয় কৰিলে ২,০২১ কোটি টকা

ড0 মনমোহন সিঙে দহটা বছৰত ভ্ৰমণ কৰে ৯৩ খন দেশ নতুন দিল্লী, ৩১ মাৰ্চ ঃ প্ৰতিশ্ৰুতিৰ বন্যাৰে ২০১৪ত ক্ষমতালৈ অহা নৰেন্দ্ৰ মোদীয়ে পাঁচটা বছৰৰ অধিক সময় অতিবাহিত কৰিলে বিদেশ ভ্ৰমণত।  কংগ্ৰেছক সমালোচনা কৰি দেশবাসীক ষাঠি মাহৰ সময় বিচাৰি ক্ষমতালৈ অহা নৰেন্দ্ৰ মোদীয়ে ১৮ মাহ ২৫ দিন বিদেশ ভ্ৰমণতে অতিবাহিত কৰিলে। …

অধিক »

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাকক্ষণত পানী নসৰকা নিৰাপত্তাবেহু ডিজিটেল সংবাদ, গুৱাহাটীঃ নাগৰিকত্ব (সংশোধনী) বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল প্ৰতিবাদ মুখৰ হৈ থকাৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণ সূচী লৈ অসমলৈ আহিব৷ কামৰূপ (গ্ৰাম্য)ৰ অন্তৰ্গত চাংসাৰিত স্থাপন হ’বলগীয়া এইমচৰ ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকি এখন ৰাজহু সভাও সম্বোধন কৰিব৷ …

অধিক »

চেঙাৰ বৰাগদিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত  প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ মুছলিম ছাত্ৰ সন্থাৰ

তফিকুৰ ৰহমান, চেঙাঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা আৰু বাতিলৰ দাবীত দেওবাৰে মুছলিম ছাত্ৰ সন্থা, অসমে বিভিন্ন জিলাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জালাল উদ্দিনৰ নেতৃত্বত আৰু বৰপেটা জিলা সমিতিৰ সহযোগত বৰপেটা জিলাৰ …

অধিক »

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’বই 

শিলচৰত নিৰ্বাচন ৰণডংকা বজাই প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা ভাৰতত হিন্দু কেতিয়াও বিদেশী নহয় : মন্ত্ৰী হিমন্ত ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ জানুৱাৰী ঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰৰ ৰামনগৰত অনুষ্ঠিত বিশাল সভাত অংশ গ্ৰহণ কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবই বুলি হুংকাৰ প্ৰদান কৰে। …

অধিক »

আজি এন আৰ চিৰ দাবী-আপত্তিৰ অন্তিম দিন

নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ১২ লাখ লোক বঞ্চিত হোৱাটো নিশ্চিত এন আৰ চিত২৮.৫ লাখ লোকৰ দাবী আবেদন দাখিল ঃ সন্দেহজনক লোকৰ বিৰুদ্ধে ৭০০ আপত্তি দাখিল ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী  ঃ মাজত মাত্ৰ এটা দিন। কাইলৈ এন আৰ চিৰ দাবী-আপত্তিৰ অন্তিম দিন। এন আৰ চিত নাম অন্তৰ্ভুক্তৰ বাবে ৰাজ্যৰ প্ৰতিটো এন আৰ চি সেৱা …

অধিক »

ই দলঙেই নহয় লাখ লাখ লোকৰ জীৱন ৰেখা

 বগীবিল দলঙ উদ্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বগীবিল দলং উত্তৰ-পূৱৰ বাবে হ’ব সমন্বয়ৰ সেতু  সৰ্বানন্দ সোণোৱাল গুৱাহাটী, ২৫ ডিচেম্বৰ ঃ অৱশেষত সুদীৰ্ঘ ২১ বছৰীয়া প্ৰত্যাশাৰ অন্ত পৰিল। সকলোৰে সপোনৰ সেতু বাস্তৱত ৰূপায়িত হ’ল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত ব্যৱস্থাত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰি ৪.৯৪ কিঃমিঃ দৈৰ্ঘৰ দেশৰ দীৰ্ঘতম ৰে’ল আৰু …

অধিক »

মুকলি হ’ল দীৰ্ঘদিনীয়া আশাৰ সেঁতু | আজি বগীবিল দলং উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ধেমাজীৰ কাৰেং চাপৰিত বিশাল আয়োজন WATCH VIDEO : ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ ডিচেম্বৰ ঃ ৰাইজৰ দীৰ্ঘদিনীয়া এক প্ৰত্যাশাৰ অন্ত পৰিব কাইলৈ। কেইটিমান মুহূৰ্তৰ পিছতেই ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ’ব ঐতিহাসিক বগীবিল দলং। কাইলৈৰ দিনটোত অসমৰ বাবে এক স্মৰণীয় দিন হিচাপে চিহ্নিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বগীবিল দলং আনুষ্ঠানিকভাৱে মুকলি …

অধিক »