শেহতীয়া খবৰ
Home / Tag Archives: NRC

Tag Archives: NRC

নিৰ্বাচনলৈ তিনিমাহ থকাৰ সময়তে বিজেপিৰ অসমপ্ৰীতি

অসমক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ প্ৰতিশ্ৰুতি সংৰক্ষণ হ’ব অমসীয়া-জনগোষ্ঠীয় ভাষা ৰাজ্য চৰকাৰৰ চাকৰি নিগম নিকায়ৰ চাকৰিত সংৰক্ষণ কেন্দ্ৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত   গণ অনলাইন, দিল্লী, ২ জানুৱাৰী ঃ নিৰ্বাচনলৈ আৰু কেইটামান দিন বাকী থকা অৱস্থাত আজি মোদী চৰকাৰৰ কেবিনেটৰ বৈঠকত অসম চুক্তি আৰু অসমৰ ক্ষেত্ৰত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। …

অধিক »

আজি এন আৰ চিৰ দাবী-আপত্তিৰ অন্তিম দিন

নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ১২ লাখ লোক বঞ্চিত হোৱাটো নিশ্চিত এন আৰ চিত২৮.৫ লাখ লোকৰ দাবী আবেদন দাখিল ঃ সন্দেহজনক লোকৰ বিৰুদ্ধে ৭০০ আপত্তি দাখিল ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী  ঃ মাজত মাত্ৰ এটা দিন। কাইলৈ এন আৰ চিৰ দাবী-আপত্তিৰ অন্তিম দিন। এন আৰ চিত নাম অন্তৰ্ভুক্তৰ বাবে ৰাজ্যৰ প্ৰতিটো এন আৰ চি সেৱা …

অধিক »

এন আৰ চিঃ আপত্তি দৰ্শোৱাৰ দায়িত্ব ৰাইজক দিয়াত আপত্তি বিধায়ক অতুল বৰাৰ

ডিজিটেল সংবাদঃ যিবোৰ সন্দেহযুক্ত বিদেশী এন আৰ চিত অন্তৰ্ভুক্ত হৈছে, সেইবোৰৰ আপত্তি দৰ্শোৱা কাৰ্য এন আৰ চি কৰ্তৃপক্ষৰহে।সাধাৰণ ৰাইজক ইয়াৰ মাজলৈ টানি অনা কাৰ্য কেতিয়াও গ্ৰহণীয় নহয়। গুৱাহাটী প্ৰেছ ক্লাবত বৃহস্পতিবাৰে এন আৰ চি সন্দৰ্ভত দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই এইদৰে মন্তৱ্য কৰে। প্ৰকৃত ভাৰতীয়ৰ বাবেহে এন আৰ চি হ’ব লাগে …

অধিক »

ভূৰাগাঁৱত আমছুৰ প্ৰশংসনীয় পদক্ষেপ

ছাদ্দাম হুছেইন, ভূৰাগাঁওঃ সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ভূৰাগাঁও বৰডোবা টুপ আৰু পাভকাটী আঞ্চলিক আমছুয়ে এন আৰ চিৰ দাবী-আপত্তিৰ প্ৰ-পত্ৰ সমূহ ৰাইজৰ সুবিধাৰ্থে বিনামূলীয়াকৈ পূৰণ কৰি দিয়াৰ নিমিত্তে “সহায়ক কেন্দ্ৰ” খুলি ৰাইজক সহায় কৰি আহিছে। এন আৰ চিৰ খচৰৰ পৰা প্ৰায় ৪০ লাখ লোক বাদ পৰা সকলৰ পুনৰ দাবী …

অধিক »

এন আৰ চিৰ দাবী-আপত্তি দাখিলৰ সময় বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ত আৱেদন কৰিব চৰকাৰে

ডিজিটেল সংবাদঃ পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় এন আৰ চিৰ কাম-কাজ স্তিমিত হৈ পৰাত দাবী-আপত্তি দাখিলৰ আৰু সময় বিচাৰি ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত আৱেদন জনোৱাৰ চিন্তা-চৰ্চা কৰিছে। উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰা ৪০ লাখ লোকৰ নাম অন্তৰ্ভুক্তিৰ দাবী-আপত্তি দাখিলৰ সময় ২৫ ছেপ্টেম্বৰৰ পৰা অহা ১৫ …

অধিক »

আপছুৰ ‘অপাৰেশ্যন ক্লীন ড্ৰাইভ’ সাম‌য়‌িকভাৱে স্থগিত

অভিযানটোক আইন বিৰোধী ঘোষণা চৰকাৰৰ ডিজিটেল ডেস্কঃ অৰুণাচলত বসবাস কৰা অবৈধ তথা সন্দেহজনক নাগৰিকক বহিষ্কাৰ কৰাৰ উদ্দেশ্যে যোৱা ১৭ আগষ্টত সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই (আপছু) আৰম্ভ কৰা ‘অপাৰেচন ক্লীন ড্ৰাইভ’ অভিযান সংগঠনটোৱে আজিৰ পৰা সাময়িকভাৱে বন্ধ ৰাখিছে। অৱশ্যে প্ৰশাসনৰ পৰা ইতিবাচক সঁহাৰি নাপালে পুনৰ অহা ২৩ আগষ্টৰ পৰা এই …

অধিক »

অধিক বিদেশী ঘোষণা কৰিব নোৱাৰিলে যাব পাৰে চাকৰি

চৰকাৰৰ শপতনামাত ভয়াৱহ তথ্য ফাদিল ডিজিটেল ডেস্কঃ বিদেশী ন্যায়াধিকৰণত বিগত সময়ত একাংশ ভাৰতীয় নাগৰিকক একপক্ষীয়ভাৱে বিদেশী ঘোষণা কৰি অহাৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে এইবাৰ সমস্ত বিচাৰ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰা এক ভয়াৱহ ষড়যন্ত্ৰৰ তথ্য ফাদিল হৈছে। বিশেষকৈ বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলে অধিক হাৰত বিদেশী ঘোষণা কৰিব নোৱাৰিলে চাকৰিৰ পৰা …

অধিক »

শিক্ষিত যুৱক-যুৱতীক প্ৰদান কৰা হ’ব প্ৰ-পত্ৰ পূৰণৰ প্ৰশিক্ষণঃ সচেতন যুৱ সমাজ, অসম

এন আৰ চি সেৱা কেন্দ্ৰ পৰিদৰ্শন সচেতন যুৱ সমাজৰ গণ অধিকাৰ বিশেষ, বৰপেটাৰোডঃ বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত বৃহৎ অঞ্চলৰ বিভিন্ন ঠাইত বহু প্ৰকৃত ভাৰতীয় মানুহৰ নাম এনআৰচিৰ পৰা কৰ্তন হোৱাত বহুলোক চিন্তিত তথা শংকিত হৈ থকাৰ সময়তে আজি সচেতন যুৱ সমাজ, অসম নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সমন্বয়ক সাজাহান আলী আহমেদে স্থানীয় …

অধিক »