শেহতীয়া খবৰ
Home / Tag Archives: Sarbananda Sonowal

Tag Archives: Sarbananda Sonowal

২০১৯-২০ বৰ্ষৰ বাজেটক জনতাৰ বাজেট আখ্যা মুখ্যমন্ত্ৰীৰ

ডিজিটেল সংবাদ, দিছপুৰঃ বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধান সভাত দাখিল কৰা ২০১৯-২০ বৰ্ষৰ বাজেটখনক জনতাৰ বাজেট বুলি অভিহিত কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে। এই বাজেটখনত সমাজৰ সকলাে শ্ৰেণীৰ জনসাধাৰণৰ সম-মর্যাদা, সামাজিক সুৰক্ষা নিশ্চিতকৰণৰ ব্যৱস্থা ৰখাৰ উপৰি ৰাজ্যখনৰ সামগ্রিক আর্থ-সামাজিক উত্তৰণৰ ব্যৱস্থা সন্নিৱিষ্টকৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। দিব্যাংগ, বৃদ্ধ, …

অধিক »

সোণোৱাল-হিমন্ত এক্সিডেন্টেল অসমীয়াঃ তৰুণ গগৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাৰ দৰে জাতীয় সংগঠনৰ নেতৃত্ব দি অগপৰ মজিয়াই দি গৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল। কিন্তু এতিয়া সোণোৱালৰ অসমীয়াত্বক লৈ উত্থাপিত হৈছে প্ৰশ্ন। তৰুণ গগৈৰ মতে সৰ্বানন্দ সোণোৱাল ‘এক্সিডেন্টেল অসমীয়া’। কেৱল সোণোৱালেই নহয়, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ‘এক্সিডেন্টেল অসমীয়া’। তেওঁলোক অসমী আইৰ সন্তান ভুলতেই …

অধিক »

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীক জাতীয় খলনায়ক আখ্যা আছুৰ

ৰশ্মিৰেখা সাউদ কলিতা ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰি সমগ্ৰ ৰাজ্য উত্তপ্ত হৈ  থকাৰ সময়তে  ডিব্ৰুগড়তো ৭০টা  দল-সংগঠনৰ অৱস্থান ধৰ্মঘট, জোঁৰ সমদল, বিধেয়কৰ প্ৰতিকী দাহ, ৰেলপথ অৱৰোধ আদি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে।  ডিব্ৰুগড়ত আজি  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক জাতীয় খলনায়ক আখ্যা দি  সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত …

অধিক »

সৰ্বানন্দ সোণোৱাল নকলি জাতীয় নায়কঃ তৰুণ গগৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ‘‘সোণোৱাল নকলি জাতীয় নায়ক তেওঁৰ দৰে কামিহাড় নথকা মুখ্যমন্ত্ৰী অসমত জন্ম হোৱা নাই।’’ দেওবাৰে এক সংবাদমেলযোগে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে বৰ্তমান অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এইদৰে কটাক্ষ কৰে। সোণোৱালক ‘পুতলা মুখ্য মন্ত্ৰী’ আখ্যা দি তেওঁ লগতে কয়, ‘‘অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ সোণোৱালে কেনেদৰে ৰক্ষা কৰিব? মোদীয়ে …

অধিক »

চেঙাৰ বৰাগদিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত  প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ মুছলিম ছাত্ৰ সন্থাৰ

তফিকুৰ ৰহমান, চেঙাঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা আৰু বাতিলৰ দাবীত দেওবাৰে মুছলিম ছাত্ৰ সন্থা, অসমে বিভিন্ন জিলাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জালাল উদ্দিনৰ নেতৃত্বত আৰু বৰপেটা জিলা সমিতিৰ সহযোগত বৰপেটা জিলাৰ …

অধিক »

আজি এন আৰ চিৰ দাবী-আপত্তিৰ অন্তিম দিন

নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ১২ লাখ লোক বঞ্চিত হোৱাটো নিশ্চিত এন আৰ চিত২৮.৫ লাখ লোকৰ দাবী আবেদন দাখিল ঃ সন্দেহজনক লোকৰ বিৰুদ্ধে ৭০০ আপত্তি দাখিল ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী  ঃ মাজত মাত্ৰ এটা দিন। কাইলৈ এন আৰ চিৰ দাবী-আপত্তিৰ অন্তিম দিন। এন আৰ চিত নাম অন্তৰ্ভুক্তৰ বাবে ৰাজ্যৰ প্ৰতিটো এন আৰ চি সেৱা …

অধিক »

চিৰাং জিলাত আয়োজিত ২০১৮-১৯ বৰ্ষৰ “দৈজিং উৎসৱ “ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ আই নৈৰ পাৰত অনুষ্ঠিত এই উৎসৱলৈ বহুতো পৰ্যটকৰ আগমন ঘটিছে। তৃতীয়বাৰৰ বাবে হোৱা এই উৎসৱটি বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ক্ষেত্ৰৰূপেও পৰিগণিত হৈ আহিছে। মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয়- “অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সভ্যতা-সংস্কৃতি গঢ় লোৱাৰ ক্ষেত্ৰত নৈ-উপনৈসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহাৰ কথা উল্লেখ কৰে। আমাৰ ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি, …

অধিক »

ই দলঙেই নহয় লাখ লাখ লোকৰ জীৱন ৰেখা

 বগীবিল দলঙ উদ্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বগীবিল দলং উত্তৰ-পূৱৰ বাবে হ’ব সমন্বয়ৰ সেতু  সৰ্বানন্দ সোণোৱাল গুৱাহাটী, ২৫ ডিচেম্বৰ ঃ অৱশেষত সুদীৰ্ঘ ২১ বছৰীয়া প্ৰত্যাশাৰ অন্ত পৰিল। সকলোৰে সপোনৰ সেতু বাস্তৱত ৰূপায়িত হ’ল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত ব্যৱস্থাত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰি ৪.৯৪ কিঃমিঃ দৈৰ্ঘৰ দেশৰ দীৰ্ঘতম ৰে’ল আৰু …

অধিক »

অসম দিৱস অনুষ্ঠানত চাওলুং চ্যুকাফাক পুষ্পাঞ্জলি অৰ্পন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

অসম দিৱস কাৰ্যসূচী অনুষ্ঠানৰ কিছু দৃশ্য :

অধিক »