শেহতীয়া খবৰ
Home / Tag Archives: Sports

Tag Archives: Sports

বিশেষ নিউজ ৰিপ’ৰ্ট | ফিফা মহিলা বিশ্বকাপ ২০১৯ৰ ফাইনেলত নেডাৰলেণ্ডক ২-০গ’লত পৰাস্ত কৰি আমেৰিকাৰ জয়

গুৱাহাটী, ৮ জুলাই : ফিফা মহিলা বিশ্বকাপ ২০১৯ৰ ফাইনেলত নেডাৰলেণ্ডক ২-০ গ’লত পৰাস্ত কৰি আমেৰিকাই চতুৰ্থবাৰলৈ চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। দেওবাৰে নিশা খেলা উত্তেজনাপূৰ্ণ মেচখনত মেগান ৰেপিনোয়ে ৬১ মিনিটত প্ৰথমটো গ’ল দি দলক ১-০গ’লৰ অগ্ৰগতি দিয়ে। পিছত আমেৰিকাৰ খেলুৱৈ ৰ’জ লাভেলীয়ে ৬৯ মিনিটত দ্বিতীয়টো গ’ল দি বিজয় নিশ্চিত কৰে। নেডাৰলেণ্ডৰ খেলুৱৈ …

অধিক »

আন্তৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বিপত অসম কন্যা ৰৈতলি বড়ো

পঙ্কজ নাথ, চাংসাৰিঃ চীন দেশৰ চেংডুত অনুস্থিত হ’বলগীয়া অষ্টম আন্তঃৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বিপ কুংফু (পৰম্পৰাগত উশ্বু) প্ৰতিযোগিতাত ভাৰতীয় উশ্বু দলে অংশগ্ৰহণ কৰিব। আজি ১৪ জুনৰ পৰা ১৯ জুনলৈ পাচ দিনীয়া কৈ অনুষ্ঠিত হ’বলগীয়া এই চেম্পিয়নশ্বিপ খনিত কেইবাখনো দেশৰ ৰাষ্ট্ৰীয় উশ্বু খেলুৱৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। ইতিমধ্যে ভাৰতীয় দল ঘোষণা কৰা হৈছে। ভাৰতীয় দলত অসম …

অধিক »

এছিয়া বেডমিন্টন কাউন্সিলৰ উপ সভাপতি পদত ড০ হিমন্ত বিশ্ব শৰ্মা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ মে’ : ভাৰতীয় বেডমিন্টন সংস্থাৰ সভাপতি ড০ হিমন্ত বিশ্ব শৰ্মা এছিয়া বেডমিন্টন কাউন্সিলৰ উপ সভাপতি পদলৈ নিৰ্বাচিত হৈছে। শনিবাৰে অনুষ্ঠিত নিৰ্বাচনত ড০ হিমন্ত বিশ্ব শৰ্মাই মুঠ ৪০ টা ভোটৰ ভিতৰত ৩৫ টা ভোট লাভ কৰি উপ-সভাপতি হিচাপে নিৰ্বাচিত হয়। অসমৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই …

অধিক »

ছিংগাপুৰ অপেনত চীনৰ চাই য়ানয়ানক 21-13, 17-21, 21-14ৰ ব্যৱধানত হৰুৱাই ভাৰতীয় বেডমিণ্টন তাৰকা পি ভি সিন্ধু ছেমিত প্ৰৱেশ।

আনহাতে মহিলা ছিংগলছত ভাৰতীয় তাৰকা ছাইনা নেহৱাল 21-8, 21-13 ব্যৱধানত জাপানৰ খেলুৱৈ নজ’মিৰ হাতত পৰাস্ত হয়।  উল্লেখ্য যে অহা শনিবাৰে শীৰ্ষ ৰেংকিঙৰ তাৰকা জাপানৰ নজ’মি অকুহাৰাৰ সৈতে পি ভি সিন্ধু ছেমি ফাইনেলত মুখামুখি হ’ব।    

অধিক »

জিদানৰ প্ৰত্যাৱৰ্তনৰ পাছত ৰিয়েল মাদ্ৰিদৰ প্ৰথম জয়

মাদ্ৰিদ, ১৭ মাৰ্চ ঃ জনপ্ৰিয় ফুটবলাৰ জিনেদাইন জিদান স্পেইনৰ ফুটবল ক্লাব ৰিয়েল মাদ্ৰিদলৈ প্ৰশিক্ষক হিচাপে প্ৰত্যাৱৰ্তন কৰাৰ লগে লগে দলটোৱে জয়লাভ কৰিবলৈ সক্ষম হৈছে। ৰিয়েল মাদ্ৰিদে শনিবাৰে চেলটা ভিগোক ২-০ত পৰাস্ত কৰে। এই জয়ৰ লগে লগে দলটোৱে ঘৰুৱা খেলপথাৰত একেৰাহে চাৰিখন মেচত পৰাস্ত হোৱাৰ বিষণ্ণতা দূৰ হ’ল। ৰিয়েল মাদ্ৰিদৰ হৈ …

অধিক »

দুলীয়াজানত অইল অসম ভিত্তিত জুনিয়ৰ টেনিছ ২০১৮-২০১৯ প্ৰতিযোগিতা

গণ বাৰ্তা , দুলীয়াজান  : অইল ইণ্ডিয়া লিমিটেডৰ উদ‍্যোগত আজিৰে পৰা ১৬ ডিচেম্বৰলৈ দুলীয়াজান জালনী ক্লাবত সদৌ অসম জুনিয়ৰ টেনিছ প্ৰতিযোগিতা ২০১৮-২০১৯ পূৰ্ণ গতিত আৰম্ভ হৈছে । এই প্ৰতিযোগিতাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ১২০ গৰাকী খেলুৱৈৰ ভিতৰত ল’ৰাৰ শাখাত ১২ , ১৪ ,১৮ অনুৰ্ধ আৰু ছোৱালী শাখাত ১২ , ১৪ অনুৰ্ধ …

অধিক »

ফুটবল জগতৰ সৰ্বোচ্চ মৰ্যদাপূৰ্ণ ” বেলোনড’ৰ ” বঁটাৰ আজি আবেলি ঘোষণা কৰা হ’ব

মনোনয়ন খেলুৱৈৰ কেইগৰাকী ক্ৰমে মেছি, লুকা মোদ্ৰিক, মহম্মদ ছালাহ, ৰোনাল্ড’, কাইলেন মাব্বাপী আৰু অন্যান্য  

অধিক »