শেহতীয়া খবৰ
Home / Tag Archives: Tarun Gogoi

Tag Archives: Tarun Gogoi

নিযুক্তি কেলেংকাৰিৰ তদন্ত হ’ব এক ভেকোভাওনাঃ তৰুণ গগৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত জনসংযোগ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই মুখ্য মন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক ইয়াৰ তদন্তৰ নিৰ্দেশ দিছে। কিন্তু এই তদন্তৰ নিৰ্দেশক লৈ প্ৰশ্ন তুলিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে এই তদন্ত এজন বিষয়াক কৰিবলৈ …

অধিক »

সোণোৱাল-হিমন্ত এক্সিডেন্টেল অসমীয়াঃ তৰুণ গগৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাৰ দৰে জাতীয় সংগঠনৰ নেতৃত্ব দি অগপৰ মজিয়াই দি গৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল। কিন্তু এতিয়া সোণোৱালৰ অসমীয়াত্বক লৈ উত্থাপিত হৈছে প্ৰশ্ন। তৰুণ গগৈৰ মতে সৰ্বানন্দ সোণোৱাল ‘এক্সিডেন্টেল অসমীয়া’। কেৱল সোণোৱালেই নহয়, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ‘এক্সিডেন্টেল অসমীয়া’। তেওঁলোক অসমী আইৰ সন্তান ভুলতেই …

অধিক »

চৰকাৰৰ সুমতি কামনা কৰি মেজি জ্বলালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

ডিজিটেল সংবাদ, গুৱাহাটীঃ আজি সমগ্ৰ ৰাজ্যবাসীৰ লগতে কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়েও ল’লে মেজিৰ উত্তাপ। দিচপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে আয়োজন কৰা ভোগালী বিহুৰ অনুষ্ঠানত সমাজৰ মংগল কামনা তথা বিজেপি নেতৃত্বাধীন চৰকাৰৰ সুমতি বিচাৰি মেজি জ্বলালে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। মাঘ বিহুৰ দোমাহীৰ দিনা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসমৰ …

অধিক »

স্বাধীন অসম গঠনৰ দাবী তোলাৰ হুংকাৰ ডঃ হীৰেণ গোঁহাইৰ

ভাৰত চৰকাৰে অসমৰ ৰাইজক কৰি অহা শোষণ-প্ৰতাৰণাৰ অন্ত নপৰিলে স্বাধীন অসম গঠনৰ দাবীৰ হুংকাৰ ডঃ হীৰেণ গোঁহাইৰ ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰত চৰকাৰ তথা ৰাষ্ট্ৰ ব্যৱস্থাই অসমৰ ৰাইজক কৰি অহা শোষণ আৰু প্ৰতাৰণাৰ অন্ত নপৰিলে স্বাধীন ৰাষ্ট্ৰৰ দাবী তুলিবলৈ বাধ্য হ’ম বুলি আজি বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে হীৰেন গোঁহায়ে। অসমৰ বিশিষ্ট …

অধিক »

সৰ্বানন্দ সোণোৱাল নকলি জাতীয় নায়কঃ তৰুণ গগৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ‘‘সোণোৱাল নকলি জাতীয় নায়ক তেওঁৰ দৰে কামিহাড় নথকা মুখ্যমন্ত্ৰী অসমত জন্ম হোৱা নাই।’’ দেওবাৰে এক সংবাদমেলযোগে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে বৰ্তমান অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এইদৰে কটাক্ষ কৰে। সোণোৱালক ‘পুতলা মুখ্য মন্ত্ৰী’ আখ্যা দি তেওঁ লগতে কয়, ‘‘অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ সোণোৱালে কেনেদৰে ৰক্ষা কৰিব? মোদীয়ে …

অধিক »

আজি এন আৰ চিৰ দাবী-আপত্তিৰ অন্তিম দিন

নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ১২ লাখ লোক বঞ্চিত হোৱাটো নিশ্চিত এন আৰ চিত২৮.৫ লাখ লোকৰ দাবী আবেদন দাখিল ঃ সন্দেহজনক লোকৰ বিৰুদ্ধে ৭০০ আপত্তি দাখিল ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী  ঃ মাজত মাত্ৰ এটা দিন। কাইলৈ এন আৰ চিৰ দাবী-আপত্তিৰ অন্তিম দিন। এন আৰ চিত নাম অন্তৰ্ভুক্তৰ বাবে ৰাজ্যৰ প্ৰতিটো এন আৰ চি সেৱা …

অধিক »