শেহতীয়া খবৰ
Home / Tag Archives: Voting

Tag Archives: Voting

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত | ভোটৰ সমীকৰণত ব্যস্ত ৰাজনৈতিক দল নোট-মদ, চাইনিজ মোবাইলেৰে ভোটৰ অংক

ষ্টাফৰিপ’ৰ্টাৰ, গুৱাহাটী : আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পিছতেই বিভিন্ন ৰাজনৈতিক দল এতিয়া ভোটৰ অংকত ব্যস্ত হৈ পৰিছে। ৰথী-মহাৰথী ষ্টাৰ কেম্পেইনাৰেৰে নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণ কৰাৰ অংকত এতিয়া তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰত অহা ১১ এপ্ৰিলত বন্দী হ’ব ৪১গৰাকী প্ৰাৰ্থীৰ ভাগ্য। আজি ৰাজ্যৰ পাঁচটা সমষ্টিত অন্তিম দিনা কংগ্ৰেছ-বিজেপি-অগপ …

অধিক »

কংগ্ৰেছ ক্ষমতালৈ আহিলে বাতিল হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক

বলক্ষেত্ৰীত ববিতা শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ গণ বাৰ্তা, চামতা, ৪ এপ্ৰিল : অসমীয়াৰ আৱেগ, অনুভূতি তথা জাতীয় সত্তাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক কংগ্ৰেছে কোনোপধ্যেই মানি নলয়। কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰাথমিক পৰ্যায়তে  বিধেয়কখন বাতিল কৰা হ’ব । ইতিমধ্যে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে উক্ত বিষয়ত নিজৰ স্থিতি স্পষ্ট …

অধিক »

তিনিটা পৰ্যায়ত অসমত লোকসভা নিৰ্বাচন | ১১, ১৮ আৰু ২৩ এপ্ৰিলত ভোট গ্ৰহণ

ডেৰ কোটি ভোটাৰৰ বয়স ১৮-২০ বছৰ, চাকৰিয়াল ভোটাৰৰ সংখ্যা ১.৬০ কোটি প্ৰথম বাৰৰ বাবে ব্যৱহাৰ হ’ব ভি ভি পি এ টি, জিপিএছৰ নিৰীক্ষণত থাকিব ইভিএম   নতুন দিল্লী, ১০ মাৰ্চ ঃ সকলো ধৰণৰ জল্পনা-কল্পনাৰ অন্ত পৰিল। লোকসভা নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা হ’ল। ১১ এপ্ৰিলৰ পৰা ৭টা পৰ্যায়ত  অনুষ্ঠিত হ’ব দেশৰ …

অধিক »

আজি ৰাজস্থানত ইভিএমত বন্দী হ’ব প্ৰাৰ্থীৰ ভাগ্য

ডিজিটেল সংবাদ, নতুন দিল্লীঃ আজি নিৰ্বাচনী প্ৰচাৰ নাই যদিও কাৰ পক্ষত ভোট পৰিব বা কোনে কাক ভোট দিব এই লৈ চৰ্চা অব্যাহত আছে ৰাইজ তথা কৰ্মী-সমৰ্থকৰ মাজত। অন্তিম দিনা কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে বিজেপিক তীব্ৰ সমালোচনা কৰে। বুধবাৰে সন্ধিয়া ৫ বজাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে। ইয়াৰ আগে আগে অশোক গেহলটে …

অধিক »

আপোনাৰ বহুমূলীয়া ভোটটো দিয়াৰ আগতে এবাৰ ভাবক

  অসমৰ সৰ্বত্ৰে পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা। পঞ্চায়ত দখলৰ প্ৰচেষ্টাৰে প্ৰায় প্ৰতিজন প্ৰাৰ্থী উৎসাহিত। ভোটাৰক নিজৰ আস্থাত লোৱাৰ বাবে প্ৰয়োজনীয় সকলো কাম কৰিবলৈ, আশ্বাস দিবলৈ, প্ৰতিশ্ৰুতি দিবলৈ কুণ্ঠাবোধ নকৰা প্ৰাৰ্থীসকলৰ কথা শুনিলে এনে লাগে যেন এই নিৰ্বাচনত জয়ী হ’লে এখেতে এটা ৱাৰ্ডৰ পৰা আৰম্ভ কৰি জিলা পৰিষদলৈকে এক বৈপ্লৱিক পৰিবৰ্তন যে …

অধিক »