Browsing Category
স্থানীয়
Local News of Assam except Guwahati
উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন মাল্টি স্পেচিয়েলিটি আয়ুৰ্বেদিক হাস্পতাল ‘উহান’ উদ্বোধন
ন মাইল, খানাপাৰা, ৰি ভোই, ২৪ আগষ্টঃ ইউনিভাৰ্ছিটি হাস্পতাল অৱ আয়ুৰ্বেদ এণ্ড নেচাৰোপেথী (উহান), উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ মাল্টি স্পেচিয়েলিটি আয়ুৰ্বেদিক হাস্পতাল আজি ইউ এছ টি এম চৌহদত আনুষ্ঠানিকভাৱে মুকলি কৰে মেঘালয়ৰ স্বাস্থ্য আৰু পৰিয়াল!-->…
Read More...
Read More...
প্ৰেছ ক্লাৱৰ অতিথি অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকা
ডিজিটেল ডেস্ক, গণ অধিকাৰঃ গুৱাহাটী প্ৰেছ ক্লাৱত আজি আয়োজিত প্ৰেছ ক্লাৱৰ অতিথি শীৰ্ষক এটা নতুন অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই অংশগ্ৰহণ কৰে। জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈয়ে আঁত ধৰা এই অনুষ্ঠানত!-->…
Read More...
Read More...
আমগুৰি নগৰৰ মাজমজিয়াত নগালেণ্ড চৰকাৰৰ দুটাকৈ পৰিত্যক্ত কাৰ্যালয়ঃ ২২ বিঘাৰো অধিক মাটিকালিৰ ভূমিত…
গণ বার্তা, আমগুৰিঃ শিৱসাগৰ জিলাৰ আমগুৰিৰ অসম নগালেণ্ড সীমান্তত নগালেণ্ড প্ৰশাসনৰ বিধিপথালিৰ বাবেই আজি পৰ্যন্ত বিঅপি স্থাপন কৰিবলৈ অসম চৰকাৰ ব্যৰ্থ হোৱাৰ সময়তে আমগুৰি নগৰৰ মাজমজিয়াত ২২ বিঘাৰো অধিক মাটিকালিৰ এলেকাত নগালেণ্ড চৰকাৰৰ দুটাকৈ!-->…
Read More...
Read More...
ব্ৰহ্মপুত্ৰৰ জৰিয়তে আটাইতকৈ গধুৰ আৰু বৃহৎ আকৃতিৰ যন্ত্ৰ পৰিবহণ কৰাৰ ইতিহাস সৃষ্টি
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে নিৰ্ধাৰিত আটাইতকৈ গধুৰ বৃহৎ আকৃতিৰ যন্ত্ৰ সম্প্ৰতি পৰিবহণ কৰি আছে। মুঠ তিনিটা বৃহৎ আকৃতিৰ যন্ত্ৰৰ!-->…
Read More...
Read More...
কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ উদ্যোগত ‘দেশভক্তি দিৱস’ পালন
ডিজিটেল ডেস্ক, গণ অধিকাৰঃ কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত 'দেশভক্তি দিৱস' পালন কৰি স্বাধীনতা সংগ্ৰামী তৰুণৰাম ফুকনক তেখেতৰ মৃত্যুতিথিত স্মৰণ কৰা হয়৷!-->…
Read More...
Read More...
জনসংযোগ বিভাগৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত…
ডিজিটেল ডেস্ক, গণ অধিকাৰঃ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ ভৰলুমুখৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্যিক ভিত্তিত তৃতীয়বাৰৰ বাবে আয়োজিত 'দেশভক্তি দিৱস'ৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাই মুখ্য অতিথি হিচাপে!-->…
Read More...
Read More...
বটদ্ৰৱাৰ ডুমডুমীয়াত আমছুৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত বিশাল প্ৰতিবাদী সভা।
ছেলিম আহমেদ, বটদ্ৰৱাঃ ৰাজ্যৰ সমষ্টি পুনৰনিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগে ইতিমধ্যে খচৰা প্ৰকাশ কৰাৰ পিছত চলি আছে আপত্তি প্ৰদান কৰা প্ৰক্ৰিয়া। সমষ্টিৰ খচৰাক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া চলি থকাৰ মাজতেই শুক্ৰবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ!-->…
Read More...
Read More...
অসম সাঁতোৰ সন্থাৰ উদ্যোগত ৩০ সংখ্যক আন্তঃ জিলা আছাম একুৱেটিক চেম্পিয়নশ্বিপ
ডিজিটেল ডেস্কঃ অসম সাঁতোৰ সন্থাৰ উদ্যোগত আজিৰেপৰা পৰা ৯ জুলাইলৈকে তিনিদিনীয়াকৈ ৩০ সংখ্যক আছাম একুৱেটিক চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছে। সদৌ অসম ভিত্তিত আয়োজিত আন্তঃজিলা প্ৰতিযোগিতাখনি গুৱাহাটী সৰুসজাইস্হিত ড০ জাকিৰ হুছেইন একুৱেটিক!-->…
Read More...
Read More...
গুৱাহাটীত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীৰ অধ্যক্ষতাত জেজেএম আৰু এছবিএম(জি) সন্দৰ্ভত পূৰ্বোত্তৰ ভিত্তিক…
ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ ৰাজ্যসমূহে ‘জল জীৱন অভিযান’ৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ১% সংযোগেৰে আৰম্ভ কৰা অসমৰ দৰে এখন ৰাজ্যই এতিয়া জল জীৱন অভিযানৰ অধীনত ৫৪% অগ্ৰগতি লাভ কৰিছে। আজি গুৱাহাটীত এক সংবাদমেলত এই কথা সদৰী কৰে কেন্দ্ৰীয়!-->…
Read More...
Read More...
শ্ৰীৰামপুৰত ট্ৰাক সহ বৃহত পৰিমানৰ বিলাতী সুৰা জব্দ সহ দুজনক আটক
✍️ শ্ৰীৰামপুৰত ট্ৰাক সহ বৃহত পৰিমানৰ বিলাতী সুৰা জব্দ সহ দুজনক আটক ।
✍️গোসাইগাঁৱৰ শিমুলটাপু আৰক্ষীয়ে আজি দুপৰীয়া সময়ত এক গোপন খবৰৰ ভিত্তিত শ্ৰীৰামপুৰৰ ৩১(গ)নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই MC Dowell's বিলাতী সুৰা সহ ট্ৰাক এখন জব্দ!-->!-->!-->…
Read More...
Read More...