
ছয়গাঁৱৰ বিহদীয়াত ছাত্ৰীৰ চৰম সিদ্ধান্ত

মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে এই সিদ্ধান্ত মিতালী ডেকা নামৰ ছাত্ৰীগৰাকীৰ
ডিঙিত ছিপ লৈ আত্মহত্যা ছাত্ৰীগৰাকীৰ
ছাত্ৰী গৰাকীৰ ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আছিল বুলি জানিব পৰা গৈছে
সমগ্ৰ ঘটনাক্ৰমক লৈ অঞ্চলজুৰী শোকৰ ছা পৰা পৰিলক্ষিত হৈছে
ছয়গাঁও আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে