শেহতীয়া খবৰ

গোৱালপাৰাত খহনীয়া প্ৰতিৰোধৰ নামত ৪.৫ কোটি টকা শৰাধ, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

খহনীয়া সৰ্বস্বান্ত শ শ নৈপৰীয়া ৰাইজ, প্ৰতিৰোধৰ কামৰ নামত ভেঁকো-ভাওনা গণ বাৰ্তা বিশেষ, গোৱালপাৰা : গোৱালপাৰা জিলাৰ বলদমাৰী চৰৰ পৰা জলেশ্বৰলৈকে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ প্ৰতি মুহূৰ্তত চপৰা-চপৰকৈ পাৰৰ মাটি নৈৰ বুকুত বিলীন হৈ পৰিছে৷ ইয়াৰ লগে লগে নৈপৰীয়া শ শ পৰিয়ালে ঘৰ-বাৰী, খেতি-মাটি হেৰুৱাই পথৰ ভিক্ষাৰীত পৰিণত …

অধিক »

নগাঁৱত ৰাজ্যিক জমিয়তৰ গুৰুত্বপূৰ্ণ সভা

এন আৰ চিৰ পৰা বাদ পৰা বৈধ নাগৰিকক সহায়ৰ বাবে প্ৰতিটো আঞ্চলিক কাৰ্যালয়ত আইন সাহায্য কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গণ বাৰ্তা, নগাঁওঃ নগাঁও চহৰৰ হয়বৰগাঁওস্থ মদানী হলত আজি অসম ৰাজ্যিক জমিয়ত উলেমাৰ উদ্যোগত এক বিশেষ সভা অনুষ্ঠিত হয়। সংগঠনটোৰ ৰাজ্যিক সভাপতি হাজী মোস্তাক আনফৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰাক্তন মন্ত্ৰী তথা জমিয়তৰ …

অধিক »

এন আৰ চি-ৰ খচৰা তালিকাত নাম নাথাকিলে কি কৰিব?

অধিবক্তা জাহিৰ আব্বাছ যোৱা ২ জুলাই তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুযায়ী হয়তো অহা ৩০ জুলাই তাৰিখে প্ৰকাশ পাব বহু প্ৰত্যাশিত NRCৰ পূৰ্ণাংগ খচৰা তালিকা। NRCৰ ৰাজ্যিক সমন্বয়কে মহামান্য উচ্চতম ন্যায়ালত ২৯ জুন তাৰিখে দাখিল কৰা প্ৰতিবেদন (report) অনুযায়ী NRC-ৰ খচৰা তালিকা প্ৰকাশৰ প্ৰস্তুতিৰ কাম এতিয়াও প্ৰায় ৫ শতাংশ …

অধিক »