শেহতীয়া খবৰ

শেহতীয়া খবৰ

নলবাৰী জিলাৰ সুৰাদীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

৩১নং ৰাষ্ট্ৰীয় ঘাইপথত নতুনকৈ বহুওৱা দীঘলীয়া স্পীড বেকাৰত গাড়ীৰ গতি কম কৰোতে পিছপাছৰ পৰা অহা ট্ৰাক এখনে নলবাৰী, ২২ আগষ্ট : AS16D-2000 হোণ্ডাই চেন্টাফি( Hyundai Santa Fe ) গাড়ীখনত তীব্ৰগতিত খুন্দা মাৰে আৰু গাড়ীখন দীঘলীয়া স্পীডবেকাৰ পাৰ হৈ  থকা বাছ এখনত খুন্দা মাৰে।।দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখন পলায়ন কৰিবলৈ সক্ষম হয়।দুৰ্ঘটনাত কোনো লোক হতাহত …

অধিক »

পুৰণিগুদামত দেশীয় গৰিয়া মৰিয়া পৰিষদৰ উত্তাল প্ৰতিবাদ : আজান পীৰৰ বিৰুদ্ধে কটু মন্তব্য কৰা শিলাদিত্য দেৱৰ প্ৰতিকৃতি দাহ 

গণ বাৰ্তা, পুৰণিগুদাম, ২২ আগষ্ট : জিকিৰ আৰু জাৰি গীতৰ স্ৰষ্টা আজান পীৰকলৈ কটু মন্তব্য কৰা বিজেপিৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে আজি নগাঁও জিলাৰ পুৰণিগুদামত দেশীয় গৰিয়া মৰিয়া পৰিষদৰ অৰ্ধশতাধিক সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজান পীৰৰ জিকিৰ আৰু জাৰিক সাধাৰণ গীতৰ লগত তুলনা কৰা বিজেপিৰ বিধায়ক শিলাদিত্য দেৱৰ …

অধিক »

অসমত কোটি টকীয়া ফ্লিম ফেয়াৰৰ প্ৰস্তুতি,কাজিৰঙাত পৰ্যতনৰ বিধস্ত ৰূপ

গণবাৰ্তা, কাজিৰঙা : অসমত ৰাজ্য চৰকাৰ উদ্যোগত ৩০০ কোটি টকা ব্যয় সাপেক্ষে ফ্লীম ফেয়াৰ এৱাৰ্ডৰ প্ৰস্তুতিৰ বিপৰীতে কাজিৰঙাত অসম পৰ্যটনৰ বিধ্বস্ত ৰূপ ৷কাজিৰঙাত ধ্বংসৰ গৰাহত অসম পৰ্যটন বিভাগৰ পৰ্যটন নিবাস ৷কিন্তু তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই ৰাজ্য চৰকাৰৰ ৷উল্লেখযোগ্য কাজিৰঙাত পৰ্যটন বিভাগৰ পৰ্যটন নিবাস সমূহৰ উন্নয়নৰ প্ৰতি ৰাজ্য চৰকাৰৰ তিলমানো আগ্ৰহ নোহোৱাৰ …

অধিক »