পেট্ৰ’ল পাম্পটোৰ কৰ্মচাৰীয়ে ৰুজু কৰা শাৰীৰিক প্ৰহাৰৰ গোচৰৰ ভিত্তিত সোধপোছৰ বাবে শংকৰজ্যোতিক আটক কৰা হৈছিল বুলি জানিব পৰা গৈছে
দেওবাৰে নিশা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক সোধপোছৰ বাবে আটক কৰা বুলি জানিব পৰা গৈছে। নিশা দুলীয়াজান আৰক্ষীয়ে সোধপোছৰ বাবে মাতি পঠিয়াই শংকৰজ্যোতিক।
জনৈক আব্দুল আৰু প্ৰকাশ চাহুক লগত লৈ গুণ্ডামিৰ কৰাৰ অভিযোগ প্ৰাক্তন ছাত্ৰনেতাজনৰ বিৰুদ্ধে।
পেট্ৰ’ল পাম্পটোৰ কৰ্মচাৰীয়ে ৰুজু কৰা শাৰীৰিক প্ৰহাৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে সোধাপোছা কৰে শংকৰজ্যোতিক।
দুলীয়াজান থানাত পঞ্জীয়ন হোৱা গোচৰ সন্দৰ্ভত সোধাপোছা কৰা হয় শংকৰজ্যোতিক।
