শেহতীয়া খবৰ

শেহতীয়া খবৰ

তথ্য বিচাৰি গুৱাহাটীস্থ সংখ্যালঘু উন্নয়ন বৰ্ডৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান

ৰাজ্যত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ তদন্তৰ নতুন মোৰ : ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৯ অক্টোবৰ : নগাঁৱত সংঘটিত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীয়ে নতুন মোৰ লৈছে। ইতিমধ্যে নগাঁও আৰক্ষীয়ে এক তদন্তকাৰী গোট গঠন কৰি অব্যাহত ৰখা তদন্তৰ অংশ হিচাপে আজি দলটোৱে গুৱাহাটীস্থ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ একাংশ বিষয়া-কৰ্মচাৰীৰ পৰা তথ্য সংগ্ৰহ কৰে। তদন্তকাৰী বিষয়া …

অধিক »

হজৰত আজানপীৰ দৰগাহক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে প্ৰতিক্ৰিয়াশীল চক্ৰই

উপায়ুক্তই দহ মাহৰ পূৰ্বেই দানপাত্ৰ খোলাৰ ব্যৱস্থা লৈছিল ঃ বাধা আৰোপ কৰিছিল কোনে ? গণ বাৰ্তা বিশেষ, শিৱসাগৰ, ১৯ অক্টোবৰ : কেৱল অসম বা ভাৰতবৰ্ষৰ লোকৰ বাবেই নহয়, বৰঞ্চ বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ লগতে পৰ্যটককো আকৰ্ষিত কৰি আহিছে ঐতিহাসিক শিৱসাগৰ জিলাৰ দিখৌমুখ স’ৰাগুৰি চাপৰিত অৱস্থিত সম্প্ৰীতিৰ ধবজাবাহক হজৰত আজান পীৰ চাহেবৰ পৱিত্ৰ …

অধিক »

মাজুলী জিলাৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী

গুৱাহাটী, ১৯ অক্টোবৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গড়মূৰ আৱৰ্ত ভৱনত মাজুলী জিলাৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ বিভাগসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। বৈঠকত কৃষি, জলসিঞ্চন, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, ব্ৰহ্মপুত্ৰ ব’ৰ্ড, গ্ৰামোন্নয়ন, ৰাজহ, শিক্ষা, বিদ্যুৎ, অনুসূচিত জাতি আৰু জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন বিভাগৰ কাম-কাজৰ বুজ …

অধিক »