শেহতীয়া খবৰ
Home / আঞ্চলিক

আঞ্চলিক

আঞ্চলিক

VIDEO | এনআৰচিৰ পৰা বাদ পৰা ভাৰতীয় নাগৰিককৰ সমস্যাক লৈ বৰাকত মাইনৰিটিছ কনছালটেটিভ কমিটীৰ বৈঠক

ডিটেনচন কেম্পত মৃত্যু হোৱা লোকৰ আত্মীয়ক ২৫ লাখ ক্ষতিপূণৰ দাবী ব্ৰহ্মপুত্ৰ-বৰাকৰ মাজত সমন্বয় স্থাপনৰ সংকল্প ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৫ অক্টোবৰ : চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকক আইনী সাহায্য প্ৰদান কৰা তথা ডি-ভোটাৰ কিম্বা সংশোধিত বিদেশী ন্যায়াধিকৰণৰ অধিসূচনাৰ কেতবোৰ দফা সন্দৰ্ভত সজাগতা অনাৰ উদ্দেশ্যে আজি বদৰপুৰত আল ইছলাম একাডেমীত …

অধিক »

বিপ্লৱী কমিউনিষ্ট নেতা কমৰেড অম্বু বৰাৰ দেহাৱসান ঃ মুখ্যমন্ত্ৰীৰ লগতে দল-সংগঠনৰ শোক প্ৰকাশ

মহানগৰ প্ৰতিবেদক, ১৫ অক্টোবৰ : আজীৱন কমিউনিষ্ট ৰাজনীতি কৰা কমৰেড অম্বু বৰাই শেষ নিশ্বাস ত্যাগ কৰিলে। আজি দিনৰ ১১ বজাত বিপ্লৱী কমিউনিষ্ট নেতাগৰাকীয়ে বাৰ্ধক্যজনিত কাৰণত মহানগৰীৰ গণেশগুৰিস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা সৈনিক শিল্পী বিষু্ণ ৰাভাৰ সংগ্ৰামী সতীৰ্থ অম্বু বৰাই ইহসংসাৰত এৰি যায় …

অধিক »

নুমলীগড় শোধনাগাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী  : নুমলীগড় শোধনাগাৰৰ সৰ্বাধিক অংশীদাৰিত্ব থকা ভাৰত পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেড (বিপিচিএল) ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ হোৱাৰ যি বাতৰি প্ৰকাশ পাইছে তাৰ আলমত নুমলীগড় শোধনাগাৰো ভৱিষ্যতে ব্যক্তিগত খণ্ডলৈ যাব নেকি এই আশংকা দূৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত চৰকাৰলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে।

অধিক »

কেব গৃহীত হ’লে অসমৰ থলুৱা লোকসকলক গুৰুত্বহীন হৈ পৰিব :  ড০ হীৰেণ গোহাঁই

নুমলীগড় তেল শোধানাগাৰ ব্যক্তিগত খণ্ডৰ হাতলৈ গ’লে কৰ্মসংস্থাপনৰ পৰা বঞ্চিত হ’ব থলুৱা লোক, কেবৰ বিৰোধিত কৰি যাব নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই মহানগৰ প্ৰতিবেদক, ১৪ অক্টোবৰ : নগাৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে থলুৱা লোকসকল অসমত গুৰুত্বহীন হৈ পৰিব। আজি সংবাদমেল যোগে এই কথা উল্লেখ কৰিছে বিশিষ্ট বুদ্ধিজীৱী তথা চিন্তাবিদ ড০ হীৰেন গোহাঁয়ে। …

অধিক »

প্ৰকৃত ভাৰতীয় নাগৰিকক আইনী সাহায্য আগবঢ়াবলৈ বৰাকত মাইনৰিটিছ কনছালটেটিভ কমিটীৰ প্ৰতিনিধি

বিশিষ্ট আইনজীৱী আব্দুল মুহিব মজুমদাৰৰ শুভেচ্ছা ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ অক্টোবৰ : চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকক আইনী সাহায্য প্ৰদান কৰা তথা ডি-ভোটাৰ কিম্বা সংশোধিত বিদেশী ন্যায়াধিকৰণৰ অধিসূচনাৰ কেতবোৰ দফা সন্দৰ্ভত সজাগতা অনাৰ উদ্দেশ্যে বৰাকলৈ ৰাওনা হৈছে নৱগঠিত সংগঠন মাইনৰিটিছ কনছালটেটিভ কমিটীৰ প্ৰতিনিধি দল। সভাপতি মণ্ডলীৰ অধ্যক্ষ …

অধিক »

বিমুদ্ৰাকৰণ-জিএছটিৰ প্ৰভাৱত ভাৰতীয় অৰ্থব্যৱস্থা সংকটাপন্ন : প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজন

নতুন দিল্লী, ১৩ অক্টোবৰ : মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজন। সময়ে সময়ে বিমুদ্ৰাকৰণ আৰু জিএছটিৰ সমালোচনা কৰি অহা ৰঘুৰাম ৰাজনে নৰেন্দ্ৰ মোদী চৰকাৰৰ হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কৰে। শেহতীয়াকৈ আমেৰিকাৰ ব্ৰান ইড×নিভাৰ্ছিটীত আয়োজিত অ’পি জিন্দল বক্তৃতানুষ্ঠানত অংশ লৈ ভাষণ প্ৰসংগত মোদী চৰকাৰক সমালোচনা …

অধিক »

মন্ত্ৰী ছুম’ ৰংহাঙৰ নেতৃত্বত ছজনীয়া প্ৰতিনিধি দলৰ পৰ্যবেক্ষণ উমৰাংছু জলবিদ্যুৎ প্ৰকল্প

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ অক্টোবৰ : উমৰাংছু কপিলী জলবিদ্যুৎ প্ৰকল্প পৰ্যৱেক্ষণ কৰিলে মন্ত্ৰী ছুম’ ৰংহাঙৰ নেতৃত্বত ছজনীয়া এটা প্ৰতিনিধি দলে। এই প্ৰতিনিধি দলত আছিল নীপকোৰ স্বতন্ত্ৰ সঞ্চালক বিজয় গুপ্তা। আজি জলবিদ্যুৎ প্ৰকল্প পৰ্যৱেক্ষণ কৰি নীপকোৰ সঞ্চালকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে পানী পৰিবাহী টানেলট কোনোধৰণৰ কাৰিকৰী বিসংগতি হোৱা নাইছিল। আওপকীয়াকৈ তেওঁ …

অধিক »

তিনি চৰকাৰী কোম্পানীৰ অংশীদাৰিত্ব বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কেন্দ্ৰীয় চৰকাৰৰ

চলিত বিত্তীয় বৰ্ষতেই বিক্ৰী কৰিব নীপকো, কনকাৰ, টিএইচডিচি ইণ্ডিয়া লিমিটেড নতুন দিল্লী  : কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষতে চৰকাৰী তিনি কোম্পানীৰ অংশীদাৰিত্ব বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। চলিত বিত্তীয় বৰ্ষতেই কেন্দ্ৰীয় চৰকাৰে নীপকো, কনকাৰ আৰু টি এইচডিচি ইণ্ডিয়া লিমিটেডক অংশদীদাৰিত্ব বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ এই …

অধিক »

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫তম জন্ম জয়ন্তী উদ্‌যাপনৰ প্ৰস্তুতি মহানগৰীত

মহানগৰ প্ৰতিবেদক : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫সংখ্যক জন্মজয়ন্তী উদ্‌যাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে মহানগৰীত। সোমবাৰে গুৱাহাটী মহানগৰীত উলহ-মালহেৰে ড×দ্‌যাপন কৰা হ’ব সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫সংখ্যক জন্মজয়ন্তী। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিৰক্ষা সমিতিয়ে উল্লেখ কৰা অনুসৰি জন্মজয়ন্তী উপলক্ষে মহানগৰীত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী। সোমাবাৰে দিনজোৰা …

অধিক »

৫ নৱেম্বৰৰ পৰা ব্ৰহ্মপুত্ৰ পুষ্কৰ, ধাৰ্মিক পৰ্যটনৰ যোগেদি দুই কোটি উপাৰ্যনৰ লক্ষ্য পৰ্যটন বিভাগৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ অক্টোবৰ : নমামি ব্ৰহ্মপুত্ৰৰ যোগেদি মহা আয়োজন অনুষ্ঠিত কৰি ব্ৰহ্মপুত্ৰত পূজা-অৰ্চনা কৰিছিল ৰাজ্য চৰকাৰে। অৱশ্যে কোটি কোটি টকা খৰচ কৰি নমামি ব্ৰহ্মপুত্ৰ অনুষ্ঠিত কৰাৰ পিছত কোনো ফল নধৰিল। ওলোটাই ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়াৰ প্ৰকোপ দুগুণ বৃদ্ধি পালে। ব্ৰহ্মপুত্ৰৰ ৰুদ্ৰৰূপ নিয়ন্ত্ৰণৰ বাবে পূজা নহয়, বিজ্ঞানসন্মত দৃষ্টিভংগীৰহে প্ৰয়োজন বুলি …

অধিক »