শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

বিশেষ নিউজ ৰিপ’ৰ্ট | অৱশেষত চিবিআইৰ হাতত গ্ৰেপ্তাৰ হ’ল প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদম্বৰম

ওৰে নিশা গোপন স্থানত চলিল মাৰাথন জেৰা ডিজিটেল ডেস্ক, ২১, আগষ্টঃ  আই এন এক্স মিডিয়া গোচৰত অভিযুক্ত প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদম্বৰম অৱশেষত গ্ৰেপ্তাৰ হ’ল। অগ্ৰীম জামিন বিচাৰি বাৰম্বৰ মুখ থেকেচা খোৱাৰ পিছত আজি নিশাৰ ভাগত চি বি আই আৰু ই ডিৰ দলে দিল্লী আৰক্ষীৰ সহযোগত জৰ বাৰ্গস্থিত নিজ বাসগৃহৰ …

অধিক »

অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে প্ৰথম সংঘৰ্ষ

বাৰামুল্লা, ২১ আগষ্টঃ জম্মু আৰু কাশ্মীৰৰ পৰা সংবিধানৰ অনুেচ্ছদ ৩৭০ বাতিল কৰি ৰাজ্যখনৰ বিশেষাধিকাৰ প্ৰত্যাহাৰ কৰাৰ পিছত কালি প্ৰথম বাৰৰ বাবে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত বাৰামুল্লা জিলাত এজন এছ পি অ’ (আৰক্ষী বিষয়া) নিহত আৰু¸ আন এজন আৰক্ষীৰ জোৱান গুৰুতৰভাৱে আহত হয়। এই সংঘৰ্ষৰ ফলত এজন সন্ত্ৰাসবাদী নিহত …

অধিক »

আইএনএক্স মিডিয়া গোচৰত উচ্চতম ন্যায়ালয়ত চিদম্বৰম

ইডি-চিবিআইৰ দ্বাৰা প্ৰবীণ নেতাজনৰ চৰিত্ৰহননৰ চেষ্টাঃ ৰাহুল নতুন দিল্লী, ২১ আগষ্টঃ আই এন এক্স মিডিয়া গোচৰত বোম্বে হাইক’ৰ্টে প্ৰাক্তন কেন্দ্ৰী মন্ত্ৰী পি চিদম্বৰমৰ আগতীয়া জামিন নাকচ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ত হাইক’ৰ্টক প্ৰত্যাহবান জনাই দাখিল কৰা আবেদনৰ জৰুৰীভাৱে শুনানি গ্ৰহণ কৰাৰ প্ৰস্তুতি কৰিছে। বিচাৰপতি এন ভি ৰামান্নাই চিদম্বৰমৰ হৈ উচ্চতম ন্যায়ালয়ত …

অধিক »

বিশেষ নিউজ ৰিপ’ৰ্ট | নতুন দিল্লীত কাৰ্বি ভৱন আৰু ডিমাছা ভৱনৰ আধাৰশিলা স্থাপন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ আগষ্ট : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীৰ দ্বাৰকাত কাৰ্বি ভৱন আৰু ডিমাছা ভৱনৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত এই ভৱন নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে। আধাৰশিলা স্থাপন উপলক্ষে আয়োজিত সভাত মুখ্য …

অধিক »

CTET ২০১৯ ৰ সময় সূচী ঘোষণা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ

ডিজিটেল সংবাদঃ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ ( চি বি এছ ই)এ ২০১৯ বৰ্ষৰ বাবে অনুষ্ঠিত হ’বলগীয়া চেন্ট্ৰেল টিচাৰছ ইলিজিবিলিটি টেষ্ট চমুকৈ চি-টে’টৰ দিন ঘোষণা কৰিছে। চি বি এছ ইয়ে ঘোষণা কৰা অনুসৰি চলিত বৰ্ষৰ ৮ ডিচেম্বৰত চি-টে’ট অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত সবিশেষ অহা সপ্তাহত জনাব বুলি উল্লেখ কৰিছে। লগতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা …

অধিক »

কাশ্মীৰত আত্মীয়ৰ সৈতে দুই মিনিট টেলিফোনত কথা পাতিবলৈ দুঘণ্টা দীঘলীয়া শাৰী

শ্ৰীনগৰ, ১৪ আগষ্টঃ কাশ্মীৰ উপত্যকাত মাথোঁ দুই মিনিট আত্মীয়ৰ সৈতে ফোনত কথা পাতিবলৈ কমেও দুঘণ্টাকৈ দীঘলীয়া শাৰী পাতিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কাশ্মীৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ বাহিৰত এনেধৰণৰ দীঘলীয়া শাৰী প্ৰায় সুলভ হৈ পৰিছে। কাশ্মীৰত বসবাস কৰা লোকসকলে তেওঁলোকৰ আত্মীয়ৰ সৈতে ফোনত কথা পাতিবলৈ বৰ্তমান সময়ছোৱাত বৃহৎ প্ৰত্যাহবানৰ সন্মুখীন হ’বলগীয়া হৈছে। …

অধিক »

বায়ু সেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানলৈ ‘বীৰ চক্ৰ’

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ঘোষণা নতুন দিল্লী, ১৪ আগষ্টঃ স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কৰিলে ‘বীৰ চক্ৰ’ প্ৰাপকৰ নাম। প্ৰতিৰক্ষা মন্ত্ৰালয়ে বায়ু সেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানলৈ বীৰ চক্ৰ প্ৰদানৰ কথা আজি ঘোষণা কৰিছে। ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ দিনা এইগৰাকী উইং কমাণ্ডাৰক বীৰ চক্ৰৰে সন্মানিত কৰিব ভাৰত …

অধিক »

বিশেষ নিউজ ৰিপ’ৰ্ট | পাহৰণিৰ গৰ্ভত প্ৰাক স্বাধীনতা কালৰ অসম বিধান সভাৰ প্ৰথম গৰাকী উপাধ্যক্ষ মৌলবী আমিৰ উদ্দিন

অসমক ভাৰতৰ লগত থকাৰ সপক্ষে ভোটদান কৰা নেতাৰ পৰিয়াল এতিয়া আৰ্থিক দৈন্যতাত ভুগিছে ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৪ আগষ্টঃ  সমগ্ৰ ভাৰতবৰ্ষই ৭৩ সংখ্যক স্বাধীনতা দিৱসটি উলহ মাহলেৰে তিনিদিনীয়কৈ পালন কৰি থকাৰ সময়তে প্ৰাক স্বাধীনোত্তৰ কালৰ অসম বিধান সভাৰ প্ৰথম গৰাকী উপাধ্যক্ষ মৌলবী মহম্মদ আমিৰ উদ্দিনৰ পৰিয়াল ৰজা ঘৰ-প্ৰজা ঘৰৰ দ্বাৰা চৰম …

অধিক »

চন্দ্ৰযান-২ৰ পৃথিৱীৰ কক্ষপথ অতিক্ৰম

বেংগলুৰু, ১৪ আগষ্টঃ ভাৰতৰ দ্বিতীয় চন্দ্ৰযাত্ৰা বা চন্দ্ৰযান-২ৰ অভিযান প্ৰতি দিনে সফলভাৱে আগবঢ়াৰ পিছত আজি ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ বেংগলুৰু কাৰ্যালয়ে ঘোষণা কৰিছে যে পৃথিৱীৰ কক্ষপথ আজি নিচেই পুৱাতে অতিক্ৰম কৰিছে। চন্দ্ৰযান-২ৰ উৎক্ষেপণ কৰা আজি ২৩ দিন সম্পূৰ্ণ হ’ল। চন্দ্ৰযান-২য়ে নিজৰ অভিযান সফল কৰাৰ লক্ষ্যত ক্ৰমে চন্দ্ৰৰ কাষ চাপি গৈছে …

অধিক »

সেনা বাহিনীৰ পৰা চাটাই হ’ব পাৰে ২৭০০০ সেনা

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা  বাহিনীত ব্যয় কমোৱাৰ লŽক্ষ্য নতুন দিল্লী, ১৩ আগষ্টঃ ৰে’ল বিভাগৰ পিছত প্ৰতিৰক্ষা বিভাগত ব্যয় কমোৱাৰ লক্ষ্য আগত লৈ কেন্দ্ৰীয় চৰকাৰে সেনাবাহিনীৰ পৰা ২৭,০০০ সেনা চাটাই কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। যিকোনো মুহূৰ্ততে কেন্দ্ৰীয় চৰকাৰে চাটাই কৰিব পাৰে সেনাৰ ২৭ হাজাৰ জোৱানক। চলিত বৰ্ষত সেনাৰ বাবে আবণ্টিত মুঠ …

অধিক »