শেহতীয়া খবৰ
Home / প্ৰৱন্ধ

প্ৰৱন্ধ

প্ৰৱন্ধ

মিঞা নামৰ ক্ষেত্ৰত সমৰ্থনকাৰীৰ অভাৱ নাই

একৈশ শতিকাৰ বিশ্বায়নৰ যুগত যি সময়ত মানুহে জ্ঞান বিকাশ তথা দক্ষতা বিকাশৰ প্ৰতিযোগিতাত লিপ্ত সেই সময়ত অসমৰ দৰে এক ভৌগোলিক খণ্ডত শতিকা গৰকা এক নিৰ্দিষ্ট লোকসমষ্টিয়ে নিজৰ পৰিচয়, অধিকাৰৰ প্ৰশ্নত ব্যস্ত হৈ থাকিবলগীয়াটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক। খাদ্য-শষ্য উৎপাদনৰ পৰা অসমীয়া ভাষা-সংস্কৃতিৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি অহা …

অধিক »

‘মিঞা’ এক সুকীয়া পৰিচয় হওঁক

বিগত কিছুদিন ধৰি মিঞা শব্দটো লৈ অসমত এক বিতৰ্কৰ সূচনা হৈছে ৷ বিশেষকৈ “মিঞা পয়েট্ৰি”ক লৈ সংবাদমাধ্যমৰ লগতে ছচিয়েল মেডিয়াত ব্যাপক চৰ্চা চলিছে ৷ তাৰ লগে লগে মিঞা মুছলমানসকলৰ সূকীয়া পৰিচয়ৰ বিষয়টোৱেও আলোচনাৰ বিষয় হৈ পৰিছে ৷ সেই বিতৰ্কৰ আঁত ধৰিয়ে মই মোৰ নিজস্ব কিছু মতামত ব্যক্ত কৰিলোঁ ৷ প্ৰথম কথা …

অধিক »

মিঞাসকল বঙালী নে অসমীয়া ?

সম্প্ৰতি ‘মিঞা’ শব্দটো লৈ প্ৰায় সৰ্বত্ৰে বহুলভাৱে চৰ্চা হোৱা পৰিলক্ষিত হৈছে। কি সংবাদ মাধ্যম, কি চ’চিয়েল মিডিয়া, কি সভা-সমিতি–  সকলোতে চৰ্চিত হৈছে এই  ‘মিঞা’ শব্দটো। কোনোবায় জনগোষ্ঠী হিচােপ, কোনোবায় গালি বা তিৰষ্কাৰ সূচক শব্দ হিচােপ, কোনোবায় সম্বোধন সূচক শব্দ হিচােপ; কোনোবায় আকৌ ৰাজনৈতিক পাশাখেলৰ গুটি হিচােপও ব্যৱহাৰ কৰিছে এই  বহুল …

অধিক »

মিঞা বিতৰ্কঃ অসমীয়াৰ সাৰ্বজনীনতা আৰু মিঞা কবিতা

অতি সম্প্ৰতি মিঞা কবিতা সম্পৰ্কীয় বিতৰ্কৰ প্ৰেক্ষাপটত কিছু প্ৰাসংগিক বিষয় উল্লেখ কৰাৰ প্ৰয়োজনীয়তা বোধ কৰিছোঁ। তথ্য মতে ১৯৯১ চনৰ লোকপিয়লত অসমত  শতকৰা ৫৭ ভাগ লোকৰ মাতৃভাষা আসমীয়া বুলি উল্লেখ আছে। ইয়াৰে শতকৰা ১৮ ভাগ হ’ল অভিবাসী মুছলমানসকল (মিঞা)। কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ পৰাই এই লোকসকলে অসমীয়া ভাষাক মাতৃভাষা ৰূপে গ্ৰহণ কৰিছে। …

অধিক »

‘দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে/মাটিক মাতৃ বােলা প্রতিজন ভাৰতীয়ই নতুন অসমীয়া’

১৯০১ চন বা তাৰো আগতে প্ৰব্ৰজন ঘটা পূৰ্ববঙ্গীয় মূলৰ অসমৰ নদী দাঁতিকাষৰীয়া চৰ-চাপৰি অঞ্চলত বসবাস কৰা লোকসকলে অসমত ‘মিঞা’ ৰূপে পৰিচিত৷ ঘাইকৈ কৃষিজীৱী এই লোকসকলে অসমৰ থলুৱা লোকসকলৰ সৈতে সু-সম্পৰ্ক কৰি চৰ-চাপৰিৰ পৰা উৎপাদন কৰা শাক-পাঁচলি, গাখীৰ আদিৰ ব্যৱসায় কৰি আহিছে৷ এওঁলোকৰ মাজৰে বনুৱা কিছুমানৰ অবিহনে হয়তো চহৰ-নগৰৰ অট্টালিকাবোৰ নিৰ্মাণ …

অধিক »

পৰিচয় সংকট আৰু অসমৰ মিঞা মুছলমান

অসমৰ সৰু-বৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰে সুকীয়া সুকীয়া একো একোটা স্বকীয় পৰিচয় আছে যদিও, অবিভক্ত ভাৰতৰ পূৰ্ববঙ্গৰ পৰা বিভিন্ন কাৰণত অসম মুলুকলৈ আহি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰ-চাপৰিত বসতি স্থাপন কৰা মুছলমান সম্প্ৰদায়টোৰ আজিকোপতি এটা সৰ্বজনগ্ৰাহ্য নামকৰণ হৈ উঠা নাই। ঐতিহাসিক ঘটনা সংক্ৰান্তত ভাৰতৰ বঙ্গ প্ৰদেশক এবাৰ পূৱ বঙ্গ আৰু এবাৰ পশ্চিম বঙ্গ …

অধিক »

‘মিঞা’ বিতৰ্ক আৰু এক সঠিক নামকৰণৰ সমৰ্থনত !

চৰ-চাপৰিত ৰাজনৈতিক কাৰণত থিতাপি লােৱা মুছলমানৰ যি জনগােটৰ এক সঠিক নামকৰণক লৈ ইতিমধ্যে বহু বছৰ ধৰি এক নিৰন্তৰ যুদ্ধ চলি আছে, এতিয়া সময় আহি পৰিছে এক সিদ্ধান্তত উপনীত হোৱাৰ। প্ৰথমতে এটা কথা উনুকিয়াই দিব বিচাৰাে যে মুছলমানৰ এই জনগােটটোক বহুতেই বাংলাদেশী মূলৰ, বংগীয় মূলৰ আদি বিশেষণ দিয়া দেখা যায়। এয়া সম্পূর্ণ …

অধিক »

মিঞা বিতৰ্কঃ আমাৰ জনগোষ্ঠীয় পৰিচয়

(এক) আপাতদৃষ্টিত অসমত বসবাস কৰি অহা মন-প্ৰাণ দি অসম আৰু অসমীয়া ভাষাক ভাল পোৱা আটাাইসকল লোক অসমীয়া। জাতি অৰ্থত আটায়ে অসমীয়া হোৱাৰ পিছতো অসমীয়া জাতিৰ বিভিন্ন গোত্ৰ-গোষ্ঠীৰ মাজত জনগোষ্ঠীয় পৰিচয় দিয়াৰ এক প্ৰৱণতা ৰাজ্যখনত বাৰুকৈয়ে পৰিলক্ষিত হৈছে। ৰাজ্যখনত বসবাস কৰি অহা টাই, আহোম, মৰাণ, মটক, বড়ো, কাৰ্বি, ৰাভা, মাৰ-ডিমাচা, মিৰি-মিচিং, …

অধিক »

অসমৰ বহু জনপ্ৰতিনিধিয়ে নাজানে ইতিহাস

  আব্দুল আলিম অসমৰ জনগাঁথনি বিভিন্ন জাতি-জনগোষ্ঠীয় উপাদানেৰে পৰিৱেষ্টিত বৃহত্তৰ অসমীয়া জাতি গঠনত গৰিয়া-মৰিয়া দেশীৰ ভূমিকা লেখত ল’বলগীয়া। ইয়াৰ মুছলমানসকল অসমৰ প্ৰাচীন জনগোষ্ঠীসমূহৰ এটা ভাগ। অসমত ইছলাম ধৰ্মৰ পাতনি মেলিছিল ১২০৬ খ্ৰীষ্টাব্দত। ১২০৬ খ্ৰীষ্টাব্দত বংগৰ তুৰ্কী সেনাপতি বখতিয়াৰ খিলিজি তিববত জয় কৰাৰ আশাৰে অসমত প্ৰৱেশ কৰিছিল। কামৰূপৰ ৰজা পৃথুৰ হাতত …

অধিক »

স্মৃতিৰ পটত বিহু আৰু অসমীয়া মুছলমান

ডাঃ এম এছ ইচকেন্দাৰ আলী অসমীয়া জাতিৰ অন্তৰ্গত বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিক, সমন্বয়, সম্প্ৰীতিৰমূলক আৰু কৃষিভিত্তিক উৎসৱ হ’ল বিহু। অসমৰ সকলো জনগোষ্ঠীয়ে অসমৰ জাতীয় উৎসৱ কাতি, ভোগালী আৰু ৰঙালী বা বহাগ বিহু, তেওঁলোকৰ নিজ নিজ ধৰ্মৰ লগত কিছু হ’লেও সাঙুৰি লৈ পালন কৰি আহিছে আৰু ইয়াৰ মাজতেই ধৰ্ম-নিৰপেক্ষতা বজায় ৰাখিছে। আজিৰ …

অধিক »