শেহতীয়া খবৰ
Home / ক্ৰীড়া

ক্ৰীড়া

ক্ৰীড়া

ব্ৰঞ্জৰ পদকত সন্তুষ্ট হ’ব লাগিব তিনি ভাৰতীয় বক্সাৰ

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ছেমিত পৰাস্ত মেৰী কম, লাভলিনা, যমুনা উলান উদে (ৰাছিয়া), ১২ অক্টোবৰ : অলিম্পিক পদক বিজেতা ভাৰতীয় মহিলা ব’ৰ এম চি মেৰী কমে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদকতে সন্তুষ্ট হ’ব লাগিব। ৰাছিয়াত অনুষ্ঠিত হৈ থকা চেম্পিয়নশ্বিপৰ ছেমি-ফাইনেলত মেৰী কমে তুৰস্কৰ বুছেনাজ চাকিগ্ল­ুৰ হাতত পৰাস্ত হয়। ৰাছিয়াৰ উলান …

অধিক »

লুক্সেমবাৰ্গৰ বিৰুদ্ধে পৰ্তুগালৰ জয় : কেৰিয়াৰৰ ৭০০টা গ’ল সম্পূৰ্ণ ৰোনাল্ড’ৰ

লিছবন, ১২ অক্টোবৰ : পৰ্তুগাল দলৰ হৈ কালি নিশা ইউৰোপীয়ান চেম্পিয়নশ্বিপৰ যোগ্যতা নিৰ্ণায়ক মেচত লুক্সেমবাৰ্গৰ বিৰুদ্ধে এটা গ’ল দি ক্ৰিষ্টিয়ানো ৰোনাল্ড’ৱে কেৰিয়াৰৰ ৭০০টা গ’ল সম্পূৰ্ণ কৰিছে। গ্ৰুপ ‘বি’ৰ মেচখনত ৰোনাল্ড’ৱে পৰ্তুগালৰ হৈ প্ৰতিদ্বন্দ্বী লুক্সেমবাৰ্গৰ বিৰুদ্ধে ৬৫ মিনিটত এটা গ’ল দিয়ে। এই গ’লটোৰে কেৰিয়াত ৭০০টা গ’ল দিয়াৰ গৌৰৱ অৰ্জন কৰিছে ৰোনাল্ড’ৱে। মেচখনত …

অধিক »

২০২০ত ক্ৰীড়াত ডুব যাব অষ্ট্ৰেলিয়া

নতুন দিল্লী, ১২ অক্টোবৰ : আগন্তুক বৰ্ষত ক্ৰীড়াত ডুব যাব সমগ্ৰ অষ্ট্ৰেলিয়া।২০২০ত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব দুখনকৈ ক্ৰীড়া। যাৰ বাবে আগন্তুক বৰ্ষত বিশ্বৰ ক্ৰীড়াপ্ৰেমীৰে ভৰি পৰিব অষ্ট্ৰেলিয়া। উল্লেখ্য যে ২০২০ত অষ্ট্ৰেলিয়াত দুখনকৈ ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হ’ব। পুৰুষৰ লগতে মহিলা টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব। যাৰ বাবে ২০২০ত সমগ্ৰ অষ্ট্ৰেলিয়া ক্ৰিকেটত ডুব যাব। ইতিমধ্যে …

অধিক »

টেষ্ট ছিৰিজ দখলৰ দিশে ভাৰত:  দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম ইনিংছত ৩২৬ ৰানৰ অগ্ৰগতিত কোহলী বাহিনী

মুম্বাই, ১২ অক্টোবৰ : প্ৰথমখন টেষ্টৰ পিছত দ্বিতীয়খন টেষ্টত জয়লাভ কৰি ছিৰিজ দখলৰ দিশে আগবাঢ়িছে ভাৰতীয় দলটো। চলিত পুণে টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম ইনিংছত ৩২৬ ৰানৰ অগ্ৰগতিত আছে কোহলী বাহিনী। উল্লেখ্য যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ তিনিখন মেচৰ টেষ্ট ছিৰিজ অনুষ্ঠিত হৈ আছে। ইতিমধ্যে টেষ্ট ছিৰিজৰ প্ৰথমখন টেষ্টত জয়লাভ কৰি …

অধিক »

বদৌচা এফ চি দখলত “ফিল’কাপ ২০১৯”

ফিল’কাপ ২০১৯ ৰ শ্ৰেষ্ঠ খেলুৱৈ বদৌচা এফ চিৰ সাগৰ ভুমিজ ডিজিটেল সংবাদ, ফিল’বাৰীঃ ফিল’বাৰী ক্ৰীয়া সন্থাৰ উদ্যোগত আৰু ফিল’বাৰী অঞ্চলৰ জাতীয় জনগোষ্ঠীয় সংগঠন লগতে বৃহৎৰ ফিল’বাৰীবাসী ৰাইজৰ সহযোগত ফিল’বাৰী হাইস্কুল খেলপথাৰত ২ ছেপ্টেম্বৰ পৰা আৰম্ভ হোৱা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা “ফিল’কাপ ২০১৯” দেওবাৰে সামৰণি পৰে। উজনি অসমৰ আগশাৰীৰ দহটাকৈ অধিক দলে অংশগ্ৰহণ …

অধিক »

বিশ্ব এথলেটিক্সৰ পৰা বাহিৰ হ’ল হিমা দাস

ডিজিটেল সংবাদঃ বিশ্ব এথলেটিক্সৰ পৰা বাহিৰ হ’ল হিমা দাস। ভাৰতীয় দলে প্ৰকাশ কৰা দ্বিতীয়খন তালিকাতো নাম নাই ধিং এক্সপ্ৰেছ হিমা দাসৰ। ২৭ ছেপ্টেম্বৰৰ পৰা ৬ অক্টোবৰলৈ দোহাত অনুষ্ঠিত হ’বলগীয়া বিশ্ব এথলেটিক্সত ভাৰতীয় এথলেটিক্স ফেডাৰেশ্যনে ঘোষণা কৰা তালিকাত নাম নাই হিমা দাসৰ। ইফালে বিশ্ব এথলেটিকছৰ পৰা হিমা দাস বাহিৰ হোৱা সন্দৰ্ভত …

অধিক »

ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ চাৰিটা স্বৰ্ণ জয়

গণ বাৰ্তা , সৰুপথাৰ ,১৬ ছেপ্তেম্বৰ : বিহাৰৰ পাটনাত যোৱা ১৩-১৫ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হোৱা ছিনিয়ৰ ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত অসমৰ দলে চাৰিটা সোন,এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক জয় কৰিবলে সক্ষম হয় | সোনৰ পদক লাভ কৰা খেলুৱৈ সকল হল ক্ৰমে জোনমনি বড়ো,দেবী দৈমাৰী,মনজিতা কটকী আৰু ৰুঞ্জাপ্ৰিয়া পাঠক | ৰূপৰ …

অধিক »

বেডমিণ্টনত সাফল্য কাকজানৰ বৰ্ণিলৰ

গণ বাৰ্তা কাকজানঃ দিল্লীত অনুষ্ঠিত হোৱা  PNB Met Life Junior Badminton Championship ত যোৰহাট কাকজান বনপিঠাগুৰি গাঁৱৰ বৰ্ণিল চাংমাইয়ে চূড়ান্ত খেলত হাৰিয়ানাক পতিদ্বন্দীক কৰি জয়ী হ’বলৈ সক্ষম হয়। কাকজানৰ নিবাসী পিতৃ ভূপেন চাংমাই আৰু মাতৃ আকাশ চাংমাইৰ পুত্ৰ বৰ্ণিল শিৱসাগৰ কেন্দ্ৰীয় বিদ্যালয়ৰ চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰ ।

অধিক »

কাটাৰ ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয় মেচত ওমানৰ হাতত ভাৰতৰ পৰাজয়

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ ছেপ্টেম্বৰ : কাটাৰত অনুষ্ঠিত হ’বলগীয়া ২০২২ৰ ফিফা বিশ্বকাপৰ প্ৰাক্‌ক্ষণত আজি ভাৰত আৰু ওমানৰ মাজত গুৱাহাটীত অনুষ্ঠিত হয় প্ৰথমখন যোগ্যতা নিৰ্ণায়ক মেচ। ২০২০ৰ জুন মাহলৈ অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ-২০২২ৰ যোগ্যতা নিৰ্ণয়কাৰী প্ৰথমখন মেচত ভাৰতীয় দলটোৱে প্ৰতিদ্বন্দ্বী ওমানৰ বিৰুদ্ধে আজি প্ৰথমছোৱাত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। নিশা ৭.৩০ বজাত …

অধিক »

ছুইঙৰ নতুন চুলতান যশপ্ৰীত বুমৰাহ

ডিজিটেল ডেস্ক,  নতুন দিল্লী, ২ চেপ্টেম্বৰঃ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত জামাইকা টেষ্টৰ কথা যশপ্ৰীত বুমৰাহৰ হেট্ৰিকৰ বাবে সকলোৰে মুখে মুখে। তেওঁ টেষ্ট ক্ৰিকেটত হেট্ৰিক অৰ্জন কৰা ভাৰতৰ তৃতীয়জন বলাৰ হিচাপে পৰিগণিত হয়। এণ্টিগাত অনুষ্ঠিত প্ৰথম টেষ্টত মুঠ ছটা উইকেট সংগ্ৰহ কৰা বুমৰাহৰ ছুইং বল দ্বিতীয় টেষ্টটো টি-২০ৰ বিশ্ব চেম্পিয়ন দলে …

অধিক »