শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ

চিত্ৰ-সংবাদ

চিত্ৰ-সংবাদ

Videos | পুনৰ ঘূৰি আহিছে অসমীয়া চিনেমাৰ সুদিন : কাঞ্চনজংঘাৰ পিছত ৰত্নাকৰলৈ ৰাজ্যজুৰি সঁহাৰি

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ অক্টোবৰ : এখনৰ পিছত এখন সফল চিনেমাৰ পিছত পুনৰ যেন ঘূৰি আহিছে অসমীয়া চিনেমাৰ সুদিন। ৰাজ্যৰ ছবিগৃহসমূহত এটা সময়ত অসমীয়া চিনেমাৰ দপ্‌দপনি আছিল যদিও চলচ্চিত্ৰ উদ্যোগটো মৃত্যুৰ মুখলৈ গতি কৰাৰ পিছতেই অসমীয়া চিনেমাৰ দৰ্শক হেৰাই যাবলৈ ধৰিছিল। দুই-এখন চিনেমা মুক্তি লাভ কৰিছিল যদিও দৰ্শকৰ অভাৱত বৃহৎ লোকচানৰ …

অধিক »

৩১ অক্টোবৰ পৰা ৬ নবেম্বৰলৈ মহানগৰীত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

৬৫খন দেশৰ এশৰো অধিক ছবি প্ৰদৰ্শন কৰা হ’ব : মন্ত্ৰী নৱ দলে মহানগৰ প্ৰতিবেদক, ৩০ ছেপ্টেম্বৰ : ২-৩ কোটি টকা ব্যয়ৰে ৰাজ্য চৰকাৰে আয়োজন কৰিবলৈ ওলাইছে তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। এই ছবি মহোৎসৱত ৬৫খন দেশৰ এশখনৰো অধিক ছবি প্ৰদৰ্শন কৰা হ’ব।  সংবাদ মেল যোগে এই কথা ঘোষণা কৰিছে সাংস্কৃতিক বিভাগৰ মন্ত্ৰী …

অধিক »

Video | অস্কাৰলৈ ৰণবীৰ সিং-আলিয়া ভাট অভিনীত ‘গলি বয়’

মুম্বাই : ৰণবীৰ সিং আৰু আলিয়া ভাট অভিনীত ‘গলি বয়’ ছবিখন অস্কাৰৰ দৌৰত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিছে। এইবাৰ ভাৰতৰ হৈ ‘গলি বয়’ অস্কাৰৰ দৌৰত নামিব। আজি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। উল্লেখ্য যে ১৪ ফেব্ৰুৱাৰীত ছবিগৃহলৈ অহা গলি বয় ছবিখনে প্ৰথম দিনাই ১৯.৪ কোটি টকা উপাৰ্জন কৰে। দুসপ্তাহৰ ভিতৰত ছবিখনে …

অধিক »

দেৰগাঁও বাপুজী মন্দিৰত সপোনজ্যোতি ঠাকুৰৰ সংযোগ মঞ্চস্থ

ডিজিটেল ডেস্ক , ১ চেপ্টেম্বৰঃ সময় সলনি হোৱাৰ লগে লগে মানুহৰ সংকট সমুহো সলনি হয়নে ? নে সুকীয়া সুকীয়া ৰূপত মানুহ একেখিনি সংকটৰে মুখামুখি হয় বাৰে বাৰে ? প্ৰতিষ্ঠা আৰু প্ৰতিভাৰ মাজত বৰ ডাঙৰ যুঁজ এখন চলি থাকে নেকি ? ৩১ আগষ্টৰ সন্ধ্যা বাপুজী মন্দিৰত মঞ্চস্থ হোৱা দেৰগাঁও নাট্যচৰ্চ্চা কেন্দ্ৰৰ …

অধিক »

নিশাৰ ভিতৰতে ষ্টাৰ হৈ  পৰিল ৰাণু মণ্ডলসহ পাঁচগৰাকী

   ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত ছ’চিয়েল মিডিয়া এক বহুল প্ৰচাৰিত মাধ্যম হৈ পৰিছে। জনসাধাৰণৰ মাজত সাঁচ  বহুৱাবলৈ সক্ষম হৈ পৰিছে ছ’চিয়েল মিডিয়া। জনসাধাৰণৰ একাংশই  ছ’চিয়েল মিডিয়াত নিশাৰ ভিতৰতে ষ্টাৰ হৈ পৰা বহুতো উদাহৰণ পোৱা যায়। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিশাৰ ভিতৰতে ষ্টাৰলৈ ৰূপান্তৰিত হয় এগৰাকী ভিক্ষাৰী। ইয়াৰ উপৰি আন …

অধিক »

৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা ঘোষণা : শ্ৰেষ্ঠ অসমীয়া ‘ছবি বুলবুল কেন চিং’

শ্ৰেষ্ঠ ছবিৰ বঁটা আন্ধাধুনলৈ,  শ্ৰেষ্ঠ অভিনেতা আয়ুষ্মান খুৰানা (আন্ধাধুন), বিকী কৌশল (উৰী : দ্য ছাৰ্জিকেল ষ্ট্ৰাইক), শ্ৰেষ্ঠ অভিনেত্ৰী কীৰ্তি চুৰেজ (মহানতি) শ্ৰেষ্ঠ আমোদজনক ছবি বধাই হো নতুন দিল্লী, ৯ আগষ্ট : উৎকণ্ঠাৰ অৱসান ঘটোৱাই অৱশেষত ঘোষণা কৰা হ’ল ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। নতুন দিল্লীৰ শাস্ত্ৰী ভৱনৰ প্ৰেছ ইনফৰমেচন ব্যুৰোৰ কনফাৰেন্স …

অধিক »

নৰ্থ ইষ্ট ডিভা বিজয়ী মালশ্যা কাশ্যপক লৈ আনন্দ – উল্লাস ওৰাং-মাজবাটবাসীৰ , শিক্ষাৰ পাতনি মেলা শিক্ষানুষ্ঠানৰ আচাৰ্য-আচাৰ্যাৰ আশীৰ্বাদ গ্রহণ

গণ বাৰ্তা ,ওৰাং,৬ আগষ্ট : প্রাইড ইষ্ট এন্টাৰটেইনমেন্ট প্রাইভেট লিমিটেড ৰ উদ্যোগত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহত সৌন্দৰ্য প্রতিযোগিতা এংগেজ ‘নৰ্থ ইষ্ট ডিভা ২০১৯ ‘ ৰ যোৱা ৪ আগষ্ট ৰবিবাৰে গুৱাহাটীৰ তাজ ভিভান্টা হোটেলত অনুষ্ঠিত হোৱা সুন্দৰী প্রতিযোগীতাত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে মাজবাটৰ মালশ্যা কাশ্যপে | উত্তৰ – পূৰ্বাঞ্চলৰ যুৱতী সকলক ৰাষ্ট্রীয় …

অধিক »

বিশিষ্ট গৱেষক ডঃ সোমেন্দ্ৰ নাথ বৰগোঁহাইৰ গ্ৰন্থ উন্মোচন

                   বিশিষ্ট গৱেষক ড0 সোমেন্দ্ৰ নাথ বৰগোঁহাইৰ ‘Some Three and Muga Culture’ গ্ৰন্থখন উন্মোচনৰ দৃশ্য । ফটো- নেকিব আহমেদ

অধিক »

বক্স অফিচত ছলমান-কেটৰিনাৰ ছবি ‘ভাৰত’ৰ চলিত বৰ্ষৰ অভিলেখ ভংগ

প্ৰতিবছৰে ঈদৰ সময়ত ছলমান খানৰ ছবি মুক্তি পায় আহি থকা আৰু এইবাৰো অৰ্থাৎ ৫ জুনত মুক্তিলাভ কৰা চলমান-কেটৰিনাৰ ছবি ‘ভাৰত’এ চলিত বৰ্ষৰ সকলো অভিলেখ ভংগ কৰিছে। মুক্তিৰ প্ৰথম দিনা ৪২ কো্‌টি টকাৰ উপাৰ্জন কৰি এক অভিলেখ সৃষ্টি কৰিছে। বৰ্তমানলৈকে ১২২ কোটি টকা উপাৰ্জন হয়। উল্লেখ যে ছবিজগতৰ বিশেষজ্ঞৰ সমীক্ষা মতে …

অধিক »

নগাঁৱত ১-২ জুনত ‘প্ৰাগ চিনে এৱাৰ্ডছ’ নৰ্থ-ইষ্ট, ২০১৯

অভিনেত্ৰী ৰুণু দেৱীলৈ জীৱনজোৰা সাধনা বঁটা, অসম কন্যা ৰীমা দাসলৈ গ্ল’বেল আইকন বঁটা মহানগৰ প্ৰতিবেদক  : অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক অধিক গতিশীল আৰু সমৃদ্ধ কৰাৰ উদ্দেশ্যৰে এ এম টেলিভিছন প্ৰাইভেট লিমিটেডে ২০০৩ চনৰ পৰা অনুষ্ঠিত কৰি অহা উত্তৰ-পূবৰ সৰ্ববৃহৎ ইভেণ্ট প্ৰাগ চিনে এৱাৰ্ডছ এইবাৰ সংস্কৃতি আৰু সাহিত্যৰ অন্যতম পীঠস্থান নগাঁৱত অনুষ্ঠিত হ’ব। …

অধিক »