শেহতীয়া খবৰ
Home / ৰাজনীতি

ৰাজনীতি

ৰাজনীতি

বিশেষ নিউজ ৰিপ’ৰ্ট | অৱশেষত চিবিআইৰ হাতত গ্ৰেপ্তাৰ হ’ল প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদম্বৰম

ওৰে নিশা গোপন স্থানত চলিল মাৰাথন জেৰা ডিজিটেল ডেস্ক, ২১, আগষ্টঃ  আই এন এক্স মিডিয়া গোচৰত অভিযুক্ত প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদম্বৰম অৱশেষত গ্ৰেপ্তাৰ হ’ল। অগ্ৰীম জামিন বিচাৰি বাৰম্বৰ মুখ থেকেচা খোৱাৰ পিছত আজি নিশাৰ ভাগত চি বি আই আৰু ই ডিৰ দলে দিল্লী আৰক্ষীৰ সহযোগত জৰ বাৰ্গস্থিত নিজ বাসগৃহৰ …

অধিক »

এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱা ভাৰতীয়ক আইনী সহায় কৰিব কংগ্ৰেছে

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ আগষ্ট : ৰাষ্ট্ৰীয় নাগৰীকপঞ্জী উন্নীতকৰণ, চমুকৈ এনআৰচি প্ৰকাশ পাবলৈ মাজত মাত্ৰ দহটা দিন বাকী। অৰ্থাৎ ৩১ আগষ্টত প্ৰকাশ পাব চূড়ান্ত এনআৰচি। এনআৰচি প্ৰকাশৰ পিছত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সকলোকে আইন-শৃংখলা বজাই ৰাখিবলৈ আহবান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই। প্ৰকৃত …

অধিক »

চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰিব কে’বালক্ষাধিক ভাৰতীয় লোকৰ নাম : সাংসদ আব্দুল খালেকৰ শংকা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ আগষ্ট : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, চমুকৈ এন আৰ চি প্ৰকাশক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে শেহতীয়া কাম-কাজক লৈ মুখ খুলিছে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে। চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰিব কেইবা লক্ষাধিক ভাৰতীয় লোকৰ নাম। ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন …

অধিক »

উপ-নিৰ্বাচনলৈ সাজু বিজেপি : জনীয়া সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰি সৰ্বাধিক ৩৪জনৰ আবেদন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : ৰাজ্যৰ চাৰি সমষ্টিৰ উপ-নিৰ্বাচনক লৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ৰাজ্যিক বিজেপি। সমষ্টি পুনৰ দখলৰ লক্ষ্যৰে বিজেপিয়ে প্ৰস্তুত কৰিছে ৰণনীতি। ইতিমধ্যে উপ-নিৰ্বাচনৰ চাৰি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি এজনৰ পিছত এজনকৈ নেতাই আবেদন দাখিল কৰিছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত। জনীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি সৰ্বাধিক ৩৪গৰাকীয়ে আবেদন দাখিল কৰিছে। …

অধিক »

অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মুকুল শৰ্মাৰ দেহাৱসান

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ আগষ্ট : অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মুকুল শৰ্মা আৰু নাই। দীৰ্ঘদিন ধৰি গুৰুতৰ ৰোগত আক্ৰান্ত হৈ খানাপাৰাস্থিত হেল্‌থ চিটীত চিকিৎসাধীন হৈ থকা অৱস্থাত আজি দিনৰ ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাজেন। ৫১ বছৰীয়া মুকুল শৰ্মাৰ মৃত্যুত কংগ্ৰেছৰ ভিতৰচ’ৰাত শোকৰ ছাঁ পৰে। উল্লেখ্য যে …

অধিক »

ত্ৰিপুৰাৰ উগ্ৰপন্থীৰ সৈতে কেন্দ্ৰৰ শান্তি চুক্তি স্বাক্ষৰ : উগ্ৰপন্থীয়ে অস্ত্ৰ এৰি মূল সুঁতিলৈ উভতি আহিবলৈ সাজু

নতুন দিল্লী, ১০ আগষ্ট : ত্ৰিপুৰাৰ উগ্ৰপন্থীৰ সৈতে কেন্দ্ৰই আজি এক গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্ৰ আৰু ত্ৰিপুৰা উগ্ৰপন্থীয়ে আজি কৰা স্বাক্ষৰ চুক্তি অনুসৰি উগ্ৰপন্থীসকলে অস্ত্ৰ এৰি মূল সঁুতিলৈ উভতি আহিবলৈ প্ৰস্তুত হৈছে। সেইবাবে কেন্দ্ৰই আজি ত্ৰিপুৰাৰ উগ্ৰপন্থীসকলৰ সৈতে এই চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ত্ৰিপাক্ষিক চুক্তি …

অধিক »

এনআৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ব্লেক মেইলিঙৰ বলি হৈছে : সংবাদমেলত আব্দুল খালেক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ আগষ্ট : এনআৰচিৰ শুনানিক লৈ শেহতীয়াকৈ ৰাজ্যত চলি থকা বিসংগতিক লৈ সৰৱ হৈ পৰিছে বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেক। ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি এটা নিশাৰ ভিতৰতেই হাজাৰ হাজাৰ শুনানিৰ জাননী প্ৰেৰণ কৰা বিষয়টোক লৈ সাংসদগৰাকীয়ে উল্লেখ কৰি কয় যে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ব্লেক মেইলিঙৰ বলি …

অধিক »

এক দেশ, এক পৰিয়াল : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদী

অনুেচ্ছদ ৩৭০ ৰ বাবেই ৪২০০০ লোকৰ মৃত্যু দেশ বিৰোধী কামত ব্যৱহাৰ হৈছিল অনুেচ্ছদ ৩৭০, ৩৫(এ) নতুন দিল্লী, ৮ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাক্‌ক্ষণত দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লালকিল্লাৰ পৰা স্বাধীনতা দিৱসত ৰাষ্ট্ৰক সম্বোধন কৰিবলৈ আৰু কেইটামান দিন মাজত থকাৰ সময়ছোৱাতেই আজি জম্মু-কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা অনুেচ্ছদ ৩৭০ আৰু ৩৫(এ)ক …

অধিক »

জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আক্ৰাছুৰ প্ৰতিনিধিৰ আলোচনা 

অচিৰেই কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি মুখ্য মন্ত্ৰীৰ  বঙাইগাঁওঃ ২ আগষ্টঃ  কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক অচিৰেই জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কালি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অসম বিধান সভাৰ মুখ্যমন্ত্ৰীৰ সভা কক্ষত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এটা ৩৫ …

অধিক »

ৰাজ্যৰ চৌপাশে জলপ্ৰলয়ঃ ১৭খন জিলাৰ ৭৪৯ খন গাঁও প্লাৱিত, ১৬৭৩০ কৃষি ভূমি বানৰ কৱলত,

৪২৩৩৮৬ জন লোক বানত প্ৰভাৱিত, ১৮৪৩ জন আশ্ৰয় শিবিৰত অসমত ২০১৭ত ১৬০, ২০১৮ত ৪৬ জন লোকৰ মৃত্যু মহানগৰ প্ৰতিবেদক, ১১ জুলাই ঃপ্ৰলয়ংকৰী বানৰ কবলত ৰাজ্য। যোৱা কেইবাদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি আন নৈ-উপনৈসমূহৰ পানী ওফন্দি উঠাৰ ফলত নদীদ্বীপ মাজুলীকে ধৰি অসমৰ কেইবাখনো জিলা প্ৰলয়ংকৰী বানৰ …

অধিক »