শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য

ব্যৱসায়-বাণিজ্য

বিমুদ্ৰাকৰণ-জিএছটিৰ প্ৰভাৱত ভাৰতীয় অৰ্থব্যৱস্থা সংকটাপন্ন : প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজন

নতুন দিল্লী, ১৩ অক্টোবৰ : মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজন। সময়ে সময়ে বিমুদ্ৰাকৰণ আৰু জিএছটিৰ সমালোচনা কৰি অহা ৰঘুৰাম ৰাজনে নৰেন্দ্ৰ মোদী চৰকাৰৰ হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কৰে। শেহতীয়াকৈ আমেৰিকাৰ ব্ৰান ইড×নিভাৰ্ছিটীত আয়োজিত অ’পি জিন্দল বক্তৃতানুষ্ঠানত অংশ লৈ ভাষণ প্ৰসংগত মোদী চৰকাৰক সমালোচনা …

অধিক »

গভীৰ সংকটত ৰাজহুৱা বিমান কোম্পানী এয়াৰ ইণ্ডিয়াঃ একেলগে ১২০ জন পাইলটৰ পদত্যাগ

দৰমহা বৃদ্ধি-পদোন্নতী নোহোৱাৰ বাবেই পদত্যাগ নতুন দিল্লী, ১৩ অক্টোবৰ : মোদী চৰকাৰৰ শাসন কালত ক্ৰমাৎ ধবংসৰ দিশলৈ গতি কৰিছে ৰাজহুৱা খণ্ডৰ বিমান কোম্পানী এয়াৰ ইণ্ডিয়া। যি সময়ছোৱাত এয়াৰ ইণ্ডিয়া ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ বাবে যো-জা চলাই আছে, সেই সময়তে একেলগে ১২০জন পাইলটে পদত্যাগ কৰা ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১২০জন …

অধিক »

২২-২৩ অক্টোবৰত গুৱাহাটীৰ ইণ্ডো বাংলাদেশ বিজনেছ ছামিটঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ অক্টোবৰ : ‘এডভান্টেজ অসম’ৰ পিছত বিনিয়োগক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে আজি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদমেল পাতি স্থিতি স্পষ্ট কৰে। জনতা ভৱনত আয়োজিত এক সংবাদমেলত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে এডভান্টেজ অসমৰ পিছত ৭৯,০০০ কোটি টকা বিনিয়োগৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে। উক্ত চুক্তিৰ ভিত্তিতে ইতিমধ্যে কেৱল উদ্যোগ …

অধিক »

নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প ৰূপায়ণৰ পৰ্যালোচনা

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প সময় নিৰ্ধাৰিতভাৱে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শনিবাৰে নিশা নুমলীগড় শোধনাগাৰৰ সভাকক্ষত শোধনাগাৰটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালককে ধৰি আন উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে প্ৰস্তাৱিত প্ৰকল্পটোৰ ৰূপায়ণৰ প্ৰাৰম্ভিক কাম-কাজৰ বুজ লোৱাৰ উদ্দেশ্যে …

অধিক »

বিমুদ্ৰাকৰণৰ পিছতো দেশত হোৰাহোৰে নকল নোটৰ প্ৰচলন

২০১৮-১৯ ত ধৰা পৰিল ৰিজাৰ্ভ বেংকত ৫.৬ শতাংশ , অন্য বেংকত ৯৪.৪ শতাংশ নকল নোট ১০ টকীয়া নোট ২০.২ শতাংশ, ২০ টকীয়া নোট ৮৭.২ শতাংশ, ৫০ টকীয়া নোট ৫৭.৩শতাংশলৈ বৃদ্ধি নকল নোট নতুন দিল্লী, ১৪ ছেপ্টেম্বৰ : দেশৰ অৰ্থব্যৱস্থাত ভয়ংকৰ আঘাত হনা নকল নোটৰ প্ৰচলন ৰোধ কৰাৰ উদ্দেশ্যৰে ২০১৬ৰ ৮ …

অধিক »

স্মাৰ্টফোনৰ সৈতে সংযোগ কৰিব পৰা যাব নতুন টিভিএছ স্কুটী

  ডিজিটেল সংবাদ, নতুন দুল্লীঃ স্মাৰ্টফোন কানেকটিভিটি সহ নতুন স্কুটাৰ লঞ্চ কৰিলে আগশাৰী দুচকীয়া বাহন নিৰ্মাতা কোম্পানী টিভিএছয়ে৷ কোম্পানীটোৰ সবাতোকৈ জনপ্ৰিয় ১০০ চিচি ইঞ্জিনযুক্ত স্কুটীৰ জুপিটাৰ গ্ৰেণ্ডী স্কুটীত স্মাৰ্টফোন সংযোগৰ সুবিধা অন্তৰ্ভূক্ত কৰা হ’ল৷ নতুন টিভিএছ জুপিটাৰ গ্ৰেণ্ডী স্কুটীৰ এক্স শ্বোৰ’ম দাম ৫৯,৯০০ টকা৷ জুপিটাৰ গ্ৰেণ্ডী স্কুটীত এনড্ৰোয়েড আৰু আইঅ’এছ স্মাৰ্টফোন …

অধিক »

২১ বছৰৰ ভিতৰত আগষ্টত গাড়ী বিক্ৰীৰ হাৰ সৰ্বনিম্ন

দেশৰ অৰ্থনীতি মন্দাৱস্থাৰ ভয়ংকৰ পৰণতি অটো মোবাইল ছেক্টৰত নতুন দিল্লী : দেশত দেখা দিয়া ভয়ংকৰ অৰ্থনৈতিক মন্দাৱস্থাই বাৰুকৈয়ে প্ৰভাৱিত কৰিছে যানবাহন বিক্ৰীত। মন্দাৱস্থাৰ ফলত অভাৱনীয় হাৰত দেশত অটোমোবাইলৰ বিক্ৰী হ্ৰাস পাইছে। বিক্ৰী হ্ৰাসে এনে এটা পৰ্যায় পাইছে যে দেশৰ বহুকেইটা প্ৰখ্যাত গাড়ী নিৰ্মাতা কোম্পানীয়ে তেওঁলোকৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ লগতে …

অধিক »

৬৩সংখ্যক বীমা সপ্তাহ উদ্যাপন এল আই চিৰ

ডিজিটেল ডেস্ক, ২ চেপ্টেম্বৰঃ ভাৰতীয় জীৱন বীমা নিগম (এলআইচি)য়ে ৬৩ সংখ্যক বীমা সপ্তাহ উদ্যাপন কৰিছে। ১ ছেপ্টেম্বৰত দেশজুৰি এল আই চিয়ে ৬৩সংখ্যক বাৰ্ষিক উদ্যাপন উপলক্ষে বীমা সপ্তাহ উদ্যাপন কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত এল আই চিৰ গুৱাহাটী মাণ্ডলিক সঞ্চালক মানসৰঞ্জন চাহুৱে কয় যে ভাৰতৰ ২৪টা জীৱন বীমা নিগমৰ …

অধিক »

ৰিজাৰ্ভ বেংকে ১.৭৬ লাখ কোটি টকা দিব কেন্দ্ৰক

নতুন দিল্লী, ২৭ আগষ্টঃ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ বিমল জালানৰ অধ্যক্ষতাত অনুষ্ঠিত বিশেষজ্ঞ কমিটীৰ অনুমোদন সাপেক্ষে উদ্বৃত্ত আৰু জমা পুঁজিৰ পৰা কেন্দ্ৰীয় চৰকাৰক ১.৭৬ লাখ কোটি টকা দিবলৈ আজি ৰিজাৰ্ভ বেংকে সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থনৈতিক বিকাশৰ হাৰ মন্থৰ হৈ পৰাৰ ফলত দেশৰ উৎপাদন আৰু¸ বাণিজ্য স্তিমিত হৈ বিত্তীয় ব্যৱস্থাক অচল …

অধিক »

পাৰ্লে বিস্কুট কোম্পানীয়ে ১০ হাজাৰ কৰ্মচাৰীক চাটাইৰ প্ৰস্তুতি

জি এছ টিৰ ফলত বিক্ৰী হ্ৰাসঃ কৰ্মচাৰীৰ ভৱিষ্যৎ অন্ধকাৰ বাঙ্গালুৰু, ২১ আগষ্টঃ ভাৰতৰ অন্যতম বিস্কুট নিৰ্মাতা কোম্পানী পাৰ্লে প্ৰডাক্টছ কোম্পানী  প্ৰাইভেট লিমিটেডে অতি শীঘ্ৰে কোম্পানীৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ১০ হাজাৰৰো অধিক কৰ্মচাৰীক কামৰ পৰা চাটাই কৰাৰ প্ৰস্তুতি চলিছে। দেশৰ গ্ৰামাঞ্চলত পাৰ্লে কোম্পানীৰ উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰিব নোৱাৰাৰ ফলত উদপাদন …

অধিক »