শেহতীয়া খবৰ
Home / আঞ্চলিক / বেডমিণ্টনত সাফল্য কাকজানৰ বৰ্ণিলৰ

বেডমিণ্টনত সাফল্য কাকজানৰ বৰ্ণিলৰ

গণ বাৰ্তা কাকজানঃ দিল্লীত অনুষ্ঠিত হোৱা  PNB Met Life Junior Badminton Championship ত যোৰহাট কাকজান বনপিঠাগুৰি গাঁৱৰ বৰ্ণিল চাংমাইয়ে চূড়ান্ত খেলত হাৰিয়ানাক পতিদ্বন্দীক কৰি জয়ী হ’বলৈ সক্ষম হয়। কাকজানৰ নিবাসী পিতৃ ভূপেন চাংমাই আৰু মাতৃ আকাশ চাংমাইৰ পুত্ৰ বৰ্ণিল শিৱসাগৰ কেন্দ্ৰীয় বিদ্যালয়ৰ চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰ ।