শেহতীয়া খবৰ
Home / আঞ্চলিক / কাঞ্চনজংঘাৰ প্ৰথম সপ্তাহত উপাৰ্জন ২.৯ কোটি, দৰ্শকলৈ ধন্যবাদ জুবিন গাৰ্গৰ

কাঞ্চনজংঘাৰ প্ৰথম সপ্তাহত উপাৰ্জন ২.৯ কোটি, দৰ্শকলৈ ধন্যবাদ জুবিন গাৰ্গৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৬ ছেপ্টেম্বৰত মুক্তিলাভ কৰা জুবিন গাৰ্গৰ নতুন ছবি কাঞ্চনজংঘাই প্ৰথম সপ্তাহতে উপাৰ্জন কৰিলে ২.৯ কোটি টকা৷ মুক্তিৰ দিনাই ছবিখনে উপাৰ্জন কৰিছিল ৪০ লাখ টকা। মুক্তিলাভৰ দিনৰ পৰাই ছবিগৃহত দেখিবলৈ পোৱা গৈছে দৰ্শকৰ সহাৰি, দৰ্শকক এই সহাৰিৰ বাবে ধন্যবাদ জনালে জুবিন গাৰ্গে।ইফালে বৰ্তমানো ছবিগৃহত দেখিবলৈ পোৱা গৈছে দৰ্শকৰ সহাৰি।ৰাজ্যৰ বাহিৰৰ ছবিগৃহতো দৰ্শকে আদৰি লৈছে ছবিখন।