শেহতীয়া খবৰ
Home / আঞ্চলিক / নুমলীগড় শোধনাগাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীৰ

নুমলীগড় শোধনাগাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী  : নুমলীগড় শোধনাগাৰৰ সৰ্বাধিক অংশীদাৰিত্ব থকা ভাৰত পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেড (বিপিচিএল) ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ হোৱাৰ যি বাতৰি প্ৰকাশ পাইছে তাৰ আলমত নুমলীগড় শোধনাগাৰো ভৱিষ্যতে ব্যক্তিগত খণ্ডলৈ যাব নেকি এই আশংকা দূৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত চৰকাৰলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে।