শেহতীয়া খবৰ

শেহতীয়া খবৰ

বাগোদী-ভৈৰাগুৰী বাসীয়ে যাতায়াতত ভূগিছে যমৰ যাতনা

অনাগত দিনত বিধায়ক শুকুৰ আলী আহমেদক প্ৰৱেশ নিষিদ্ধ কৰাৰ হুমকি গণবাৰ্তা,জনীয়া,১৯ আগষ্ট : বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাগোদী-ভৈৰাগুৰী বাসীৰ বিলৈ কোনে শুনিব ! অভিযোগ অনুসৰি বাগোদি-ভৈৰাগুৰী পথত এখন দলংৰ অভাৱত দীর্ঘদিনৰে পৰা যমৰ যাতনা ভুগিছে অঞ্চলবাসীয়ে। ১৯৮৪ চনতে নিৰ্মিত পথত আজিলৈ এখন পকী দলং নিৰ্মান নোহোৱাত বাগোদী, ভৈৰাগুৰী, ৰঙিয়া …

অধিক »

দক্ষিণ বৰপেটাৰ চৰাঞ্চলত পুতৌজনক ৰাজ্যৰ স্বাস্থ্য সেৱা ব্যৱস্থা : এম্বুলেঞ্চৰ অবিহনে ঠেলা, ঘোঁৰাৰ গাড়ী, সাঙীৰে কঢ়িয়াইছে ৰোগী 

গণবাৰ্তা, নগৰবেৰা, ১৯ আগষ্ট :ৰাজ্যৰ স্বাস্থ্য খন্ডত আমূল পৰিৱৰ্তন ঘটা বুলি চৰকাৰী পক্ষই যিমানেই দম্ভালি নামাৰক কিয় প্ৰকৃতাৰ্থত যে পৰিৱৰ্তন ঘটা নাই সেইটো দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ স্বাস্থ্য সেৱাৰ পুতৌজনক অৱস্থাৰ ফালে লক্ষ্য কৰিলেই সহজে অনুমান কৰিব পাৰি। দক্ষিণ বৰপেটাৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চৰাঞ্চলৰ ৰাইজৰ স্বাস্থ্য সেৱা ব্যৱস্থা …

অধিক »

বৰপেটাৰোডত কবি গুৰুক ৰবীন্দ্ৰনাথক স্মৰণ বিধায়ক বঁটা প্ৰদান

গণবাৰ্তা বিশেষ, ১৭ আগষ্ট : বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৭৮ সংখ্যক মহাপ্রয়াণ দিৱস বৰপেটাৰোডৰ কেন্দ্ৰীয় ৰবীন্দ্র স্মৃতি মঞ্চৰ উদ্যোগত কালি সন্ধিয়া প্ৰগতি সংঘৰ বাকৰিত পালন কৰা হয় ৷ এই উপলক্ষে  শ্ৰদ্ধাঞ্জলি তথা মাঙ্গলিক অনুষ্ঠান , সাংস্কৃতিক অনুষ্ঠান আৰু বিধায়ক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ ৰবীন্দ্র স্মৃতি মঞ্চৰ সভাপতি দেবব্রত দত্ত আৰু …

অধিক »