শেহতীয়া খবৰ

শেহতীয়া খবৰ

নুমলীগড় শোধনাগাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী  : নুমলীগড় শোধনাগাৰৰ সৰ্বাধিক অংশীদাৰিত্ব থকা ভাৰত পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেড (বিপিচিএল) ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ হোৱাৰ যি বাতৰি প্ৰকাশ পাইছে তাৰ আলমত নুমলীগড় শোধনাগাৰো ভৱিষ্যতে ব্যক্তিগত খণ্ডলৈ যাব নেকি এই আশংকা দূৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত চৰকাৰলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে।

অধিক »

কেব গৃহীত হ’লে অসমৰ থলুৱা লোকসকলক গুৰুত্বহীন হৈ পৰিব :  ড০ হীৰেণ গোহাঁই

নুমলীগড় তেল শোধানাগাৰ ব্যক্তিগত খণ্ডৰ হাতলৈ গ’লে কৰ্মসংস্থাপনৰ পৰা বঞ্চিত হ’ব থলুৱা লোক, কেবৰ বিৰোধিত কৰি যাব নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই মহানগৰ প্ৰতিবেদক, ১৪ অক্টোবৰ : নগাৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে থলুৱা লোকসকল অসমত গুৰুত্বহীন হৈ পৰিব। আজি সংবাদমেল যোগে এই কথা উল্লেখ কৰিছে বিশিষ্ট বুদ্ধিজীৱী তথা চিন্তাবিদ ড০ হীৰেন গোহাঁয়ে। …

অধিক »

প্ৰকৃত ভাৰতীয় নাগৰিকক আইনী সাহায্য আগবঢ়াবলৈ বৰাকত মাইনৰিটিছ কনছালটেটিভ কমিটীৰ প্ৰতিনিধি

বিশিষ্ট আইনজীৱী আব্দুল মুহিব মজুমদাৰৰ শুভেচ্ছা ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ অক্টোবৰ : চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকক আইনী সাহায্য প্ৰদান কৰা তথা ডি-ভোটাৰ কিম্বা সংশোধিত বিদেশী ন্যায়াধিকৰণৰ অধিসূচনাৰ কেতবোৰ দফা সন্দৰ্ভত সজাগতা অনাৰ উদ্দেশ্যে বৰাকলৈ ৰাওনা হৈছে নৱগঠিত সংগঠন মাইনৰিটিছ কনছালটেটিভ কমিটীৰ প্ৰতিনিধি দল। সভাপতি মণ্ডলীৰ অধ্যক্ষ …

অধিক »