শেহতীয়া খবৰ

শেহতীয়া খবৰ

স্বেচ্ছাসেৱী অনুষ্ঠান “হেঁপাহ″ৰ উদ্যোগত  প্লাষ্টিক বৰ্জনৰ এক অভিযান আৰম্ভ

পৰিষ্কাৰ পৰিচন্নতাই আমাৰ দেহ মন সুস্থ কৰি ৰখাত সহায় কৰে : ননী বৰপূজাৰী গুৱাহাটী, ২ অক্টোবৰ : স্বেচ্ছাসেৱী অনুষ্ঠান “হেঁপাহ″ৰ উদ্যোগত বুধবাৰে  প্লাষ্টিক বৰ্জনৰ এক অভিযান আৰম্ভ হয়।   মহানগৰীৰ গণেশগুৰিৰ বি. কে টাৱাৰৰ বিপৰীতে পাচলি বজাৰৰ কাষত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰখ্যাত চিত্ৰকাৰ তথা ভাস্কৰ্য শিল্পী ননী বৰপুজাৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত …

অধিক »

গোৱালপাৰাত হাতী-মানুহৰ সংঘাত অব্যাহত:বন মন্ত্ৰীৰ ঘোষণা অসাৰ

পাহাৰতলীত নিশা  বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যু বন্য হস্তীৰ, দুৰ্বৃত্তই কাটি নিলে দাঁত, শুঁৰ আনিছুল জামান, গোৱালপাৰা ২ অক্টোবৰ: গোৱালপাৰাত অব্যাহত আছে হাতী-মানুহৰ ভয়াবহ সংঘাত।এই সংঘাতৰ পৰিণতিত যোৱা পুুৱতিনিশা প্ৰতিকুল বতৰৰ মাজতে এটি বয়স্ক মাইকী বন্য হস্তী বিদ্যুৎ পৃষ্ট হৈ কৰুণ মৃত্যুক আঁকোৱালি লবলগীয়া হৈছে। কোনো দুৰ্বৃত্বই মৃত হাতীটোৰ দাঁত আৰু শুঁৰৰ …

অধিক »

বৰপেটাত মানৱ সমাজ কল্যাণ সমিতিৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন

আজিজুল হক, ভেল্লা , ২ অক্টোবৰঃ সমগ্ৰ দেশ তথা ৰাজ্যখনৰ লগতে বৰপেটাৰ অগ্ৰণী সামাজিক অনুষ্ঠান “মানৱ কল্যাণ সমিতি”ৰ উদ্যোগত স্থানীয় কৃষ্ণ নগৰস্থিত মহাত্মা গান্ধী শিশু উদ্যানত দিনজোৰা  বিস্তৃৰ্ণ কাৰ্যসূচীৰে মহাত্মা গান্ধীৰ ১৫০ তম্ জন্ম জয়ন্তী উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পূৱা ৭.৩০ বজাত চাফাই কাম, ৮.৩০ বজাত বৰপেটাৰ মুক্তি যুজাৰু …

অধিক »