শেহতীয়া খবৰ

শেহতীয়া খবৰ

ধনশিৰি নদীৰ আৱতৰীয়া বানত ঃ ২২খন গাঁৱৰ ১,২৫৬টা পৰিয়ালৰ ক্ষতিসাধন

গণ বাৰ্তা, সৰুপথাৰ, ২৮ অক্টোবৰ : বিগত কেইবা দিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ে ধনশিৰি নদীৰ বক্ষ। নিশাটোৰ ভিতৰতেই গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ ২২খনকৈ গাঁৱত নদীখনৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি কৰে। হাহাকাৰ সৃষ্টি হয় নৈপৰীয়া ৰাইজৰ। যোৱানিশা বহু লোক শুই থকাৰ সময়তেই তাৎক্ষণিকভাৱে নদীৰ পানী বৃদ্ধি হৈ নদীকাষৰীয়া …

অধিক »

VIDEO | ২০২০ৰ আমেৰিকাৰ নিৰ্বাচনীৰ ইছ্যু হ’ব বাগদাদীৰ মৃত্যু : ইৰান

চাৰিবাৰকৈ মৃত্যুৰ অপপ্ৰচাৰৰ পিছত পুনৰ আইছিছ প্ৰমুখৰ মৃত্যুৰ দাবী আমেৰিকাৰ অভিযানত সন্দেহ প্ৰকাশ ৰাছিয়াৰ ৱাশ্বিংটন : সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা আইছিছ প্ৰমুখ আবু বক্কৰ আল-বাগদাদীৰ মৃত্যুৰ বাতৰি পুনৰ উত্থাপন হৈছে। ইতিমধ্যে আইছিছ প্ৰমুখ বাগদাদীৰ মৃত্যুৰ দাবী চাৰিবাৰকৈ অপপ্ৰচাৰত পৰিণত হোৱাৰ পিছত পুনৰ এবাৰ বিশ্ব সন্ত্ৰাসবাদীজনৰ মৃত্যুৰ দাবী উত্থাপন কৰিছে আমেৰিকাই। …

অধিক »

অৱশেষত পৰিয়ালৰ লোকে চমজি ল’লে ডিটেনশ্বন কেম্পত বন্দী ফালু দাসৰ মৃতদেহ

মুকালমুৱাৰ পৰা এম মহিবৰ ৰহমান, ২৮ অক্টোবৰ : বিগত পাঁচ দিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত পৰি থকা ফালু দাসৰ মৃতদেহ অৱশেষত চমজি ল’লে পৰিয়ালে। ফলত গোৱালপাৰাৰ ডিটেনচন কেম্পত বন্দী হৈ থাকি চিকিৎসালয়ত মৃত্যুবৰণ কৰা নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত চটেমাৰী গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ফালু দাস নামৰ লোকজনৰ মৃতদেহক লৈ ইমান …

অধিক »