শেহতীয়া খবৰ

শেহতীয়া খবৰ

নগা শান্তি চুক্তি বাধাগ্ৰস্ত ঃ পৃথক সংবিধান-পতাকা দিবলৈ কেন্দ্ৰৰ

পৃথক সংবিধান-পতাকাক লৈ আকোৰগুজ এন এছ চি এন (আই এম) নতুন দিল্লী, ২৭ অক্টোবৰ : যি সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডবাসীক সম্পূৰ্ণ নগা শান্তি চুক্তি দিয়াৰ বাবে প্ৰস্তুতি চলাইছে, সেই সময়ছোৱাতে পুনৰ আহি পৰিছে আন এক বাধা। যাৰ ফলত ৩১ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ নগা শান্তি চুক্তি লাভ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। …

অধিক »

চৰকাৰৰ দমন নীতি সহ্য কৰা নহ’বঃ সমুজ্জ্বল, কেব-নদীবান্ধৰ বিৰুদ্ধে সৰৱ আছু, ৪ নৱেম্বৰত ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰবল প্ৰতিবাদ সত্ত্বেও নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলৈ সাজু হোৱাৰ লগতে নামনি সোৱণশিৰিত বৃহৎ নদীবান্ধ নিৰ্মাণেৰে উত্তৰ অসমক নিঃশেষ কৰিবলৈ ওলোৱা কাৰ্যৰ বিৰুদ্ধে আছুৱে সৰৱ স্থিতি গ্ৰহণ কৰিছে। আজি জোনাইত চলি থকা কেন্দ্ৰীয় অধিৱেশনৰ সময়ছোৱাত অনুষ্ঠিত সাধাৰণ সভাত আছুৱে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী …

অধিক »

দীপাৱলীৰ উপলক্ষে ৫.৫ লাখ বন্তিৰে অযোধ্যাত বিশ্ব অভিলেখ

অযোধ্যা, ২৬ অক্টোবৰ : উত্তৰ প্ৰদেশৰ অযোধ্যাত দীপাৱলী উপলক্ষে শনিবাৰে নিশা ৫.৫ লাখ বন্তি জ্বলাই বিশ্ব অভিলেখ গঢ়িলে যোগী আদিত্যনাথ চৰকাৰে। বিগত বৰ্ষৰ অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়িলে যোগী আদিত্যনাথ চৰকাৰে। বিগত বৰ্ষত অযোধ্যাত দীপাৱলী উপলক্ষে ৩,০০,১০০টা মাটিৰ চাকি জ্বলাই এক অভিলেখ গঢ়িছিল। আজি বিগত বৰ্ষৰ সেই অভিলেখ ভংগ কৰি …

অধিক »