শেহতীয়া খবৰ

শেহতীয়া খবৰ

বিমুদ্ৰাকৰণ-জিএছটিৰ প্ৰভাৱত ভাৰতীয় অৰ্থব্যৱস্থা সংকটাপন্ন : প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজন

নতুন দিল্লী, ১৩ অক্টোবৰ : মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজন। সময়ে সময়ে বিমুদ্ৰাকৰণ আৰু জিএছটিৰ সমালোচনা কৰি অহা ৰঘুৰাম ৰাজনে নৰেন্দ্ৰ মোদী চৰকাৰৰ হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কৰে। শেহতীয়াকৈ আমেৰিকাৰ ব্ৰান ইড×নিভাৰ্ছিটীত আয়োজিত অ’পি জিন্দল বক্তৃতানুষ্ঠানত অংশ লৈ ভাষণ প্ৰসংগত মোদী চৰকাৰক সমালোচনা …

অধিক »

গভীৰ সংকটত ৰাজহুৱা বিমান কোম্পানী এয়াৰ ইণ্ডিয়াঃ একেলগে ১২০ জন পাইলটৰ পদত্যাগ

দৰমহা বৃদ্ধি-পদোন্নতী নোহোৱাৰ বাবেই পদত্যাগ নতুন দিল্লী, ১৩ অক্টোবৰ : মোদী চৰকাৰৰ শাসন কালত ক্ৰমাৎ ধবংসৰ দিশলৈ গতি কৰিছে ৰাজহুৱা খণ্ডৰ বিমান কোম্পানী এয়াৰ ইণ্ডিয়া। যি সময়ছোৱাত এয়াৰ ইণ্ডিয়া ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ বাবে যো-জা চলাই আছে, সেই সময়তে একেলগে ১২০জন পাইলটে পদত্যাগ কৰা ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১২০জন …

অধিক »

মন্ত্ৰী ছুম’ ৰংহাঙৰ নেতৃত্বত ছজনীয়া প্ৰতিনিধি দলৰ পৰ্যবেক্ষণ উমৰাংছু জলবিদ্যুৎ প্ৰকল্প

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ অক্টোবৰ : উমৰাংছু কপিলী জলবিদ্যুৎ প্ৰকল্প পৰ্যৱেক্ষণ কৰিলে মন্ত্ৰী ছুম’ ৰংহাঙৰ নেতৃত্বত ছজনীয়া এটা প্ৰতিনিধি দলে। এই প্ৰতিনিধি দলত আছিল নীপকোৰ স্বতন্ত্ৰ সঞ্চালক বিজয় গুপ্তা। আজি জলবিদ্যুৎ প্ৰকল্প পৰ্যৱেক্ষণ কৰি নীপকোৰ সঞ্চালকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে পানী পৰিবাহী টানেলট কোনোধৰণৰ কাৰিকৰী বিসংগতি হোৱা নাইছিল। আওপকীয়াকৈ তেওঁ …

অধিক »