শেহতীয়া খবৰ

শেহতীয়া খবৰ

টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ত যোৰহাট জিলা পৰিবহণ বিভাগৰ পথ সজাগতামূলক কাৰ্যসূচী

ডিজিটেল সংবাদ, টীয়ক-কাকজানঃ যান বাহন সংশোধনী আইন ২০১৯ ত নতুনকৈ যিসমূহ নিয়ম অন্তৰ্ভুক্ত হৈছে সেই নিয়মসমূহ ২৩ ছেপ্টেম্বৰৰ পৰা অসমটো কাৰ্যকৰী হৈছে। যান বাহন সংশোধনী আইন ২০১৯ কিদৰে ফলপ্ৰসূ কৰি প্ৰশাসনক সহযোগ কৰিব পাৰি তাৰ ওপৰত সজাগতা অনাৰ বাবে আজি যোৰহাট জিলা পৰিবহণ বিভাগ আৰু টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ দুৰ্যোগ বিভাগৰ …

অধিক »

জাঁজী হাঁহচৰাত পলিথিন অপকাৰিতাৰ সজাগতা সভা

গণবার্তা, আমগুৰিঃ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ অক্টোবৰৰ পৰা সকলো স্তৰৰ জনগণক পৰিৱেশ নষ্ট কাৰী পলিথিন ব্যবহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিভিন্ন সামাজিক সংগঠনে এই ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে। আজি যোৰহাট জিলাৰ হাঁহচৰাত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ কোষ, ইক ক্লাব এন এছ এছ উইংৰ …

অধিক »

৭৪ নং ৰঙাপৰা সমষ্টিৰ উপ-নিৰ্বাচনঃ ই ভি এম-ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন

ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ অহা ২১ অক্টোবৰত ৰঙাপৰা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে আজি শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলনী কক্ষত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত ই ভি এম আৰু ভি ভি পেট মেচিনৰ প্ৰথম পৰ্যায়ৰ ‘ৰেণ্ডমাইজেশ্বন’ কাৰ্যসূচী সম্পন্ন কৰা হয়৷ এই কাৰ্যসূচীত আগন্তুক নিৰ্বাচনত ব্যৱহাৰ হ’বলগীয়া ১৯৭ টা ই ভি এম মেচিনৰ …

অধিক »