শেহতীয়া খবৰ

শেহতীয়া খবৰ

আজি পোহৰ উৎসৱত আন্ধাৰৰ কিৰিলি দীপাৱলী

প্ৰশাসনৰ নিশেধাজ্ঞাক ভেঙুচালি কৰি বজাৰত চীনা সামগ্ৰীৰ অবাধ বিক্ৰী ঠায়ে ঠায়ে শব্দ-বায়ু প্ৰদূষণকাৰী আটচবাজী বিক্ৰী ঝাণ্ডিমুণ্ডাৰ দপ্‌দপনি ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ অক্টোবৰ : পোহৰৰ উৎসৱ দীপাৱলীক লৈ চৌপাশে ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। বিগত দুদিন নেৰানেপেৰা বৰষুণৰ ফলত প্ৰাত্যহিক জীৱন ব্যাহত হৈ পৰিছিল যদিও আজি বৃষ্টিপাত নোহোৱাত পুনৰ উৎসাহী হৈ পৰিছে ৰাজ্যবাসী। …

অধিক »

গোৱালপাৰা ডিটেনশ্বন কেম্পৰ বন্দী ফালু দাসৰ মৃত্যু,মৃতদেহ চমজি লবলৈ অস্বীকাৰ

ভাৰতীয় নাগৰিক হোৱা সত্ত্বেও বিদেশী সজোৱাৰ অভিযোগ পৰিয়ালৰ গণ বাৰ্তা বিশেষ, গোৱালপাৰা, ২৫ অক্টোবৰ : অলপতে তেজপুৰ ডিটেনচন কেম্পত বন্দী দুলাল পাল নামৰ এজন লোকৰ মৃত্যু হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ ডিটেনচন কেম্পত বন্দী হৈ থকা আন এজন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকজনৰ নাম ফালু দাস(৭০)। তেওঁ গোৱালপাৰা ডিটেনচন …

অধিক »

অন্ধবিশ্বাসৰ কৰাল গ্ৰাস : ধিঙৰ বিদ্যালয়ত ভূতৰ আতংক, পাঠদান বন্ধ, বেজৰ শৰণাপন্ন শিক্ষক-শিক্ষয়ত্ৰীসহ বিজ্ঞান শিক্ষক

গণ বাৰ্তা, ধিং, ২৫ অক্টোবৰ : শিক্ষানুষ্ঠানত ভূত আৰু ভূত। দিনৰ পোহৰত ভয়ানক ভূত। এইবাৰ ভূত ওলাইছে বিদ্যালয়ত। প্ৰতিদিনেই অশৰীৰী ভূতে লম্ভিছে স্কুলীয়া ছাত্ৰীৰ শৰীৰত। ক’লা বৰণৰ দীঘল চুলি, দীঘল দীঘল নখ থকা ভয়ংকৰ চেহেৰাৰ ভূতে খেদিছে বিদ্যালয়ৰ একাংশ ছাত্ৰীক। এজনী-দুজনী নহয়, নিতৌ ভূতে খেদিছে একাংশ ছাত্ৰীক। ভূত খেদিবলৈ বিদ্যালয়ত …

অধিক »