শেহতীয়া খবৰ

শেহতীয়া খবৰ

কমল কুমাৰ মেধিৰ পঞ্চমখন কাব্য গ্ৰন্থ ‘এই দেশ কাৰাগাৰ’ৰ উন্মোচন

কবি, শিল্পীয়ে পলাই ফুৰিব নালাগে ধুমুহাৰ পৰা : ড০ হীৰেণ গোঁহাই মহানগৰ প্ৰতিবেদক, ২৫ অক্টোবৰ : কবি কমল কুমাৰ মেধিৰ পঞ্চমখন কাব্যগ্ৰন্থ ‘এই দেশ কাৰাগাৰ’ আজি আনুষ্ঠানিকভাৱে উন্মোচন হয়। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কবি কমল কুমাৰ মেধিৰ কাব্যগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীৱী তথা চিন্তাবিদ ড০ হীৰেন গোহাঁয়ে। …

অধিক »

প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মাৰ দেহাৱসান ঃ মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ অক্টোবৰ : প্ৰাক্তন অসম আৰক্ষী সঞ্চালকপ্ৰধান খগেন শৰ্মাৰ আজি গুৱাহাটীৰ ছান ভেলী হাস্পতালত মৃত্যু ঘটে। দীৰ্ঘদিন ধৰি কলন কেন্সাৰত আক্ৰান্ত হৈ থকা প্ৰাক্তন সঞ্চালকপ্ৰধানগৰাকীৰ আজি সন্ধিয়া প্ৰায় ৭.১৫ বজাত দেহাৱসান ঘটে। ১৯৮২ৰ বেট্‌চৰ আই পি এছ বিষয়াগৰাকীয়ে অসম আৰক্ষীৰ সেৱাত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছিল। ১৯৯৭ চনত স্পেচিয়েল …

অধিক »

হাজেলাৰ বদলিৰ প্ৰসংগক লৈ উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ কেন্দ্ৰীয় চৰকাৰ

নতুন দিল্লী, ২৪ অক্টোবৰ : অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বদলি প্ৰসংগৰ বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কেন্দ্ৰীয় চৰকাৰ। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে প্ৰতীক হাজেলাক মধ্য প্ৰদেশলৈ বদলি কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছিল। উক্ত নিৰ্দেশনাক লৈ আজি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ প্ৰতীক হাজেলাৰ বদলিৰ বিষয়টোৰ বাবে অতিৰিক্ত সময় …

অধিক »